• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

4 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

14 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

29 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

57 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

ক্ষুদ্ধ জাতীয় সংগঠন, মাজুলীৰ ৰাইজ; জিলা উপায়ুক্ত বিধায়কে সাময়িকভাৱে বন্ধ ৰাখিছে এটা খুঁটা নিৰ্মাণৰ কাম

editor by editor
May 2, 2022
in অসম
0
মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

প্ৰতিনিধিত্বমূলক ফ’টো

0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজুলীৰপৰা ৰজনীকান্ত বৰদলৈঃ নিৰ্মীয়মান মাজুলী দলঙৰ প্ৰাৰম্ভণিতে লাগিছে কেণা৷ স্থানীয় ৰাইজ, জাতীয় সংগঠন, মাজুলীয়ানে ৰাজ্যৰ বহুচৰ্চিত নিমাতি-মাজুলী সংযোগী দলঙখনৰ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰিবলৈ বাধ্য হৈ পৰিছে৷

প্ৰাপ্ত তথ্যৰ মতে, ৫৬ টা খুঁটা বিশিষ্ট দলঙখনৰ ৮ আৰু ১০ নম্বৰ খুঁটা দুটাৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কামকাজত গুৰুতৰ বিসংগতি প্ৰত্যক্ষ কৰি মাজুলীৰ স্থানীয় ৰাইজ, দল-সংগঠন, জিলা উপায়ুক্তৰ লগতে স্থানীয় বিধায়কেও ক্ষুব্ধ হৈ উঠিছে৷

ক্ষুদ্ধ মাজুলীৰ স্থানীয় ৰাইজ, দল-সংগঠন, জিলা উপায়ুক্তৰ লগতে স্থানীয় বিধায়কে উক্ত দুয়োটা খুঁটাৰে প্ৰাৰম্ভিক কামকাজ সম্প্ৰতি বন্ধ কৰি ৰাখিছে৷

লগতে পঢ়ক কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

প্ৰাপ্ত তথ্যৰ মতে মাজুলীৰ বহুপ্ৰত্যাশিত দলঙখন আঁসোৱাহপূৰ্ণভাৱে নিৰ্মাণকাৰী সংস্থা ইউপি ষ্টেট ব্ৰীজ ক’পৰেশ্যনে নিম্নমানৰ বালি, চিমেন্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ মাজুলীবাসীয়ে উত্থাপন হৈছে৷

এই অভিযোগৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সঁজাতি দলে দক্ষিণপাটত চলি থকা দলঙৰ কাম পৰিদৰ্শনৰ কৰিবলৈ যায়৷ দলটোৱে পৰিদৰ্শন কালত নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা দলঙৰ খুঁটাসমূহত গুৰুতৰ বিসংগতি ধৰা পেলায়৷

এই কথাৰ খবৰ পায়ে মাজুলী জিলা উপায়ুক্ত পুলক মহন্ত আৰু বিধায়ক ভূৱন গাম নিৰ্মাণস্থলীত উপস্থিত হৈ সম্প্ৰতি বিশেষজ্ঞৰ দল উপস্থিত হৈ খুঁটা পৰীক্ষণ নকৰা পৰ্যন্ত সংশ্লিষ্ট খুঁটাৰ কাম বন্ধ কৰি ৰাখিছে।

লগতে পঢ়ক অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?

উল্লেখ্য যে মাজুলীবাসীৰ সপোনৰ দলঙখন ইউপি ষ্টেট ব্ৰীজ ক’পৰেশ্যনে নিৰ্মাণ কৰিছে৷ দলঙখন নিৰ্মাণত ছিংগাপুৰ, মালয়েছিয়াৰপৰা অনা অত্যাধুনিক প্ৰযুক্তিৰ কৌশল প্ৰয়োগ কৰা হ’ব৷

৫৬ টা খুঁটা বিশিষ্ট দলঙখনৰ ১০টা খুঁটাৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে আৰম্ভ কৰিছে৷ উক্ত দহটা খুঁটাৰ ৮ নং ১০ নং খুঁটা দুটাৰ প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্যতে বিংসগতি ধৰা পৰাত এতিয়া মাজুলীবাসী স্তম্ভিত হৈ পৰিছে৷

দলং নিৰ্মাণত জড়িত কৰ্মীয়ে উক্ত বিষয়টো গুৰুতৰ নহয় বুলি প্ৰকাশ কৰিছে যদিও স্পৰ্শকাতৰ বিষয়টোক আশ্বস্ত হ’ব পৰা নাই মাজুলীবাসী৷

এতিয়া মাজুলীবাসীৰ মনত উত্তৰ প্ৰদেশত ব্লেক লিষ্টেড কোম্পানী ইউ পি ষ্টেট ব্ৰীজ কনষ্ট্ৰাকশ্যন কোম্পানীটোৰ হাতত মাজুলীবাসীৰ সপোন মাজুলীৰ দলঙখনৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব নে বুলি প্ৰশ্ন উত্থাপন হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assammajuli-jorhat bridge
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
Next Post
কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?

কেনেকৈ পৰ্ণ ছবিত নাম সাঙোৰ খাইছিল মাৰ্ভেল গাৰ্ল স্কাৰলেটৰ?

একাধিক যৌনসংগী থকাটো কিমান স্বাস্থ্যকৰ?

একাধিক যৌনসংগী থকাটো কিমান স্বাস্থ্যকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.