• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ

সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ

4 years ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

11 minutes ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

3 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

4 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

4 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

5 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

6 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

7 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ

editor by editor
September 2, 2022
in অসম
0
সন্দেহৰ আঙুলি স্বামীলৈ! অধ্যাপিকা ডঃ ৰুমীৰ কাকতিৰ মৃত্যুৰ নতুন মোৰ
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা ২৬ আগষ্টত নলবাৰীৰ ব্যক্তিগত খণ্ডৰ শুশ্ৰূষা মেডিকেলত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

এটি পুত্ৰ সন্তান জন্ম দিয়াৰ এদিনৰ পিছতে মৃত্যু হোৱা প্ৰসূতিগৰাকী হৈছে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° ৰুমী কাকতি৷

প্ৰথমাৱস্থাত অধ্যাপিকাগৰাকী চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল যদিও এতিয়া এই ঘটনাই নতুন মোৰ লোৱা দেখা গৈছে৷

বিশেষকৈ ডঃ ৰুমী কাকতিৰ সহকৰ্মী তথা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষকে অধ্যাপিকাগৰাকীৰ স্বামীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টুৱাইছে৷

লগতে পঢ়ক নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

ইতিমধ্যে অধ্যাপিকাগৰাকীৰ মৃত্যুৰ তদন্ত বিচাৰি বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষকে নলবাৰী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাষ চাপিছে৷ অমায়িক অধ্যাপিকাগৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি সুকীয়া সুকীয়াকৈ আবেদন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷

ড° ৰুমী কাকতিৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে স্বামীয়ে দীৰ্ঘদিনৰ পৰা অধ্যাপিকাগৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰি আহিছিল৷

তেওঁলোকে লগতে প্ৰশ্ন কৰে যে দীৰ্ঘদিনে শাৰীৰিক–মানসিক আৰু আৰ্থিকভাৱে অত্যাচাৰ কৰা স্বামীয়ে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ কিয় সৎকাৰ কৰিলে? কিয় স্বামীৰ তত্ত্বাৱধানত মাজনিশাই গোপনে অধ্যাপিকা ড° ৰুমী কাকতিৰ শৱদেহ সৎকাৰ কৰা হ’ল বুলিও প্ৰশ্ন কৰিছে৷

উল্লেখযোগ্য যে নলবাৰীস্থিত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আছিল ড° ৰুমী কাকতি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ
বিনোদন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

September 8, 2026
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!
অসম

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

September 7, 2026
Next Post
বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

বেংককৰ চিৰিয়াখানাৰ হাতীকে অসমৰ জয়মালা বুলি ৰাজ্যজুৰি শোকৰ বন্যা!এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

হোষ্টেলৰ কোঠাত চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীয়ে শেষ কৰিলে নিজৰ জীৱন

হোষ্টেলৰ কোঠাত চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীয়ে শেষ কৰিলে নিজৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.