• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোষ্ঠীত এতিয়া মাৰক দশা, ঘোৰ সংকটত পাকিস্তান, মে মাহতেই উচিত উত্তৰ দিব ভাৰতে?

কোষ্ঠীত এতিয়া মাৰক দশা, ঘোৰ সংকটত পাকিস্তান, মে মাহতেই উচিত উত্তৰ দিব ভাৰতে?

1 year ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

11 minutes ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

46 minutes ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

1 hour ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

2 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

3 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

4 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

5 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

5 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

6 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

6 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

7 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোষ্ঠীত এতিয়া মাৰক দশা, ঘোৰ সংকটত পাকিস্তান, মে মাহতেই উচিত উত্তৰ দিব ভাৰতে?

কোষ্ঠীত এতিয়া মাৰক দশা, ঘোৰ সংকটত পাকিস্তান, মে মাহতেই উচিত উত্তৰ দিব ভাৰতে?

editor by editor
May 10, 2025
in জীৱনশৈলী, ভাৰত
0
কোষ্ঠীত এতিয়া মাৰক দশা, ঘোৰ সংকটত পাকিস্তান, মে মাহতেই উচিত উত্তৰ দিব ভাৰতে?
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই উত্তপ্ত ভাৰত-পাক দ্বিপাক্ষিক সম্পৰ্ক৷ ২২ এপ্ৰিলত বৈছৰণত পৰ্যটকসকলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’ব বুলি দেশবাসীক পূৰ্বেই আশ্বাস দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আক্ৰমণৰ ঠিক ১৫ দিনৰ মূৰত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অপাৰেছন সিন্দূৰ চলাইছিল ভাৰতীয় সেনাই৷ মে মাহৰ আৰম্ভণিতেই দুই প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল দুই দেশৰ৷ এই সমগ্ৰ ঘটনাক লৈ জ্যোতিষীয়ে কৰিছে বিশেষ মন্তব্য৷ জ্যোতিষীৰ গণনামতে সন্মুখত আৰু ডাঙৰ বিপদে অপেক্ষা কৰিছে পাকিস্তানৰ বাবে৷

পাকিস্তানৰ জন্মছকত মাৰক দশা

১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা কৰাচীত স্বাধীন দেশ হিচাপে জন্ম হৈছে পাকিস্তানৰ৷ সেয়ে জ্যোতিষ শাস্ত্ৰৰ হিচাপত এই সময়কেই পাকিস্তানৰ জন্মমুহূৰ্ত ধৰি সেই দেশৰ কোষ্ঠী বিচাৰ কৰা হয়৷ জ্যোতিষ গণনাত পাকিস্তানৰ জন্মছকত বৰ্তমান অত্যন্ত অশুভ মাৰক দশা চলি আছে৷ শুক্ৰৰ মহাদশা আৰু বুধৰ অন্তৰ্দশাও চলিছে পাকিস্তানৰ৷ জন্মছকৰ দ্বিতীয় ঘৰ, যি মৃ্ত্যুৰ ঘৰ আৰু সপ্তম ঘৰ, যি যুদ্ধ আৰু শত্ৰুতাৰ ঘৰ, তাতেই মাৰক দশা গঠিত হৈছে৷ ইয়াৰ প্ৰভাৱতেই নানান চেলেঞ্জৰ মাজেৰে যাব লাগিব সেই দেশ৷ বুধ আৰু শুক্ৰৰ অশুভ অৱস্থানৰ প্ৰভাৱত সন্মুখত আৰু কঠিন সময়ে অপেক্ষা কৰিছে পাকিস্তানৰ বাবে৷ মে মাহত ভাৰতৰ সৈতে সম্পৰ্ক আৰু উত্তপ্ত হৈ উঠাৰ ওপৰিও অন্তৰ্বৰ্তী সংকটো হ’ব পাৰে শ্বেহবাজ শৰিফৰ দেশৰ৷ পাকিস্তানী সংবাদমাধ্যমৰ ব্যৰ্থতা, কূটনৈতিক ক্ষতি আৰু সেনাবাহিনীৰ মাজত অসন্তোষ এই সময়ত প্ৰকট হৈ উঠিব পাৰে৷

কি কৈছে ভাৰতৰ জন্মছকত?

ভাৰতৰ কোষ্ঠীত মীন ৰাশিত গোচৰ কৰিব ৰাহু আৰু শনিয়ে৷ যিয়ে ভাৰতৰ ওপৰত শুভ প্ৰভাৱ পেলাব বুলি জনাইছে জ্যোতিষবিদে৷ বৰাহমিহিৰৰ বৃহৎ সংহিতা অনুসৰি ৰাহু আৰু শনি জলচিহ্নত একত্ৰ হ’লে সমুদ্ৰ সীমান্তত সেনাই অভিযান চলাব পাৰে৷ ইয়াৰোপৰি এই সময়ত একাধিক গোপন অভিযানৰ সম্ভাৱনা আছে৷ অৰ্থাৎ জ্যোতিষ গণনা অনুসৰি মে মাহত পাকিস্তানৰ ওপৰত প্ৰৱল চাপ সৃষ্টি কৰিব পাৰে ভাৰতে৷ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধত পাকিস্তানক উচিত জৱাব দিব ভাৰতে৷ এফালে ভাৰতৰ চাপ আৰু অন্যহাতে নিজৰ গ্ৰহদোষৰ প্ৰভাৱত অৰ্থনীতিত বিপৰ্যয় নামিব পাকিস্তানৰ৷ দেশৰ অভ্যন্তৰত বিদ্ৰোহো হ’ব পাৰে৷

জ্যোতিষী গণনাই কৈছে আগন্তুক ১২ মে’ত পূৰ্ণিমাৰ পাছতেই পৰিস্থিতি আৰু অশান্ত হৈ উঠিব পাৰে৷ অস্থিৰ অৱস্থা তৈয়াৰ হ’ব পাকিস্তানৰ সংবাদমাধ্যম আৰু ৰাজনীতিত৷ ইয়াৰ ফায়দা উঠাব ভাৰতে৷ এফালে যেনেকৈ ভাৰতৰ বৈদেশিকনীতিত সাফল্য পাব অন্যহাতে আন্তৰ্জাতিক মঞ্চত পাকিস্তামৰ মুখ পুৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
Next Post
আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

অনলাইনত ৱাকি টকিৰ  বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?

অনলাইনত ৱাকি টকিৰ বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.