• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪৪ খন ছবিত একেটা চৰিত্ৰত অভিনয় কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভাৰতীয় অভিনেতাৰ

১৪৪ খন ছবিত একেটা চৰিত্ৰত অভিনয় কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভাৰতীয় অভিনেতাৰ

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

26 minutes ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

42 minutes ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

2 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

2 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

2 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

3 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

4 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

5 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

5 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

6 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৪৪ খন ছবিত একেটা চৰিত্ৰত অভিনয় কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভাৰতীয় অভিনেতাৰ

editor by editor
April 9, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৪৪ খন ছবিত একেটা চৰিত্ৰত অভিনয় কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভাৰতীয় অভিনেতাৰ
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪৪ খন ছবিত একেটা চৰিত্ৰত অভিনয় কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড ভাৰতীয় অভিনেতাৰ

এজন অভিনেতাক তেতিয়াহে দক্ষ আৰু বহুমুখী বুলি গণ্য কৰা হয় যেতিয়া তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰৰ লগত খাপ খাব পাৰে। বিভিন্ন চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় দক্ষতাৰে দৰ্শককো আপ্লুত কৰিব পাৰে। অনুৰাগী সকলৰো সেই তাৰকা প্ৰশংসাৰ পাত্ৰ হৈ পৰে।

পাছে এগৰাকী ভাৰতীয় অভিনেতাই এখন দুখন নহয় ১৪৪ খন চিনেমাত একেটা চৰিত্ৰতে অভিনয় কৰি সমগ্ৰ বিশ্বতে অভিলেখ গঢ়িছে। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নামো সন্নিবিষ্ট কৰিছে একেটা চৰিত্ৰতে ১৪৪ খন চিনেমা কৰি।

সেই অভিনেতাগৰাকী হৈছে জগদীশ ৰাজ খুড়ানা। জগদীশ খুড়ানাই এখন বা দুখন নহয় ১৪৪খন ভিন্ন ছবিত কেৱল আৰক্ষী বিষয়াৰে চৰিত্ৰত অভিনয় কৰি এই ৰেকৰ্ড গঢ়িছে। অমিতাভ বচ্চনৰ ব্লকবাষ্টাৰ ছবি ‘ডন’তো আৰক্ষী বিষয়া হিচাপে অভিনয় কৰিছিল জগদীশ খুড়ানাই।

কেৱল এগৰাকী আৰক্ষী বিষয়াৰে চৰিত্ৰত অভিনয় কৰি এই অভিলেখ গঢ়া জগদীশে হয়তো কেতিয়াও ভৱা নাছিল এনে এক ৰেকৰ্ড হব পাৰে বুলি। পাছে আজি পৰ্যন্ত এই ৰেকৰ্ডৰ কাষো চাপিব পৰা নাই অন্য কোনো অভিনেতাই।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ধাৰণ কৰা এই অভিনেতাজনে ৮০ আৰু ৯০ৰ দশকত অভিনয় কৰি ইমানেই জনপ্ৰিয়তা আৰু খ্যাতি লাভ কৰিছিল যে অনুৰাগীসকলে তেওঁক আৰক্ষীৰ চৰিত্ৰৰ বাবে স্বাভাৱিকভাৱে উপযুক্ত বুলি গণ্য কৰিছিল। কেৱল এয়াই নহয়, জগদীশে নিজাকৈ স্থায়ী ভাৱে চিলাই লৈছিল আৰক্ষীৰ ইউনিফৰ্মো।

জগদীশ ৰাজৰ কেৰিয়াৰ দীঘলীয়া আছিল। তেওঁ প্ৰায় ২৫০খন ছবিত কাম কৰিছিল , যাৰ ভিতৰত ১৪৪খন ছবিত তেওঁ কেৱল আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিছিল।

জগদীশ ৰাজৰ কন্যা অনিতা ৰাজেও নিজৰ অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল। অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে অনিতাৰ যুটি আছিল ছুপাৰ হিট। অভিনয় জীৱনৰ সময়ছোৱাত প্ৰায় ৪৬ খন ছবিত কাম কৰি অনিতা ৰাজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood MovieJagdish rajworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ

ট্ৰাম্পক উভতি ধৰিলে জিনপিঙে, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ চীনৰ

ৰাশি অনুযায়ী গুৰু প্ৰদোষ ব্ৰতত কৰক এই প্ৰতিকাৰ, পূৰণ হ’ব ইচ্ছা

ৰাশি অনুযায়ী গুৰু প্ৰদোষ ব্ৰতত কৰক এই প্ৰতিকাৰ, পূৰণ হ'ব ইচ্ছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.