• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

4 years ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

18 minutes ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

27 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

55 minutes ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

1 hour ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

2 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

3 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

3 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

3 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

4 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

4 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

4 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ'ল কিন্তু সলনি নহ’ল কংগনা!

editor by editor
June 19, 2022
in ভাৰত, ৰাজনীতি
0
মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশ জ্বলিছে…আন্দোলন চলিছে৷ জম্মু-কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, উত্তৰ-পূবৰ পৰা লক্ষদ্বীপলৈ আন্দোলনত থৰহৰিৰে কঁপিছে দেশ৷

পিছে এই আন্দোলনত এইবাৰ কৃষক নহয়, হিংসাত্মক আন্দোলনত জড়িত হৈ পৰিছে দেশৰ উঠি অহা যুৱ-প্ৰজন্ম৷ কেন্দ্ৰীয় চৰকাৰৰ এটা সিদ্ধান্ত, যি সিদ্ধান্তৰে দেশত লাগু কৰিব বিচাৰিছে অগ্নিপথ নামৰ এখন বিশেষ আঁচনি৷

এই আঁচনিৰ জৰিয়তে দেশৰ সেনা বাহিনীত সংযোজন কৰাৰ সিদ্ধান্ত লৈছে মাত্ৰ ৪ বছৰীয়া এক চাকৰি পৰিক্ৰমা৷ এই ৪ বছৰীয়া চাকৰিৰ পৰিক্ৰমাত প্ৰথমাৱস্থাত সেনা বাহিনীত ১৯ বছৰৰ পৰা ২১ বছৰলৈ দেশসেৱা কৰাৰ সময় ধাৰ্য্য কৰি দিয়া হৈছিল ৷

য’ত প্ৰতিটো মাহত দৰমহা হিচাপে প্ৰায় ৩৯ হাজাৰ ৫০০ টকাকৈ দিয়াৰ আঁচনি গ্ৰহন কৰিছিল কেন্দ্ৰীৰ চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে ৷ আনহাতে এই ৪ বছৰ সেনাবাহিনীৰ চাকৰি সীমা শেষ হোৱাৰ পাছত প্ৰায় ১১-পৰা ১৩ লাখ টকাৰ এককালীন পেঞ্চন দিয়াৰ সিদ্ধান্ত কৰিছিল এই অগ্নিপথ আঁচনিৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে৷

পিছে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিক লৈ বৰ্তমান দেশৰ সৰ্বত্ৰে প্ৰতিবাদমুখৰ হৈ পৰিছে চাকৰিপ্ৰত্যাশী প্ৰতিগৰাকী যুৱক-যুৱতী৷ ইফালে এই আন্দোলনক কেন্দ্ৰ কৰি দেশত দুটা ভাগত বিভক্ত হৈ পৰিছে সাধাৰণ জনতা৷

একাংশ জনতাই চৰকাৰৰ এই অগ্নিপথ আঁচনিক সমৰ্থন আগবঢ়োৱাৰ লগতে অধিকাংশ জনতাই প্ৰতিবাদমুখৰ হৈ পৰিছে এই আঁচনিৰ বিৰুদ্ধে৷

পাছে এই অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কেৱল সাধাৰণ জনতাই জড়িত হৈ পৰিছে এনে নহ’য়, এইবাৰ চৰকাৰক সমৰ্থন আগবঢ়াই নিজ নিজ মত প্ৰকাশত উঠি পৰি লাগিছে একাংশ বলীউড আভিনেতা-অভিনেত্ৰীয়ে৷ফলত প্ৰত্যাশীতভাৱে চৰকাৰৰ পক্ষত পূৰ্বৰ দৰে পুনৰ ঠিয় হৈ সামাজিক মাধ্যমত নিজৰ মত প্ৰকাশ কৰিছে বলীউডৰ বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটে৷

কংগনা ৰাণাৱটে চৰকাৰৰ অগ্নিপথ আঁচনিক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট কৰে যে ভাৰত চৰকাৰৰ এয়া সময় উপযোগী এক ভাল সিদ্ধান্ত৷

কিয়নো আজিৰ সময়ত গৰিষ্ঠ সংখ্যক নৱপ্ৰজন্মই মোবাইলত পাবজি খেলি সময় পাৰ কৰাৰ লগতে ৰাস্তা-ঘাটে আদ্দা মাৰি জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি অবাবত নষ্ট কৰি আছে৷

কিন্তু এই অগ্নিপথ আঁচনিৰ জৰিয়তে সেই অলাগতিয়াল বুলি ভবা প্ৰতিগৰাকী যুৱকে অগ্নিপথ আঁচনিৰ জৰিয়তে এগৰাকী অগ্নিবীৰ হৈ দেশপ্ৰেমৰ গভীৰ মহত্ব বুজি পোৱাৰ লগতে আৰ্থিকভাৱেও অতি কম বয়সত স্বচ্ছল হ’ব পাৰিব৷

কংগনা ৰাণাৱটে লগতে মন্তব্য কৰে যে এনেধৰণৰ দেশসেৱা ইজৰাইলৰ দৰে দেশত প্ৰতিগৰাকী যুৱকৰ বাবে বাধ্যতামূলক৷ কংগনা ৰাণাৱটে চৰকাৰক সমৰ্থন কৰি সামাজিক মাধ্যমত দিয়া এনে মন্তব্য পাছতে গৰিষ্ঠসংখ্যকে কংগনা ৰাণাৱটক সমালোচনা কৰাৰ লগতে অন্য একাংশই কংগনা ৰাণাৱটক সমৰ্থনো আগবঢ়াইছে৷

ইফালে চৰকাৰৰ অগ্নিপথ আঁচনি সম্পৰ্কৰ কংগনা ৰাণাৱটেই নহয় অভিনেত্ৰী ৰবিনা টেণ্ডনেও চৰকাৰৰ সমৰ্থনত সামাজিক মাধ্যমত নিজৰ মন্তব্য পোষ্ট কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam ka newsassam ka tazza khabarassam live 24assam policeaxom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamhimanta biswa sharmahoroscope in assameseindiakangana ranautnarendra-modiRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
Next Post
সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.