• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ’ দেখি হাঁহিত ফাটি পৰিছে সকলো

2 years ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

8 minutes ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

55 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

3 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

6 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ’ দেখি হাঁহিত ফাটি পৰিছে সকলো

editor by editor
June 11, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ’ দেখি হাঁহিত ফাটি পৰিছে সকলো
0
SHARES
607
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ’ দেখি হাঁহিত ফাটি পৰিছে সকলো

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। যি ভিডিঅ’ দেখি হাঁহিত ফাটি পৰিছে বহু লোক। কিয়নো ভিডিঅ’টোত এক এনে দৃশ্য দেখা গৈছে যি দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এগৰাকী লোকৰ দেহ। স্থানীয় লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়। যাৰ বাবে আৰক্ষীক খবৰ কৰা হয় ঘটনা সন্দৰ্ভত। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

তেলেংগানাৰ হনুমাকোণ্ডা জিলাৰ পৰা পোহৰলৈ আহিছে এই ভিডিঅ’। ৰেড্ডীপুৰম আৰক্ষীয়ে তথ্য লাভ কৰে যে প্ৰায় ৫ ঘণ্টা ধৰি পুখুৰী এটাত পানীত ওপঙি আছিল এগৰাকী লোক।

যাৰ বাবে আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত পানীৰ পৰা মৃতদেহটো উদ্ধাৰৰ বাবে নামি যায়। হাতত ধৰি টানি আনোতেই হৈ যায় অঘটন। মৃতদেহ বুলি টানোতে ওলাই পৰে এগৰাকী জীৱিত লোক। নিজেই উঠি বলে লোকগৰাকী। যি দৃশ্য জেখি হাঁহিবই নে আচৰিতে হব আৰক্ষী থতমত খাই পৰে।

https://x.com/AAnamika_/status/1800391462871613731

পুৱা ৭ বজাৰ পৰা বিয়লি ১২ বজালৈ পানীত মাজত সোমাই কেৱল মুখখন উলিয়াই উপঙি আছিল লোকগৰাকী। যাৰ বাবে সেই লোকগৰাকী মৃতদেহ বুলি ভাবে বহু লোকে।

পাছত আৰক্ষীয়ে লোকগৰাকীক কিয় তেনেদৰে আছি বুলি সোধপোচ কৰোতে জানিব পাৰে যে, ১০ দিন ধৰি নিতৌ ১২ ঘণ্টাকে এটা গ্ৰেনাই খনিত কাম কৰি আছিল লোকগৰাকী। প্ৰচণ্ড গৰমৰ বাবে অসহ্য লাগি আহিছিল। সেয়ে শৰীৰটো শাত পেলাবলৈ তেনেদৰে পানীৰ মাজত সোমাই থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: social mediaSocial Media ViralSocial media Viral Photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
Next Post
মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ

অতিকে শোকাৱহ, এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৪ জনকৈ ইউটিউবাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন