• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক কেনেকৈ?

পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক কেনেকৈ?

2 years ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

21 minutes ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

56 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

4 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

5 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

6 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

16 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

17 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

17 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক কেনেকৈ?

পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক কেনেকৈ?

editor by editor
November 6, 2024
in বাণিজ্য, ভাৰত
0
পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক কেনেকৈ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোষ্ট অফিচৰ স্কিমসমূহে সুৰক্ষাৰ সৈতে ভাল ৰিটাৰ্ণ দিয়ে৷ বেছিভাগ লোকেই এতিয়াও এই পোষ্ট অফিচত স্কিমত বিনিয়োগ কৰিবলৈ পছন্দ কৰে৷ কোনোৱে যদি এটা পোষ্ট অফিচ স্কিমত বিনিয়োগ কৰাৰ কথা ভাৱে যি অলপ সময়ৰ ভিতৰতেই উচ্চ সুদ আৰু সুবিধা প্ৰদান কৰে তেনে এটি পোষ্ট অফিচ স্কিম সম্পৰ্কে বিনিয়োগৰ পূৰ্বেই জানি থওক৷ এই পোষ্ট অফিচ স্কিমত বিনিয়োগ বা টাইম ডিপোজিট স্কিমত বিনিয়োগ কৰে যাৰ পৰা প্ৰচুৰ ধন উপাৰ্জন কৰিব পাৰে৷ কোনোৱে যদি পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত বিনিয়োগ কৰিব বিচাৰে তেন্তে নিজৰ নিকটস্থ পোষ্ট অফিচত গৈ এটা একাউণ্ট খুলিব পাৰে৷

এই স্কিমত ৭.৫শতাংশ হাৰত সুদ পোৱা যায়৷ পোষ্ট অফিচৰ টিডিত বিনিয়োগ কেৱল ১০০০ টকাৰেই আৰম্ভ কৰিব পাৰে আৰু সৰ্বোচ্চ যিমান মন যায় সিমান বিনিয়োগ কৰিব পাৰে৷ পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমত ৫লাখ টকা বিনিয়োগ, ৫বছৰৰ পোষ্ট অফিচ টাইম ডিপোজিট স্কিমে ৭.৫শতাংশ হাৰত সুদ প্ৰদান কৰে৷ কোনোৱে যদি ১০ বছৰৰ বাবে পোষ্ট অফিচত ৫,০০,০০০ টকা জমা কৰে তেন্তে সুদ হিচাপে ৫,৫১,১৭৫ টকা পাব আৰু মেছিউৰিটিৰ পৰিমাণ হ’ব ১০,৫১,১৭৫ টকা৷

ইয়াৰোপৰি কোনোৱে যদি ৭.৫ শতাংশ সুদৰ হাৰত ৪লাখ জমা পৰে তেন্তে ১০ বছৰত ৪,৪০,৯৪০ টকা সুদ পাব আৰু মেছিউৰিটিত ৮,৪০,৯৪০ টকা লাভ কৰিব৷ যদি এই স্কিমত কোনোৱে ১০ বছৰৰ বাবে ১,০০,০০০টকা বিনিয়োগ কৰে তেন্তে সুদ পাব ১,১০,২৩৫ টকা৷ এইদৰে মেছিউৰিটিৰ সময়ত ২,১০,২৩৫ টকা লাভ কৰিব৷

কোনোৱে যদি এই FDত ১০লাখ টকা বিনিয়োগ কৰে তেন্তে ৫বছৰত ৭.৫শতাংশ সুদ পাব৷ অৰ্থাৎ নিজৰ বিনিয়োগ কৰা পৰিমাণৰ ওপৰত ৪,৪৯,৯৪৮ টকা সুদ পাব আৰু মুঠ ১৪,৪৯,৯৪৮টকা লাভ কৰিব৷ পোষ্ট অফিচ টাইম ডিপোজিট স্কিমচ এই সুবিধা পোৱা যাব৷ কোনোৱে যদি পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত ৫বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে আয়কৰ আইনক ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাই পোৱা যাব৷ কোনোৱে যদি এই পোষ্ট অফিচ স্কিমত বিনিয়োগ কৰে, তেন্তে ৬মাহৰ পূৰ্বে বিনিয়োগৰ পৰিমান প্ৰত্যাহাৰ কৰা নাযাব৷ কিন্তু বিনিয়োগকাৰীয়ে যদি বিচাৰে মেচিউৰিটিৰ তাৰিখ বঢ়াই ল’বও পাৰে৷ মেচিউৰিটিৰ ৬মাহ পূৰ্বে এই সময় আপুনি বঢ়াই ল’ব পাৰে৷ যদি দুবছৰৰ বাবে কোনোৱে বিনিয়োগ বঢ়াব খোজে তেন্তে মেচিউৰিটিৰ ১বছৰ পূৰ্বে এয়া কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
Next Post
KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো

KKR ৰ পৰা ১৩ কোটি টকা পায়েই ৰিংকুৱে সলালে ঘৰ! আলিগড়ত কিনিলে বিলাসবহুল বাংলো

আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

আগন্তুক সপ্তাহত বৃশ্চিকলৈ আহিব সূৰ্য, বছৰৰ শেষভাগত প্ৰচুৰ ধন লাভ কৰিব ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.