• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

4 years ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

49 minutes ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

2 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

2 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

3 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

4 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

5 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

6 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

7 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

17 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

কি হ’ব কংগনা ৰাণাৱটৰ ভৱিষ্যৎ?

editor by editor
May 29, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, চিনেমা, বিনোদন, ভাৰত
0
পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি হ’ব কংগনা ৰাণাৱটৰ ভৱিষ্যৎ? কেন্দ্ৰৰ শাসনাধিষ্ঠিত চৰকাৰক অকাৰণত অতি তোষামোদ কৰি জনতাৰ চকুত দৃষ্টিকটু হ’ল বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট৷ বলীউডত কোনো গডফাডাৰ নোহোৱাকৈ অতি কষ্টৰে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ পৰা মায়ানগৰী মুম্বাইলৈ যাত্ৰা কৰিছিল কংগনা ৰাণাৱটে৷ বলীউডৰ ছবিত অভিনয় কৰা কংগনা ৰাণাৱটৰ বাবে অতি কষ্টকৰ আছিল এই যাত্ৰা৷

মডেলিং জগতৰ পৰা কেৰিয়াৰ আৰম্ভ কৰা কংগনা ৰাণাৱটে যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি নিজৰ এটা সুকীয়া স্থান দখল কৰিছিল বলীউডত৷ ভাৰতত এনে এজন ব্যক্তি নাছিল যিয়ে বলীউড হিৰ’ইন হিচাপে কংগনা ৰাণাৱটক চিনি পোৱা নাছিল বা জনা নাছিল৷ কিন্তু এটা সুন্দৰ ভৱিষ্যৎ লৈ বলীউড জগতখনত দপদপাই থকা প্ৰতিষ্ঠিত অভিনেত্ৰী কংগনা ৰাণাৱটৰ হঠাৎ এনে কি হ’ল যে হঠাৎ আজিৰ দিনটোত পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা ৰাণাৱটৰ সকলো নাম-যশ-গৰিমা৷ কংগনাৰ এনে বিপৰ্যয় দেখি মানসিকভাৱে কংগনাৰ লগতে ভাঙি পৰিছে কংগনাৰ অনুৰাগীসকলেও৷ পিছে বহুতে দোষাৰোপ কৰিব বিচাৰে ইয়াৰ অন্তৰালত কংগনাৰ ৰাজনৈতিক লালসাৰ৷

কিয়নো বৰ্তমানৰ শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰখনত বহুকেইগৰাকী এনে নেতা-নেত্ৰী আছে যিসকলে সামাজিক জীৱনত ৰাজনৈতিক নেতা হিচাপে নহয়, বলীউড চিনেমাৰ অভিনেত্ৰী তথা অভিনেতা হিচাপেহে কেৰিয়াৰ আৰম্ভ কৰিছে৷ উদাহৰণ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা সাসংদ মনোজ তিৱাৰী, শত্ৰুক্ষ্ণ সিনহা, সাংসদ ৰবি কিষাণ, হেমা মালিনী আদিক দেখি হয়তো কংগনাও মন বান্ধিছিল পৰৱৰ্তী জীৱন এক ৰাজনৈতিক নেত্ৰী হিচাপে আগবঢ়াই নিয়াৰ৷ যাৰ বাবে কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দেশত সৃষ্টি কৰা কেইবাটাও বিতৰ্কিত নীতিক অন্ধভাৱে অভিনেত্ৰী কংগনা ৰাণাৱটে সমৰ্থন কৰি দেশৰ জনতাক কটু বাক্য শুনাই কঠোৰ সমালোচনা কৰিছিল৷

কিন্তু এনে সমালোচনাৰ উচিত প্ৰত্যুত্তৰ জনতাই কংগনাক হাতে হাতে দিলে কংগনাৰ শেহতীয়া মুক্তি লাভ কৰা ‘ধাকৰ’ নামৰ ছবিখনক লৈ৷ কিয়নো এই ছবিখনত কংগনা ৰাণাৱটে চিনেমাখনৰ প্ৰযোজক-পৰিচালকক এনে আৰ্থিক সংকটৰ মুখামুখি কৰালে যে প্ৰায় ৭৫ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে ৯টা দিনত ৱ’ৰ্ল্ড ৱাইড কালেকচন আহৰণ কৰিছিল মাত্ৰ প্ৰায় ৪ কোটি টকা৷

৭৫ কোটিৰ বিপৰীতে ৪ কোটি অৰ্জন কৰা কংগনাৰ ধাকৰ ছবিখন ফ্লপ নহয় বলীউড ইতিহাসৰ এখন মহাফ্লপ চিনেমালৈ অৱনমিত হ’ল৷ আনকি যোৱা শনিবাৰ অৰ্থাৎ মুক্তিৰ ৮ নম্বৰ দিনটোত ছবিখনে সৰ্বভাৰতীয় পৰ্যায়ত মাত্ৰ ৪,৪২০ টকাহে ধন অৰ্জন কৰিবলৈ সক্ষম হয়৷ এয়া বলীউড ইতিহাসৰ মহাফ্লপ ছবিৰ উদাহৰণৰ মাইলষ্টনত নাম সন্নিৱিষ্ট হ’ল কংগনা ৰাণাৱট অভিনীত ছবি ‘ধাকৰ’৷

অযুক্তিকৰ ধাৰণাৰে দৰ্শক তথা দেশৰ জনতাক কটু বাক্য শুনাবলৈ ধৃষ্টতা ৰখা কংগনা ৰাণাৱটক এয়া উচিত প্ৰত্যুত্তৰ দিছে দেশৰ জনতাই৷ হয়তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কোনো প্ৰযোজক-পৰিচালকে কংগনা ৰাণাৱটক অভিনেত্ৰী তথা হিৰোইন হিচাপে নাম বাছনি কৰিবলৈ ১০ বাৰ চিন্তা কৰিব৷ এয়া কংগনাৰ বিপৰ্যয়ৰ চৰম পৰিস্থিতি৷ ইয়াৰ পিছত ভৱিষ্যতে কি বাট ল’ব কংগনাই, সেয়া কংগনা ৰাণাৱটে নিজে সিদ্ধান্ত ল’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?
বিনোদন

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

March 16, 2026
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য
বিনোদন

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

March 16, 2026
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?
চিনেমা

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

March 16, 2026
Next Post
দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.