• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

4 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

12 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

13 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

13 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

14 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

15 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

15 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

16 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

17 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

17 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

18 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

19 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

editor by editor
September 1, 2022
in অসম
0
নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলৰ এখন জনজাতীয় কাৰ্বি গাঁও। গাঁওখনৰ নাম হৈছে ৰেণছিং ৰংপি গাঁও। এই গাঁওখনৰে এজন উচ্চ শিক্ষা গ্ৰহণ কৰি থকা অৰ্থাৎ স্নাতক মহলাৰ চতুৰ্থ ছেমত পঢ়ি থকা ছাত্ৰ তথা শিক্ষিত নিবনুৱা যুৱক অঞ্চলটোত চৰ্চা লাভ কৰিছে। এই উচ্চ শিক্ষিত নিবনুৱা জনজাতীয় যুৱকজনৰ নাম হৈছে আংতং হাঞ্চে।

এই আংতং হাঞ্চে এতিয়া বহু যুৱকৰ বাবে আদৰ্শ বৈ পৰিছে৷ নিজৰ শিক্ষা জীৱন অব্যাহত ৰখাৰ সমান্তৰালভাৱে জীৱনত চাকৰি লাভ কৰিবলৈ সক্ষম নহ’লেও হতাশ নহৈ নিজৰ পঢ়া খৰচ উলিওৱাৰ লগতে ঘৰখনক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যৰে লৈছে এক বিশেষ পদক্ষেপ৷

লগতে পঢ়ক ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

চুলি কটা নাপিতৰ দোকান খুলি আনৰ বাবে আজি সমাজত আদৰ্শ হৈ পৰিছে জনজাতীয় কাৰ্বি যুৱক আংতং হাঞ্চে। শিক্ষিত নিবনুৱা যুৱক আংতং হাঞ্চেৰ নতুনকৈ খোলা চুলি কটা দোকানখন আজি পুৱা ১১ বজাত শুভ উদ্বোধন কৰে হাওৰাঘাট উন্নয়ন খণ্ডৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া তথা আমৰি উন্নয়ন খণ্ডৰ এ ডি অ’ বিশ্বজিৎ ৰংপিয়ে।

উদ্বোধনী ভাষণত ৰংপিয়ে কয় যে সাধাৰণতে আমি সকলোৱে জানো যে বেংগলী আৰু বিহাৰী লোকসকলেহে চুলি কটা নাপিতৰ কাম কৰে। কিন্তু স্থানীয় লোকসকলে এই কামটো নকৰে। তেওঁলোকে ভাৱে যে চাকৰিহে এটা টকা উপাৰ্জনৰ পথ। সেইবাবে আমি দেখুওৱাব বিচাৰিছো যে চুলি কটা নাপিতৰ কাম কৰিও আমি টকা উপাৰ্জনৰ পথ বাচি ল’ব পাৰোঁ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assambest news channel of asssamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ

সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.