কংগ্ৰেছ নেতৃত্বক সাৱধানবাণী শুনালে কপিল ছিবালে। ‘হাইকমাণ্ডে দলৰ নেতা-কর্মীৰ কথা শুনিবই লাগিব’। ‘অন্যথা জিতিন প্ৰসাদৰ দৰে আৰু বহুতে কংগ্ৰেছ এৰিব’। পূর্ণকালীন সভাপতি নির্বাচনৰ দাবীৰে পত্ৰ ২৩ বিক্ষুব্ধ নেতাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ