• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

1 year ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

6 minutes ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

45 minutes ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

2 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

4 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

4 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

4 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

5 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

5 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

6 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

7 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

editor by editor
May 10, 2025
in জীৱনশৈলী
0
আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মে মাহৰ শেষ ১৫ দিনত একাধিক গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ পৰিবৰ্তন হব৷ বিভিন্ন গ্ৰহৰ অৱস্থান বিচাৰ কৰি দেখা গৈছে যে চলিত মাহৰ এই শেষ ১৫ দিনত নানান সমস্যাই ঘেৰি ধৰিব ৪ৰাশিৰ জাতকক৷ এই সময়ৰ মাজত সূৰ্যই বৃষ ৰাশিৰ গোচৰ কৰিব৷ ইয়াৰোপৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব বুধে৷ মাহৰ শেষ দিনত মীন এৰি মেষ ৰাশিত যাব শুক্ৰ৷ এই সময়ত মিথুন ৰাশিত থাকিব বৃহস্পতি৷ এই সকলো যোগৰ প্ৰভাৱত ৩১ মে পৰ্যন্ত নানান বিপদৰ মুখত পৰিব কেইটামান ৰাশিৰ জাতক৷

মেষ ৰাশি

এই ১৫ দিন নানান সমস্যা আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ কেৰিয়াৰৰ দিশৰ পৰা কঠিন সময় আহিব আপোনাৰ৷ এই ১৫ দিন হঠাৎ খৰচ বাঢ়ি যোৱাৰ বাবে আৰ্থিক সংকট আহিব৷ স্বাস্থ্যও খুব এটা ভালে নাথাকিব৷ দাম্পত্য জীৱনত ওঠা নমা থাকিব৷ অফিচত কামৰ চাপ বহু পৰিমাণে বাঢ়ি যোৱাৰ ফলত মানসিকভাৱে কিছু অশান্ত থাকিব৷ পঢ়াশুনাত ছাত্ৰছাত্ৰীসকলে বাধাৰ মুখত পৰিব৷ প্ৰেমৰ সম্পৰ্কত ফাঁট মেলিব পাৰে৷

মিথুন ৰাশি

মে মাহৰ শেষৰ ১৫ দিনৰ নানান চেলেঞ্জৰ মুখত পৰিব মিথুন ৰাশিৰ জাতক৷ এই সময়ত পেছাগত জীৱনত সমস্যা বাঢ়িব৷ পাৰিবাৰিক জীৱনতো অশান্তি থাকিব৷ আৰ্থিক অৱস্তা খুব এটা ভালে নাথাকিব৷ এই সময়ত মিথুন ৰাশিৰ জাতকে কৰোবাত ভ্ৰমণ কৰিলে বিপদত পৰিব পাৰে৷ ব্যৱসায়ত বৃহৎ ক্ষতি হব পাৰে৷ সংগীৰ সৈতে ভুল বুজাবুজি থাকিব পাৰে৷ কামৰ চাপ থাকিব৷

সিংহ ৰাশি

মে মাহৰ শেষভাগ উঠা নমাৰে পূৰ্ণ হৈ থাকিব সিংহ ৰাশিৰ জীৱন৷ এই সময়ত আপোনাৰ শৰীৰ মুঠেও ভালে নাথাকিব৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক৷ দুৰ্ঘটনাৰ কাৰণে শৰীৰত আঘাত লাগিব পাৰে৷ সকলো কামতে ধৈৰ্য ধৰা জৰুৰী৷ অধৈৰ্য হৈ নিজেই নিজৰ ক্ষতি কৰিব পাৰে৷ পাৰিবাৰিক জীৱনত নানান অশান্তিয়ে দেখা দিব৷ সংগীৰ সৈতে সম্পৰ্ক বেয়া হব৷ দাম্পত্য জীৱন ভালে নাথাকিব৷ এই সময়ত কতো ফুৰিবলৈ নাযাব৷

কন্যা ৰাশি

মে মাহৰ শেষ ১৫ দিন শুভ নহব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ কামত বাৰে বাৰে বাধা আহিব৷ নানান শাৰীৰিক সমস্যাত পৰিব পাৰে আপুনি৷ দাম্পত্য জীৱনত টেনছন আৰু ভুল বুজাবুজি বাঢ়িব৷ কন্যা ৰাশিৰ জাতকক এই সময়ত নিজৰ খং নিয়ন্ত্ৰণত ৰখাৰ পৰামৰ্শ দিয়া হৈছে৷ এনে কোনো কথা নকব যি কথাই অন্যৰ মনত আঘাত দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
অনলাইনত ৱাকি টকিৰ  বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?

অনলাইনত ৱাকি টকিৰ বিক্ৰি বন্ধ কৰিলে কেন্দ্ৰই, কি কৈছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে?

১২ বছৰৰ পাছত মিথুন ৰাশিলৈ আহিব বৃহস্পতি, ১৪ মে’ৰ পৰা জীৱন সলনি হ’ব এই ৫ৰাশিৰ

১২ বছৰৰ পাছত মিথুন ৰাশিলৈ আহিব বৃহস্পতি, ১৪ মে’ৰ পৰা জীৱন সলনি হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.