• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…

স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 hour ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

7 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

7 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…

বিশিষ্ট অভিনেতাগৰাকীয়ে আজি নিশা শেষ নিশ্বাস ত্যাগ কৰে

editor by editor
December 16, 2023
in Uncategorized
0
স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…
0
SHARES
770
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মানুহজন আছিল আপোনভোলা। অহংকাৰ, ভেম আদিবোৰ উপাদানে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰা মানুহজনেই আছিল ৰাজু দা। ঘপককৈ কেতিয়াবা তেওঁ স্কুটীখন পাৰ হওতে, পিচফালৰ পৰা কোনোবাই যদি ৰাজু দা বুলি ছিঞৰিছিল, ঘূৰি নোচোৱাকৈ হাত দাঙি তেওঁ দিছিল সহাৰি।

জয়ন্ত দাস, নামেই যাৰ পৰিচয়। কেইবাটাও দশক অসমীয়া ছবিজগতক অভিনয়েৰে সমৃদ্ধ কৰা বিশিষ্ট অভিনেতাগৰাকীয়ে আজি নিশা শেষ নিশ্বাস ত্যাগ কৰে। লক্ষাধিকজনৰ প্ৰাৰ্থনাক নস্যাত কৰি নিয়তি কাঢ়ি নিলে অসমীয়া ছবিজগতৰ সকলোৰে মৰম আৰু আদৰৰ ৰাজু দাক।

বলিষ্ঠ তথা সাৱলীল অভিনয়েৰে অভিনয় জগতত নিজৰ বাবে এখন সুকীয়া আসন সৃষ্টি কৰিছিল জয়ন্ত দাসে। অভিনেতা হোৱাৰ মুঠেই ইচ্ছা নথকা জয়ন্ত দাস এগৰাকী ক্ৰিকেটাৰ হোৱাৰ সপোনহে পুহি ৰাখিছিল। সেইসময়ত অসম ক্ৰিকেট সন্থাৰ সৈতে ওতপোতভাৱে জড়িত হৈ থকা পিতৃ পুলিন চন্দ্ৰ দাসেও জয়ন্ত দাসক ক্ৰিকেটাৰ হিচাপেই চাব বিচাৰিছিল। কিন্তু সময়ে জয়ন্ত দাসক অভিনয়ৰ বাটলৈ টানি আনিছিল।

১৯৬৯চনৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা জয়ন্ত দাসে মূল চৰিত্ৰত অভিনয় কৰা ভাড়াঘৰ শীৰ্ষক ধাৰাবাহিকখন আছিল এখন অন্যতম জনপ্ৰিয় ধাৰাবাহিক। সকলো চৰিত্ৰতে খাপ খাই পৰা বলিষ্ঠ অভিনেতাগৰাকীয়ে আই কত নাই, কন্যাদান, ভূমিপুত্ৰ, জোন জলে কপালত, বুকুৰ মাজত জ্বলে আদি ছবিত কৰা অভিনয় কোনে পাহৰিব পাৰে। কাদম্বৰী, মন, নায়ক আদি ছবিতো তেওঁ কৰা অভিনয়ক লৈ সকলোৱে শলাগ লৈছিল। শেহতীয়াকৈ বহুকেইটা কামত ব্যস্ত থকা জয়ন্ত দাস হঠাতে অসুস্থ হৈ পৰিছিল। সংকটজনক অৱস্থাত মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এপ’ল’ হস্পিতালত ভৰ্তি কৰা হৈছিল অভিনেতাগৰাকীক।

যকৃতজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ১০ডিচেম্বৰৰ পৰা হস্পাতালৰ বিচনাত অহৰহ মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ ৰাজ্যতে শোকাকূল পৰিৱেশে বিৰাজ কৰিছে। বেলেগক হহুৱাই সহজ-সৰলকৈ ওৰেটা জীৱন কটোৱা অভিনেতাগৰাকীয়ে মাত্ৰ ৫৪বছৰ বয়সত সকলোকে কন্দুৱাই গলগৈ অজানা দেশলৈ, যি দেশত নাই উভতি অহাৰ বাট…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
Next Post
জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়…

জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়...

লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম…

লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.