• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

4 years ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

3 minutes ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

36 minutes ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

2 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

2 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

20 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

21 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

22 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

23 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

23 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ

editor by editor
September 1, 2022 - Updated on September 2, 2022
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
ভৰি নাই, ভৰিৰ সলনি জন্তু শিঙৰ দৰে আকৃতি লৈ জন্ম শিশুৰ, হতভম্ব চিকিৎসকসহ মাতৃ
0
SHARES
38k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰকৃতি সঁচাকৈয়ে যথেষ্ট ৰহস্যময়। কেতিয়াবা আমি কিছুমান বিশেষ অলৌকিকতাৰ সন্মুখীন হওঁ, যাৰ যুক্তিসংগত ব্যাখ্যা নাই৷ নেটফ্লিক্সৰ ৱেব ছিৰিজ ছুইট টুথত প্ৰকৃতিৰ আশ্চৰ্যক দৃশ্য চিত্ৰণ কৰা হৈছিল য’ত এটা হাইব্ৰিড শিশুৰ শিং আৰু প্ৰাণীৰ দৰে বৈশিষ্ট্য আছিল। কিন্তু শেহতীয়াকৈ এটি নৱজাতকৰ ক্ষেত্ৰতো এনেধৰণৰ ঘটনাই আমাক সোঁৱৰাই দিছে যে বাস্তৱ জীৱনতো এনে ঘটনা ঘটিব পাৰে।

যোৱা ২৬ আগষ্টত ভাৰতৰ মধ্যপ্ৰদেশৰ শিৱপুৰ জিলাত মণিপুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি শিশুটিৰ জন্ম হৈছিল। শিশুটিৰ জন্মৰ পাছতে চিকিৎসক আৰু শিশুটিৰ মাতৃ আচৰ্যশ্চকিত হৈ পৰিছিল৷ প্ৰকাশিত খবৰ মতে শিশুটিৰ কোনো ভৰি নাছিল বৰং ভৰিৰ ঠাইত জন্তু শিঙৰ দৰে এটা অদ্ভুদ অংগহে আছিল।

দ্য মিৰ’ৰৰ মতে, শিশুটিৰ অবিকশিত আছিল আৰু তেওঁৰ ওজন আছিল মাত্ৰ ২.৩১ পাউণ্ড বা ১ কিলো আৰু ৪০০ গ্ৰাম বৰ্তমান নৱজাতকটিক বিশেষ ইউনিটৰ তত্বাৱধানত শিৱপুৰী জিলা চিকিৎসালয়তে ৰখা হৈছে। মিৰ’ৰে প্ৰকাশ কৰা অনুসৰি অদ্ভুত বিকৃতিৰ সৈতে কেঁচুৱাটিৰ অৱস্থা বৰ্তমান সুস্থিৰ।

লগতে পঢ়ক তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?

ভৰিৰ সলনি শিং লৈ জন্ম লোৱা ৰহস্যময়ী কেঁচুৱাটিৰ খবৰটোৱে বনৰীয়া জুইৰ দৰে বিয়পি পৰিল৷ ই অতি কম সময়তে সংবাদ মাধ্যম আৰু নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰে। জানিব পৰা মতে বৰ্তমান চিকিৎসকে এনে বিকৃতিৰ আঁৰৰ কাৰণৰ সম্পৰ্কে চিকিৎসাজনিত অনুসন্ধান কৰি আছে। কেঁচুৱাটো কোনো ধৰণৰ প্ৰতিকূল স্বাস্থ্যজনিত সমস্যাত ভুগিছে ​​নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে কেৱল এইবাৰেই চিকিৎসকে এনে অলৌকিক শিশুৰ জন্মৰ সাক্ষী হোৱা নাই। ইয়াৰ পূৰ্বে ভাৰতৰ উত্তৰ প্ৰদেশত চাৰিখন হাত-ভৰিৰে এটি কেঁচুৱাৰ জন্ম হৈছিল৷ শিশুটিৰ ফ’টোবোৰ অতি কম সময়ৰ ভিতৰতে ভাইৰেল চেনচেচনত পৰিণত হয়, কাৰণ কিছুমানে তেওঁক স্বয়ং সৰ্বশক্তিমান ভগৱানৰ সংস্কৰণ বুলিও দাবী কৰিছিল।

ইফালে চিকিৎসা বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে কেতিয়াবা মাতৃৰ গৰ্ভত শিশুৱে প্ৰয়োজনীয় পুষ্টি লাভৰ পৰা বঞ্চিত হ’লে জন্মতে বিকৃতি হৈ পৰাৰ সম্ভাৱনা থাকে। অৱশ্যে এনে বিৰল ক্ষেত্ৰত সৰুতেই শিশুৰ মৃত্যু হোৱা দেখা যায়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!
জীৱনশৈলী

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

April 30, 2026
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

April 30, 2026
Next Post
বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.