• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

2 years ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

20 minutes ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

48 minutes ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

2 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

3 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

3 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

editor by editor
May 27, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুকেশ আম্বানীয়েই হওক বা ৰতন টাটা, উদ্যোগপতি হিচাপে তেওঁলোকৰ নাম কেৱল ভাৰততেই লোৱা হয় তেনে নহয়৷ বিশ্বৰ সকলো প্ৰান্ততেই তেওঁলোক জনপ্ৰিয়৷ ভাৰতৰ মাটিত ব্যৱসায় আৰম্ভ কৰি বিশ্বৰ বজাৰত ভাৰতীয় উদ্যোগীৰ দপদপনি ইমানো কম নহয়৷ বিদেশৰ মাটিত ভাৰতীয় বংশোদ্ভূতৰ সাফল্যৰ কাহিনী আমি প্ৰায়েই দেখো৷ তেনে এক কাহিনীয়েই সম্প্ৰতি চৰ্চাত আহিছে৷ সেই বিশেষ উদ্যোগীজন হৈছে গোপীচান্দ হিন্দুজা৷

বৰ্তমান গোপীচান্দ হিন্দুজা গোষ্ঠীৰ চেয়াৰমেন৷ সম্প্ৰতি ইংলেণ্ডক ছানডে টাইমছ মেগাজিনে সেই দেশৰ হাজাৰ জন ধনী ব্যক্তি আৰু পৰিয়ালৰ তালিকা প্ৰকাশ কৰিছে৷ সেই তালিকাৰ শীৰ্ষত আছে গোপীচন্দ্ৰৰ নাম৷ ২০২৩চনত দিয়া তথ্য অনুসৰি হিন্দুজা পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ আছিল ৩৭২০ কোটি পাউণ্ড৷ ২০২৪ৰ পৰিসংখ্যাই কৈছে যে তেওঁৰ সম্পত্তিৰ পৰিমাণ বাঢ়ি হৈছেগৈ ৩৯ হাজাৰ কোটি পাউণ্ড৷ যিয়ে দেশৰ সকলো ধনী ব্যক্তি আৰু পৰিয়ালক টক্কৰ দি শীৰ্ষত আহিবলৈ সক্ষম হৈছে৷

ধনীৰ তালিকাত শীৰ্ষ স্থান দখল কৰা হিন্দুজা পৰিয়ালৰ এয়াই প্ৰথম সাফল্য নহয়৷ ২০১৪ চনত গোপীচন্দ্ৰ আৰু তেওঁৰ ভাতৃ শ্ৰীচন্দ ইংলেণ্ডৰ সকলোতকৈ ধনী ব্যক্তি আছিল৷ লক্ষ্যণীয় বিষয় এয়ে যে হিন্দুজা পৰিয়ালে ব্ৰিটেইনত ৬বাৰকৈ ধনীৰ তালিকাত আহিছে৷ গোপীচন্দ হিন্দুজা পৰিয়ালৰ মাজু সন্তান৷ পৰমানন্দ দীপচান্দ হিন্দুজা আৰু যমুনাদেনীৰ চাৰি সন্তান৷ শ্ৰী চন্দ আৰু গোপীচন্দৰ ওপৰিও প্ৰকাশ আৰু অশোকো হিন্দুজা গ্ৰুপৰ সৈতে জড়িত৷ ১৯৪০ চনৰ ২৯ জানুৱাৰীত হিন্দুজা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল গোপীচন্দে৷

মুম্বাইৰ জয় হিন্দ কলেজৰ পৰা আইন বিষয়ত পঢ়াশুনা কৰিছিল৷ তাৰ পাছতেই লণ্ডনৰ ৰিচমণ্ড কলেজৰ পৰা অৰ্থনীতিত পিএইছডি কৰে৷ পঢ়াশুনা চলি থকাৰ মাজতেই ১৯৫৯ চনত পাৰিবাৰিক ব্যৱসায়ত যোগ দিয়ে৷ তাৰপাছতেই ককায়েক আৰু পিতৃৰ সৈতে মিলি ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ লক্ষ্যত নামি পৰে গোপীচন্দ৷ সিন্ধ বৰ্তমানৰ পাকিস্তানৰ পৰা ১৯১৪ চনত প্ৰথমে ব্যৱসায় আৰম্ভ কৰিছিল পৰমানন্দই৷ কাপোৰৰ ব্যৱসায়েৰে আৰম্ভ হৈছিল ব্যৱসায়৷ বেংকিং, তথ্য-প্ৰযুক্তি, বাহন, ছাইবাৰ নিৰাপত্তা, বিনোদন, গণমাধ্যমসহ একাধিক ব্যৱসায় এতিয়া হিন্দুজা পৰিয়ালৰ৷ আনকি ৰিয়েল এষ্টেটৰ দুনীয়াতো হিন্দুজা গোষ্ঠী বেছ পৰিচিত৷ বিশ্বৰ মুঠ ৪৮খন দেশত তেওঁলোকৰ ব্যৱসায় আছে৷১৯৭১ চনত পৰমানন্দৰ মৃত্যুৰ পাছত চাৰি ভাতৃয়ে মিলি পাৰিবাৰিক ব্যৱসায় চলাই আছে৷ ২০২৩ চনত আকৌ গোপীচন্দৰ  জ্যেষ্ঠ ভাতৃ শ্ৰী চন্দৰ মৃত্যুৰ পাছত গোপীচন্দই হিন্দুজা গ্ৰুপৰ কৰ্ণধাৰ হৈ পৰে৷

নব্বৈৰ দশকৰ পৰা ধাৰাবাহিকভাৱে ইংলেণ্ড আৰু এছিয়াৰ ধনী পৰিয়ালৰ তালিকাত আছে হিন্দুজা গোষ্ঠী৷ ২০১৪ চনত যেতিয়া হিন্দুজা গোষ্ঠী এই তালিকাত শীৰ্ষত আহিছিল তেতিয়া তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১২ হাজাৰ কোটি ডলাৰ৷ গোপীচন্দ আৰু সুনীতা হিন্দুজাৰ আছে তিনিগৰাকী সন্তান৷ দুই পুত্ৰ সঞ্জয় আৰু ধীৰাজ আৰু এগৰাকী কন্যা ৰীতা৷ ২০১৫ চনত সঞ্জয়ে জাকজমকতাৰে বিবাহৰ অনুষ্ঠানো আয়োজন কৰিছিল৷ উদয়পুৰত বিবাহৰ অনুষ্ঠান সম্পন্ন হৈছিল গোপীচন্দৰ পুত্ৰই৷ ভাৰতত জন্মগ্ৰহণ কৰিলেও বৰ্তমান গোপীচন্দ ব্ৰিটেইনত থাকে৷ ১৯৯৭ চনত ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিছে গোপীচন্দে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?
জীৱনশৈলী

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
Next Post
সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.