• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

4 years ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

7 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

44 minutes ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

1 hour ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

1 hour ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

2 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

2 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

3 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

3 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

4 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

4 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

5 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

editor by editor
July 27, 2022
in অপৰাধ, অসম
0
ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰক্ষকেই যেন ভক্ষক! অৰ্থাৎ অসম আৰক্ষীৰ বিৰুদ্ধে উঠি অহা আটাইতকৈ ডাঙৰ অভিযোগটোৱেই হৈছে ৰক্ষকেই ভক্ষক৷

অসম আৰক্ষীৰ বিৰুদ্ধে থকা এই চিৰন্তন অভিযোগক পুনৰ সত্যতা প্ৰমাণ কৰি এইবাৰ গ্ৰেপ্তাৰ হৈছে এগৰাকী আৰক্ষী বিষয়া৷

ভুৱা গোচৰ ৰুজু কৰি ধন লোৱাৰ অভিযোগত এইবাৰ দৰং জিলাৰ খাৰুপেটীয়াৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ হৈছে৷

লগতে পঢ়ক ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?

অভিযোগ অনুসৰি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই ভুৱা গোচৰ ৰুজু কৰি এজন শিক্ষক আৰু এজন চিকিৎসকক আটক কৰি দুয়োজনৰ পৰাই ৫ লাখ টকা লৈছিল৷ প্ৰকাশিত খবৰ মতে আৰক্ষী বিষয়াজনে ধূলা থানাত কৰ্মৰত অৱস্থাত এই কাণ্ড সংঘটিত কৰিছিল৷

পৰৱৰ্তী সময়ত ধূলা থানাৰ পৰা খাৰুপেটীয়া থানালৈ বদলি হৈছিল উৎপল বৰা। উক্ত ঘটনা আৰক্ষী বিষয়া উৎপল বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে। 

JJM আঁচনিৰ পাইপ চুৰিৰ এক ভুৱা গোচৰত লোক দুজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৫ লাখ টকা বিচাৰিছিল উৎপল বৰাই। বৰ্তমান আৰক্ষী বিষয়া উৎপল বৰাক মঙলদৈ থানাত ৰখা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampolice arrested
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.