• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

1 year ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

23 minutes ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

1 hour ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

2 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

3 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

4 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

5 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

6 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

6 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

7 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

7 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

7 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?

editor by editor
November 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিয়াৰ পূৰ্বেই সন্তান, স/ম্ভো/গ! মেলাত গৈ পলাই যোৱাটোৱেই ৰীতি এই জনজাতিৰ, ভাৰতৰ ক’ত এই উপজাতি আছে?
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান জনপ্ৰিয় হৈছে লিভ ইনৰ সম্পৰ্ক৷ এতিয়াও অৱশ্যে আমাৰ সমাজে মুকলিকৈ আদৰি লোৱা নাই লিভ ইন ৰিলেছনচিপ৷ কিন্তু জানেনে এই প্ৰথা আছে প্ৰাচীনকালৰ পৰাই৷ তাকো ভাৰততেই আছে এই প্ৰথা৷ প্ৰাচীনকালৰ পৰাই এক বিশেষ ধৰণৰ উপজাতীয়ে বাস কৰে ৰাজস্থানত৷ গুজৰাটতো কিছু এনে প্ৰজাতি আছে৷ মূলত বনত বসবাস কৰে এওঁলোকে৷ গেৰাছিয়া হৈছে ভাৰতৰ এক আদিম উপজাতি এওঁলোকৰ সংস্কৃতি আৰু জীৱনচৰ্চা অন্য আদিম অধিবাসীসকলতকৈ পৃথক৷ ৰংচঙীয়া পোছাক, হাতেৰে তৈয়াৰী গহনা আৰু নাচ, গান কৰিয়েই বছৰৰ বেছিভাগ দিন কটাই তেওঁলোকে৷

এই প্ৰগতিশীল দৃষ্টিভংগী ৰাখে জীৱনৰ ক্ষেত্ৰত৷ বিবাহৰ ক্ষেত্ৰত যুৱতীৰ থাকে স্বামী নিৰ্বাচনৰ সুযোগ৷ ৰাজস্থানৰ গেৰছিয়া উপজাতিসকলৰ এক মেলা হয়৷ তাতেই বিবাহৰ উপযুক্তসকলে এই মেলালৈ যায়৷ তাতেই গৈ লৰা আৰু ছোৱালী উভয়কে পছন্দ কৰিলে তেওঁলোক মেলাৰ পৰা পলাই যায়৷ তাৰপাছতেই বিয়া নকৰাকৈয়ে দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰে৷ সন্তান জন্ম দি হে তেওঁলোক গাওঁলৈ উভতি আহে৷ তেতিয়াই পিতৃ-মাতৃয়ে খুব আড়ম্বৰপূৰ্ণভাৱে বিয়া কৰাই দিয়ে দুয়োকে৷

কেতিয়াৰে পৰা এই বিশেষ জাতিত আছে এনে অভিনৱ বিবাহ প্ৰথা? জনা গৈছে এই প্ৰথা বহু শতাব্দী প্ৰাচীন৷ বহুকাল পূৰ্বে এক পৰিয়ালত চাৰি ভাতৃ আছিল৷ সেই চাৰি ভাতৃৰ মাজত তিনিজনে ভাৰতীয় ৰীতি অনুসৰি বিয়া কৰাইছিল আৰু এজন ভায়েকে বিয়া নকৰাকৈয়ে যুৱতীৰ সৈতে থাকিবলৈ লয়৷ সেই তিনি ভায়েকৰ সন্তান নাছিল কিন্তু চতুৰ্থ ভাতৃৰ এটা সন্তান জন্ম হয়৷ তেতিয়াৰে পৰাই সেই উপজাতীৰ মাজত লিভ ইন ৰিলেছনচিপ প্ৰথা আৰম্ভ হয়৷

জনা গৈছে, গেৰছিয়া নাৰীয়ে বিচাৰিলে প্ৰথমে সংগী থকা সত্ত্বেও পৰবৰ্তী মেলাত অন্য সংগী বাছি ল’ব পাৰে৷ এইক্ষেত্ৰত নতুন সংগীৰ সৈতে জীৱন আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকৰ প্ৰাক্তন পত্নীক ক্ষতিপূৰণ দিব লাগে৷ কিছু ক্ষেত্ৰত দম্পত্তিয়ে আনকি সন্তান জন্মৰ পাছতো বিয়া নকৰাকৈ একেলগে থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

March 20, 2026
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

March 20, 2026
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…
বিনোদন

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

March 20, 2026
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো
জীৱনশৈলী

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

March 20, 2026
Next Post
সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৩ৰাশিৰ ওপচি পৰিব ধন, হাত মেলিলেই সাফল্য আহিব কাৰ কাৰ?

সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৩ৰাশিৰ ওপচি পৰিব ধন, হাত মেলিলেই সাফল্য আহিব কাৰ কাৰ?

৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে বিজয়ী ভাষণ ড’নাল্ড ট্ৰাম্পৰ

৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে বিজয়ী ভাষণ ড’নাল্ড ট্ৰাম্পৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.