• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সকলোতকৈ দামী ঘড়ীত এইবাৰ ৰামমন্দিৰ! এই বিশেষ ঘড়ীৰ দাম কিমান?

বিশ্বৰ সকলোতকৈ দামী ঘড়ীত এইবাৰ ৰামমন্দিৰ! এই বিশেষ ঘড়ীৰ দাম কিমান?

2 years ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

1 hour ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

2 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

3 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

4 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

5 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

6 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

6 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

7 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

8 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

9 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

9 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

বিশ্বৰ সকলোতকৈ দামী ঘড়ীত এইবাৰ ৰামমন্দিৰ! এই বিশেষ ঘড়ীৰ দাম কিমান?

বিশ্বৰ সকলোতকৈ দামী ঘড়ীত এইবাৰ ৰামমন্দিৰ! এই বিশেষ ঘড়ীৰ দাম কিমান?

editor by editor
July 29, 2024
in বাণিজ্য, বিশ্ব, ভাৰত
0
বিশ্বৰ সকলোতকৈ দামী ঘড়ীত এইবাৰ ৰামমন্দিৰ! এই বিশেষ ঘড়ীৰ দাম কিমান?
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সকলোতকৈ দামী ঘড়ীত এইবাৰ দেখা যাব ৰামমন্দিৰৰ ছবি৷ ভাইৰেল খবৰ অনুসৰি সীমিত সংখ্যক কেইবাটাও ঘড়ীত অযোধ্যাৰ ৰামমন্দিৰৰ ছবি দিয়া হ’ব৷ ভাইৰেল খবৰ অনুসৰি সকলো মিলি মাত্ৰ ৪৯ টা বিশেষ ঘড়ী তৈয়াৰ কৰিছে ছুইজাৰলেণ্ডৰ বিখ্যাত ঘড়ী প্ৰস্তুতকাৰী সংস্থা জেকব এণ্ড কোঙে৷

ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিক তুলি ধৰাৰ উদ্দেশ্যেৰেই এই ঘড়ী তৈয়াৰৰ সিদ্ধান্ত লোৱা হৈছে৷ ছুইচ সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ভাৰতৰ ৰিটেলাৰ ইথোছ ৱাচেছৰ সৈতে জুঁটি বান্ধি এই ঘড়ী তৈয়াৰৰ সিদ্ধান্ত লৈছে জেকব এণ্ড কোং য়ে৷ প্ৰকাশিত তথ্য অনুসৰি ঘড়ীৰ কাঁটা ঠিক ৯ চোৱাৰ স্থানতেই থাকিব অযোধ্যাৰ ৰামমন্দিৰৰ ছবি৷ ৩বজাৰ কাটাৰ ওচৰত থাকিব ভগৱান ৰাম আৰু হনুমানৰ ছবি৷ হাতঘড়ীৰ ৬ৰ ঘৰত লেখা থাকিব জয় শ্ৰীৰাম৷ মূলত বগা ডায়েলৰ ওপৰত কলা আৰু গেৰুৱা ৰং দি এই ছবি তুলি ধৰা হ’ব বিশ্বৰ সকলোতকৈ দামী ঘড়ীত৷

ঘড়ীৰ ব্ৰেণ্ডটোও নামো গেৰুৱা ৰঙেৰেই লিখা হ’ব৷ ছুইচ সংস্থাৰ তৰফৰ পৰা কোৱা অনুসৰি, ‘‘আধ্যাত্মিকতা, শুদ্ধতা, প্ৰাৰ্থনা আৰু তিনি বিষয়ক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে এই গেৰুৱা ৰং৷ ঘড়ীৰ প্ৰতিটো অংশ যেন ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিকতাৰ মূৰ্ত প্ৰকাশ৷ ভাৰতৰ ঐতিহ্যক সন্মান জনাই বিশেষভাৱে বনোৱা হৈছে এই ঘড়ী৷

বিশেষকৈ এই ঘড়ীৰ দাম কিমান সেই বিষয়টোক লৈয়ো চলিছে চৰ্চা৷ ৪১ হাজাৰ ডলাৰৰ বিনিময়ত এই লিমিটেড এডিছনৰ ঘড়ী আপুনি ক্ৰয় কৰিব পাৰিব৷ ভাৰতীয় মুদ্ৰাত এই অংকটো ৩৪ লাখ টকা৷ ছুইচ সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে মাত্ৰ ৪৯টা ঘড়ী তৈয়াৰ কৰা হৈছে৷ তাৰমাজতেই ৩৫টা ঘড়ী ইতিমধ্যেই বিক্ৰিও হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

July 7, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
Next Post
বিয়াৰ আঙঠি হে’ৰাল, অলিম্পিকৰ খেলৰ মাজতে পত্নীক ক্ষমা খুজি এজন এথলিটৰ বিশেষ প’ষ্ট

বিয়াৰ আঙঠি হে’ৰাল, অলিম্পিকৰ খেলৰ মাজতে পত্নীক ক্ষমা খুজি এজন এথলিটৰ বিশেষ প’ষ্ট

কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.