• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংগম অবিহনেই পিতৃ,মাতৃ হ’ব পাৰিব! কৃত্ৰিম শুক্ৰাণু-ডিম্বানুতেই জন্ম হ’ব মানৱ শিশুৰ? কেনেকৈ জন্ম হ’ব একোটা মানৱ শিশুৰ? সবিশেষ পঢ়ক

1 year ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

1 day ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

2 days ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

3 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংগম অবিহনেই পিতৃ,মাতৃ হ’ব পাৰিব! কৃত্ৰিম শুক্ৰাণু-ডিম্বানুতেই জন্ম হ’ব মানৱ শিশুৰ? কেনেকৈ জন্ম হ’ব একোটা মানৱ শিশুৰ? সবিশেষ পঢ়ক

সংগম অবিহনেই পিতৃ,মাতৃ হ’ব পাৰিব! কৃত্ৰিম শুক্ৰাণু-ডিম্বানুতেই জন্ম হ’ব মানৱ শিশুৰ? কেনেকৈ জন্ম হ’ব একোটা মানৱ শিশুৰ? সবিশেষ পঢ়ক

editor by editor
February 6, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
সংগম অবিহনেই পিতৃ,মাতৃ হ’ব পাৰিব! কৃত্ৰিম শুক্ৰাণু-ডিম্বানুতেই জন্ম হ’ব মানৱ শিশুৰ? কেনেকৈ জন্ম হ’ব একোটা মানৱ শিশুৰ? সবিশেষ পঢ়ক
0
SHARES
804
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱ প্ৰজননৰ বাবে নাৰী আৰু পুৰুষ উভয়ৰেই অংশীদাৰিত্ব অপৰিহাৰ্য৷ গৰ্ভধাৰণ তেতিয়াহে হয় যেতিয়া এজন পুৰুষৰ শুক্ৰাণু আৰু নাৰীদেহৰ ডিম্বানুৰ নিষেচন হয়৷ ইয়াৰ পাছতহে ভ্ৰুণৰ বিকাশ হয়৷ কেৱল মানুহেই নহয় সৃষ্টিৰ আদিলগ্নৰ পৰা জীৱ জগতৰ প্ৰায় সকলো প্ৰাণীৰ বংশবিস্তাৰ এনেকৈয়ে হৈ আহিছে৷ কিন্তু এই পদ্ধতিতেই ডাঙৰ পৰিবৰ্তন আহিব আগন্তুক এক দশকত৷ এই দাবী কৰিছে ব্ৰিটেইনৰ এদল বিজ্ঞানীয়ে৷

ব্ৰিটেইনৰ ‘হিউমেন ফাৰ্টিলাইজেছন এণ্ড এমব্ৰায়োলজি অথৰিটি’ৰ এক প্ৰতিবেদনত জনোৱা হৈছে যে বিজ্ঞানীৰ গৱেষণাগাৰত কৃত্ৰিমভাৱে ডিম্বানু আৰু শুক্ৰাণু তৈয়াৰৰ পৰীক্ষা চলি আছে৷ এনে এক প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে য’ত পুৰুষ আৰু মহিলা অবিহনেই জন্ম হ’ব শিশুৰ৷

বিজ্ঞানৰ ভাষাত এই প্ৰক্ৰিয়াটোক কোৱা হৈছে ইন ভিট্ৰো গেমেটোজেনেচিছ বা আই ভি জি৷ এই পদ্ধতিত মানৱ ছাল কিংবা ষ্টেম ছেলৰ পৰা কোষ সংগ্ৰহ কৰা হয়৷ তাৰপৰাই তৈয়াৰ কৰা হয় শুক্ৰাণু আৰু ডিম্বানুৰ৷ বিজ্ঞানীৰ দাবী, পৰীক্ষামূলক পৰ্যায়ত থাকিলেও এয়া আগন্তুক এক দশকৰ ভিতৰত সম্পূৰ্ণ ব্যৱহাৰযোগ্য হৈ উঠিব৷

এই প্ৰক্ৰিয়াই প্ৰজননৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তন আনিব পাৰে বুলি দাবী বিজ্ঞানীৰ৷ প্ৰক্ৰিয়াটো সফল হলে বয়স নিৰ্বিশেষে প্ৰাকৃতিক শুক্ৰাণু আৰু ডিম্বানু অবিহনেই সন্তানধাৰণ সম্ভৱ হ’ব৷ বিশেষকৈ যিসকলে দীৰ্ঘদিন ধৰি চেষ্টা কৰিও পিতৃ মাতৃ হ’ব পৰা নাই তেওঁলোকৰ বাবে অতি উপকাৰী হৈ উঠিব এই পদ্ধতি৷ ইয়াৰোপৰি সমকামী দম্পতিসকলেও সন্তান সুখ লাভ কৰিবলৈ সক্ষম হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

February 7, 2026
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ
জীৱনশৈলী

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

February 7, 2026
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ
জীৱনশৈলী

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

February 7, 2026
Next Post
দাম্পত্যত সুখ নাই? জানক কেনেকৈ প্ৰাকৃতিকভাৱে বঢ়াব টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ

গোলাঘাটৰ মানসৰ নামেৰে হাতত জেতুকা বুলাই আজি বোৱাৰী হ’ব মৰমৰ জানমণি! যুগ্ম জীৱনৰ প্ৰাকক্ষণত আপুনিও শ্যামন্তিকাক জনাওক শুভেচ্ছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন