• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী মোদী কিমান জনপ্ৰিয়? জানি আচৰিত হ’ব আপুনি…

বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী মোদী কিমান জনপ্ৰিয়? জানি আচৰিত হ’ব আপুনি…

5 years ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

9 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

49 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী মোদী কিমান জনপ্ৰিয়? জানি আচৰিত হ’ব আপুনি…

editor by editor
December 15, 2021 - Updated on December 19, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী মোদী কিমান জনপ্ৰিয়? জানি আচৰিত হ’ব আপুনি…
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বৰ ‘প্ৰশংসনীয় ব্যক্তি’ৰ তালিকাত প্ৰধানমন্ত্ৰী মোদী৷ তালিকাৰ অষ্টম সংখ্যক স্থানত আছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী৷ YouGovtয়ে প্ৰকাশ কৰিলে ‘World’s Most Admired Men 2021’ৰ তালিকা৷ তালিকাৰ শীৰ্ষত আছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা৷ বলীউড মেগাষ্টাৰ অমিতাভ বচ্চন আৰু ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰো স্থান লাভ বিশ্বৰ সৰ্বাধিক প্ৰশংসনীয় ব্যক্তিৰ তালিকাত৷ এই বৰ্ষত ৩৮ খন দেশৰ ৪২ হাজাৰ ব্যক্তিৰ মাজত চলোৱা হৈছিল এই সমীক্ষা৷ তালিকাৰ শীৰ্ষ ২০ ত স্থান লাভ কৰিছে ৫ গৰাকী ভাৰতীয়ই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মেগাষ্টাৰ অমিতাভ বচ্চন, ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ক্ৰিকেটৰ কিংবদন্তী শচীন টেণ্ডুলকাৰ আৰু বিৰাট কোহলীয়ে স্থান লাভ কৰিছে তালিকাত৷ তালিকাৰ প্ৰথম ৩টা স্থানত আছে ক্ৰমে বাৰাক অ’বামা, বিল গেটচ, জি জিনপিং৷

World’s Most Admired Men 2021 (1-10)

1. Barack Obama 🇺🇸
2. Bill Gates 🇺🇸
3. Xi Jinping 🇨🇳
4. Cristiano Ronaldo 🇵🇹
5. Jackie Chan 🇨🇳
6. Elon Musk 🇿🇦
7. Lionel Messi 🇦🇷
8. Narendra Modi 🇮🇳
9. Vladimir Putin 🇷🇺
10. Jack Ma 🇨🇳https://t.co/oBV8X1gh6E pic.twitter.com/IedkTP2d7c

— YouGov (@YouGov) December 14, 2021

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amitabh bacchanasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelnarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
Next Post
অচিৰেই ৰাজ্যত সলনি হ’ব চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া! পূৰ্ব লিখিত আৰু মৌখিক পৰীক্ষাৰ বিপৰীতে নতুন নিযুক্তি প্ৰক্ৰিয়া কি?

অচিৰেই ৰাজ্যত সলনি হ’ব চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া! পূৰ্ব লিখিত আৰু মৌখিক পৰীক্ষাৰ বিপৰীতে নতুন নিযুক্তি প্ৰক্ৰিয়া কি?

শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব iPhone 14 Pro! নতুন কি কি বিশেষ সুবিধা থাকিব এইটো স্মাৰ্টফোনত?

শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব iPhone 14 Pro! নতুন কি কি বিশেষ সুবিধা থাকিব এইটো স্মাৰ্টফোনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.