• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

1 month ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

14 minutes ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

40 minutes ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

1 hour ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

2 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

3 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

4 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

4 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

5 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

6 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

6 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

editor by editor
January 28, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ
0
SHARES
453
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে পুৱা ভয়াৱহ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ৷ পুণেৰ বাৰামতিত ভাঙি পৰে তেওঁৰ বিমান৷ লগে লগেই বিমানখনত জুই লাগে৷ তাতেই মৰ্মান্তিক পৰিণতি এন চিপি প্ৰেচিডেণ্টসহ পাঁচজনৰ৷ এই ঘটনাই আকৌ এবাৰ মনত পেলাইছে ২০২৫ৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ছবিও৷ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ মৃত্যুৰ কথাবোৰো আকৌ এবাৰ মনলৈ আহিছে বহুজনৰ৷ কেৱল অজিত পাৱাৰ, বিজয় ৰুপানিয়েই নহয় বিমান দুৰ্ঘটনাত ৰাজনীতিবিদৰ মৃত্যুৰ তালিকাত আছে একাধিক নাম৷

বিজয় ৰুপানি(২০২৫)

২০১৬ চনৰ পৰা ২০২১ চন পৰ্যন্ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল বিজয় ৰুপানি৷ বিজেপিৰ চিনিয়ৰ লিডাৰ আছিল তেওঁ৷ আহমেদাবাদ চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্ব্যনেল এয়াৰপোৰ্টত ২০২৫ চনৰ ১২ জুনত এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১ টেক অফৰ পাছতেই ভাঙি পৰে৷ লণ্ডনলৈ যাত্ৰা কৰিছিল সেই বিমানে৷ যাত্ৰী আছিল ৰুপানি৷ তাতেই তেওঁৰ মৃত্যু হয়৷

দোৰজি খাণ্ডু (২০১১)

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল দোৰজি খাণ্ডু৷ ২০১১ চনৰ ৩০ এপ্ৰিলত তাৱাঙৰ পৰা ইটানগৰ যোৱাৰ পথত ৱেষ্ট কামেনত ভাঙি পৰে পৱন হংস হেলিকপ্টাৰ৷ সেই কপ্টাৰত আছিল দোৰজি৷ চীনৰ সীমান্তৰ কাষত লুগুথাঙৰ পৰা তেওঁৰ দেহ উদ্ধাৰ হয়৷

ৱাই এছ ৰাজাশেখৰ ৰেড্ডি(২০০৯)

অন্ধ্ৰপ্ৰদেশৰ ৱাই এছ ৰাজাশেখৰ ৰেড্ডি, যি পৰিচিত আছিল YSR নামেৰে৷ হেলিকপ্টাৰ ক্ৰাছত মৃত্যু হয় তেওঁৰ৷ ২০০৯ চনৰ ২ ছেপ্টেম্বৰত এই দুৰ্ঘটনা৷ YSR আছিল অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী৷ হায়দৰাবাদৰ পৰা চিত্তুৰলৈ গৈছিল Bell 430 হেলিকপ্টাৰ৷ ভাঙি পৰে হেলিকপ্টাৰখন৷ যাৰ ধ্বংসাৱশেষ পোৱা গৈছিল নাল্লামালাত৷

ওপি জিন্দাল (২০০৫)

শিল্পপতি ওপি জিন্দল আছিল হাৰিয়ানাৰ মন্ত্ৰীও৷ উত্তৰপ্ৰদেশৰ ছাহাৰানপুৰত ২০০৫ চনৰ মাৰ্চ মাহত ভয়াৱহ দুৰ্ঘটনা ঘটে৷ দিল্লীৰ পৰা চণ্ডীগড়গামী হেলিকপ্টাৰ টেক অফৰ পাছতেই ভাঙি পৰে৷ মৃত্যু হয় তেওঁৰ৷ ২০০৫ চনৰ ৩১ মাৰ্চত এই ঘটনা৷

ছাইপ্ৰিয়ান ছাংমা(২০০৪)

মেঘালয়ৰ মন্ত্ৰী আছিল চি ছাংমা৷ ২০০৪ চনৰ ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱাৰ পথত বৰাপানী লেকৰ কাষত ভাঙি পৰে পৱন হংস হেলিকপ্টাৰ৷ তাতেই তেওঁৰ মৃত্যু হয়৷

জি এম চি বালাযোগী(২০০২)

গান্তি মোহন চন্দ্ৰ বালাযোগী৷ তেলুগু দেশম পাৰ্টীৰ নেতা তেওঁ৷ লোকসভাৰ স্পিকাৰো আছিল তেওঁ৷ ২০০২ চনৰ ৩ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণায় Bell 206 হেলিকপ্টাৰ ভাঙি পৰে৷ বতৰ বেয়া হোৱাৰ বাবেই খুন্দা মাৰিছিল হেলিকপ্টাৰে৷ লগে লগেই শেষ হৈ যায় বালাযোগীৰ জীৱন৷

মাধবৰাও সিন্ধিয়া(২০০১)

মধ্যপ্ৰদেশৰ প্ৰবীণ কংগ্ৰেছ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী আছিল মাধবৰাও সিন্ধিয়া৷ তেওঁৰ মৃত্যুও বিমান দুৰ্ঘটনাতেই হৈছিল৷ ২০০১ চনৰ ৩০ ছেপ্টেম্বৰত উত্তৰপ্ৰদেশৰ মইনপুৰীৰ কাষত ভাঙি পৰে Beechcraft C90বিমান৷ দিল্লীৰ পৰা কানপুৰলৈ যাত্ৰা কৰিছিল বিমানখন৷ টেকঅফৰ পাছতেই ক্ৰেছ৷ তদন্তত ইঞ্জিন বিকল হোৱাৰ তথ্য পোৱা যায়৷

সঞ্জয় গান্ধী(১৯৮০)

৩৩ বছৰ বয়সত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল সঞ্জয় গান্ধীৰো৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ আছিল সঞ্জয় গান্ধী৷ ১৯৮০ চনৰ ২৩ জুনত এই দুৰ্ঘটনা৷ সেই দিনা ককপিটত বহিছিল সঞ্জয় গান্ধীয়ে৷ নিয়ন্ত্ৰণ হেৰুৱাই সেই বিমানে ধাক্কা মাৰে এক গছত৷ ভাঙি পৰে বিমানখন৷ ঘটনাস্থলতেই মৃত্যু হয় তেওঁ আৰু তেওঁৰ সংগী কেপ্টেইন সুভাষ ছাক্সেনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.