• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL ২০২৫, ১৮২ খেলুৱৈ নিলাম, সৰ্বাধিক টকা লাভ পণ্টৰ, সৰ্বকনিষ্ট ১৩ বছৰীয়া বৈভৱ

IPL ২০২৫, ১৮২ খেলুৱৈ নিলাম, সৰ্বাধিক টকা লাভ পণ্টৰ, সৰ্বকনিষ্ট ১৩ বছৰীয়া বৈভৱ

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL ২০২৫, ১৮২ খেলুৱৈ নিলাম, সৰ্বাধিক টকা লাভ পণ্টৰ, সৰ্বকনিষ্ট ১৩ বছৰীয়া বৈভৱ

editor by editor
November 26, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
IPL ২০২৫, ১৮২ খেলুৱৈ নিলাম, সৰ্বাধিক টকা লাভ পণ্টৰ, সৰ্বকনিষ্ট ১৩ বছৰীয়া বৈভৱ
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL ২০২৫, ১৮২ খেলুৱৈ নিলাম, সৰ্বাধিক টকা লাভ পণ্টৰ, সৰ্বকনিষ্ট ১৩ বছৰীয়া বৈভৱ

২০২৫ আই পি এলৰ নিলাম পৰ্বৰ অন্ত। এইবাৰৰ নিলামত বহু ৰেইটা ৰেকৰ্ড হয়। মুঠ ১৮২ গৰাকী খেলুৱৈ নিলাম হোৱাৰ লগতে খেলুৱৈ সকলৰ নামত খৰত হয় ৬৩৯.১৫ কোটি টকা। সকলো খেলুৱৈৰ ভিতৰত সৰ্বাধিক দৰ উঠে ভাৰতীয় খেলুৱৈ ঋষভ পন্টৰ। পণ্টক ২৭ কোটি টকাত লক্ষ্ণৌ দলে নিজৰ লগত ৰাখে। আনহাতে সৰ্বকনিষ্ট হিচাপে ৰেকৰ্ড কৰে বৈভৱ সূৰ্যবংশীয়ে। মাথো ১৩ বছৰ বয়সতে আই পি এল খেলিবলৈ সাজু বৈভৱ। ১.১০ কোটি টকাত ৰাজস্থান ৰয়েলছে দলত অন্তৰ্ভুক্ত কৰে ১৩ বছৰীয়া বৈভৱক।

এইবাৰ আই পি এলৰ নিলামৰ অনুষ্ঠান আয়োজন কৰা হৈছিল চৌদি আৰৱৰ জেদ্দাত। এই মেগা নিলামত ১৮২ গৰাকী খেলুৱৈৰ বাবে ব্যয় কৰা হয় ৬৩৯.১৫ কোটি টকা। এইবাৰ নিলামত ক্ৰয় কৰা হয় ৬২ গৰাকী বিদেশী খেলুৱৈ। এইবাৰ নিলামত পূৰ্বৰ সকলো অভিলেখ ভংগ। ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পন্ত। আনহাতে বৈভৱ সূৰ্য্যবংশী আছিল আটাইতকৈ কম বয়সীয়া খেলুৱৈ।

নিলামৰ শীৰ্ষ পাঁচগৰাকী খেলুৱৈ- শীৰ্ষত আছে ঋষভ পন্ত। দ্বিতীয় নম্বৰত আছে শ্ৰেয়াছ আয়াৰ। পঞ্জাব কিংছে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰে শ্ৰেয়াছক। তৃতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ ভেংকটেশ আয়াৰ। তেওঁক কলকাতা নাইট ৰাইডাৰ্ছে ২৩.৭৫ কোটি টকাত ক্ৰয় কৰে। চতুৰ্থ আৰু পঞ্চমত আৰ্শদীপ সিং আৰু যুজবেন্দ্ৰ চাহালক পঞ্জাৱ কিংছে ক্ৰয় কৰে। দুয়োজনে ১৮ কোটিকৈ পাব।

আনহাতে এইবাৰ নিলামত বহু ডাঙৰ ডাঙৰ খেলুৱৈ বিক্ৰী নোহোৱাকৈ থাকি যায়। ইয়াৰ ভিতৰত প্ৰথম নামটো হ’ল ডেভিদ ৱাৰ্নাৰ। ৱাৰ্নাৰৰ ভিত্তি মূল্য আছিল ২ কোটি টকা। কিন্তু কোনেও ক্ৰয় নকৰে খেলুৱৈগৰাকীক। জনী বেয়াৰষ্টো, কেন উইলিয়ামছন, ষ্টিভ স্মিথ, ফিন এলেন, শ্বাৰদুল ঠাকুৰ আৰু মুস্তাফিজুৰ ৰহমানো বিক্ৰী নোহোৱাকৈ থাকি যায়।

এই মেগা নিলামত বিক্ৰী হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ বৈভৱ সূৰ্য্যবংশী। বৈভৱৰ বয়স মাত্ৰ ১৩ বছৰ। ৰাজস্থান ৰয়েলছে ১.১০ কোটি টকাত ক্ৰয় কৰে খেলুগৰাকীক। কম বয়সতে বৈভৱে ডাঙৰ কাম কৰিছে। ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ হৈ শতক অৰ্জন কৰিছে। বৈভৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন খেলতো শতক অৰ্জন কৰিছিল।

২০২৫ৰ এই নিলামত চেন্নাই ছুপাৰ কিংছে মুঠ ২৫ গৰাকী খেলুৱৈ ক্ৰয় কৰে। ইয়াৰে ৭ জন বিদেশী খেলুৱৈ। দিল্লী কেপিটেলে ২৩ গৰাকী খেলুৱৈ ক্ৰয় কৰে। ইয়াত ৭ জন বিদেশী খেলুৱৈ। গুজৰাট টাইটানছে ৭জন বিদেশীকে ধৰি মুঠ ২৫জন খেলুৱৈ ক্ৰয় কৰিছিল। কলকাতা নাইট ৰাইডাৰ্ছে ৮জন বিদেশীকে ধৰি ২১জন খেলুৱৈ ক্ৰয় কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৬জন বিদেশীকে ধৰি মুঠ ২৪ খেলুৱৈ ক্ৰয় কৰে। মুম্বাই ইণ্ডিয়ানছে ২৩ গৰাকী খেলুৱৈক নিজৰ দলত ৰাখে। পঞ্জাব কিংছে ২৫ গৰাকী খেলুৱৈ ক্ৰয় কৰে, ইয়াৰে ৮ জন বিদেশী। ৰাজস্থানে ৬জন বিদেশীকে ধৰি ২০জন খেলুৱৈ ক্ৰয় কৰে। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ২২ গৰাকী খেলুৱৈক লৈ যায়। তাত ৮ জন বিদেশী আছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে ক্ৰয় কৰিছিল ২০ গৰাকী বিদেশী খেলুৱৈ। তাত ৭ জন বিদেশী আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketiplIPL 2025IPl AutionIPL aution 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
১৬ বছৰে বুকুত কঢ়িয়াই ফুৰিছে মুম্বাইৰ সেই ২৬/১১ৰ দাৱানল

১৬ বছৰে বুকুত কঢ়িয়াই ফুৰিছে মুম্বাইৰ সেই ২৬/১১ৰ দাৱানল

দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফাংগাল’, উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ 'ফাংগাল', উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.