• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

2 years ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

6 minutes ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

22 minutes ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

43 minutes ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

1 hour ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

2 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

3 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

4 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

5 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

editor by editor
September 2, 2024
in বিবিধ, বিশ্ব
0
ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

২৮ আগষ্টত দক্ষিণ ইৰাণৰ ডেৰেষ্টান বিমানবন্দৰৰ সমীপৰ এটা বতৰ কেন্দ্ৰই বৰ্তমানলৈ পৃথিৱীৰ সৰ্বোচ্চ তাপ সূচকাংক ৮২.২ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰে। আমেৰিকাৰ বতৰ বিজ্ঞানী কলিন মেককাৰ্থীয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য প্ৰদান কৰে।

অৱশ্যে এই তথ্য কিমানদূৰ সত্য সেয়া এতিয়াও আনুষ্ঠানিকভাৱে অনুসন্ধান কৰা হোৱা নাই। মেককাৰ্থীয়ে টুইটাৰত পোষ্ট কৰিছিল যে “এই তথ্যবোৰ সঠিক হয় নে নহয় সেইটো নিৰ্ণয় কৰিবলৈ আনুষ্ঠানিক তদন্ত সম্পূৰ্ণ কৰাটো প্ৰয়োজন।”

আন এটা টুইটত লিখিছে যে এই তথ্যৰ প্ৰতি অলপ সন্দেহ প্ৰকাশ কৰিছে, কিয়নো অঞ্চলটোৰ আন বহু বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্যৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰা নাই। বহু বতৰ বিজ্ঞান কেন্দ্ৰই তেঁওলোকৰ নিজ নিজ তথ্য দাঙি ধৰা অনুসৰি এই তথ্য সম্পূৰ্ণ ৮০.২ ডিগ্ৰী ছেলছিয়াচ নহয়। তথাপি অধিকে আছে এই তথ্য।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰকাশিত বাতৰি অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰেকৰ্ড কৰা অনুসৰি ২৮ আগষ্টৰ পুৱা ১০.৩০ বজাত ডেৰেষ্টন বিমানবন্দৰৰ বতৰ কেন্দ্ৰত ৩৮.৮ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। যিটো উচ্চ উষ্ণতা নাছিল। কিন্তু, আপেক্ষিক আৰ্দ্ৰতা ৮৫% হোৱাৰ লগে লগে তাপ সূচকাংকৰ উষ্ণতা ৮২.২ ডিগ্ৰী চেলছিয়াছত উপনীত হয়।

যদিহে সঁচাকৈয়ে ইৰাণত ৰেকৰ্ড কৰা এই তথ্য শুদ্ধ হয়, তেন্তে ই এলাৰ্ম বেল আৰু ই গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে ক্ৰমাৎ বিপদৰ ইংগিত দিয়ে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বিশ্বৰ বহু অঞ্চলত তাপ যথেষ্ট বৃদ্ধি পাইছে। যাৰ বাবে গৰমৰ ঢৌ, জুই আৰু খৰাং পৰিস্থিতিৰ আশংকা বৃদ্ধি পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #EnvironmentHeatHeat Waveiran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
Next Post
‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’

'মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই'

আজি সোমৱতী অমাৱস্যা, ৰাশি অনুযায়ী দান কৰৰক এই সামগ্ৰী, সফলতা আনক ভাগ্যলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন