• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

6 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

7 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

7 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

8 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

9 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

9 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

10 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

10 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

11 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

12 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

12 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

editor by editor
September 1, 2022 - Updated on September 14, 2022
in অসম, ভাৰত
0
এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

সামাজিক মাধ্যমত ভাইৰলে হোৱাৰ অসমৰ জয়মালা নামৰ হাতীটো সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷

তানিলনাডুৰ এটা মন্দিৰত বন্দী কৰি অসমৰ হাতী জয়মালাক বৰ্বৰতাৰে আক্ৰমণ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ পেটা নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱেই তামিলনাডুত মানুহৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা হাতীটোৰ সমগ্ৰ ঘটনা ক্ৰম পোহৰলৈ আনে৷

ইমানেই নহয়, হাতীটোৰ বিধ্বস্ত শৰীৰৰ ফ’টোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ তাৰ পাছতে বন্যজন্তু আৰু প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে অসমৰ নেটনাগৰিকে হাতীটো অসমলৈ ওভতাই আনিবলৈ দাবী উত্থাপন কৰে৷ ইয়াৰ পাছতে অসম চৰকাৰে তামিলনাডুত অসমৰ ‘জয়মালা’ নামৰ হাতীটোক ঘূৰাই আনিবলৈ উদ্যোগ গ্ৰহণ কৰিছে৷

লগতে পঢ়ক বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, অহা ২ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে ‘জয়মালা’ৰ লগতে আন ৮ টা হাতী অসমলৈ ঘূৰাই আনিবলৈ বন বিভাগৰ এটা দল তামিলনাডুলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে, মন্দিৰ পৰিদৰ্শনৰ নামত ২০০৮ চনত অসমৰ পৰা লীজত দিয়া হৈছিল এই হাতীকেইটা। কিন্তু তেতিয়াৰ পৰা জয়মালাসহ লগতে আনকেইটা হাতীক তামিলনাডুত অবৈধভাৱে ৰখা হৈছে।

ইফালে হাতীকেইটা ওভতাই পঠিওৱাৰ ক্ষেত্ৰত তামিলনাডু চৰকাৰে অসম চৰকাৰক সহযোগিতা কৰা নাই বুলি জানিবলৈ দিয়ে বন বিভাগৰ এগৰাকী বিষয়াই।

বাতৰি অনুসৰি, অসমৰ প্ৰধান মুখ্য সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এম কে যাদৱে কয় যে তামিলনাডু চৰকাৰে ‘সহযোগিতা’ নকৰাৰ বাবে ‘জয়মালা’ক ঘূৰাই আনিবলৈ অসম চৰকাৰ সক্ষম হোৱা নাছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamJaimala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ

সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ

বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.