• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘লাভ জেহাদ’ৰ সৃষ্টিকৰ্তা বিজেপি নহয়! দেশত ব্ৰিটিছৰ শাসন থাকোতেও কেইবাঘণ্টা জুৰি লাভ জেহাদৰ চৰ্চা চলিছিল পাৰ্লিয়ামেণ্টত

‘লাভ জেহাদ’ৰ সৃষ্টিকৰ্তা বিজেপি নহয়! দেশত ব্ৰিটিছৰ শাসন থাকোতেও কেইবাঘণ্টা জুৰি লাভ জেহাদৰ চৰ্চা চলিছিল পাৰ্লিয়ামেণ্টত

3 years ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 minutes ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

30 minutes ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

18 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

20 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

21 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

21 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

22 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

22 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

23 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

23 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘লাভ জেহাদ’ৰ সৃষ্টিকৰ্তা বিজেপি নহয়! দেশত ব্ৰিটিছৰ শাসন থাকোতেও কেইবাঘণ্টা জুৰি লাভ জেহাদৰ চৰ্চা চলিছিল পাৰ্লিয়ামেণ্টত

editor by editor
August 1, 2023
in অসম, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘লাভ জেহাদ’ৰ সৃষ্টিকৰ্তা বিজেপি নহয়! দেশত ব্ৰিটিছৰ শাসন থাকোতেও কেইবাঘণ্টা জুৰি লাভ জেহাদৰ চৰ্চা চলিছিল পাৰ্লিয়ামেণ্টত
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘লাভ জেহাদ’ বন্ধ কৰিবলৈ বজৰং দলে ৰাজ্যত আয়োজন কৰিছে অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ। সম্প্ৰতি বিশেষ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত চলা চৰ্চাৰ পাছতেই তদন্তৰ নিৰ্দেশ দিছে ডিজিপি জি পি সিঙে। ভিডিঅ’টোত প্ৰায় ৩৫০ গৰাকীমান যুৱকক অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছে। উদ্দেশ্য, লাভ জেহাদ ৰোধ কৰা। বিজেপি আৰু উগ্ৰ হিন্দুত্ববাদী একাধিক সংগঠনৰ দাবী, ‘মুছলমান সম্প্ৰদায়ৰ তৰুণসকলে প্ৰেমৰ জালত হিন্দু মহিলাসকলক ফচাই ধৰ্মান্তৰ কৰাবলৈ লৈছে।’ এই কাৰ্যকেই উগ্ৰ হিন্দুত্ববাদী সংগঠনসমূহে নাম দিছে ‘লাভ জেহাদ’। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰায়েই এই মন্তব্য কৰি আহিছে। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ২০২০ চনত লিখিত প্ৰশ্নৰ উত্তৰত জনাইছিল, ‘লাভ জেহাদ বুলি ভাৰতীয় আইনত কোনো অস্তিত্ব নাই।’

অসমত এতিয়া বহুল চৰ্চিত শব্দই হৈছে লাভ জেহাদ। কিন্তু ইয়াৰ মাজতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে তেওঁ হিন্দু মুছলমান দুয়ো সম্প্ৰদায়েই ৰাজ্যত শান্তিপূৰ্ণ সহাৱস্থান কৰিব বিচাৰে। লাভ জেহাদ কেৱল অসমতেই চৰ্চিত তেনে নহয়। দেশৰ প্ৰায়কেইখন ৰাজ্যতেই এই শব্দ বহুল চৰ্চিত এক শব্দ। প্ৰেম, দেশত এতিয়াও বিপজ্জনকেই। পৰিয়াল, ধৰ্ম, জাতিৰ দোহাই দি প্ৰেমক আজিও নিয়ন্ত্ৰণ কৰা হয় দেশত। গ্ৰামাঞ্চল বা সৰু মফচলীয় চহৰসমূহত একাংশই জাতি ধৰ্মৰ বাধা ওফৰাই একলগো হৈছে। দেশত এতিয়াও বিবাহ কেৱল নাৰী পুৰুষৰ মত নহয়। বিবাহ পৰিয়ালৰ মত। বিবাহ মানেই পৰিয়াল, ধৰ্ম-সম্প্ৰদায়ে ঠিক কৰা এক অনুষ্ঠান। এতিয়াও দেশৰ ৯০ শতাংশতকৈয়ো অধিক বিবাহেই পৰিয়ালৰ হস্তক্ষেপত হয়। সেই ৰৈ যোৱা ১০ শতাংশ বিবাহিত হৈ পৰে বিদ্ৰোহী। দুই ভিন্ন ধৰ্মী লোকৰ মাজত বিবাহ এতিয়াও বিৰল ঘটনা ভাৰতত। এক সমীক্ষাই প্ৰকাশ কৰামতে দেশত ধৰ্মৰ বিৰুদ্ধাচৰণ কৰি অনুষ্ঠিত হৈছে মাত্ৰ ২ শতাংশ বিবাহহে।

লাভ জেহাদৰ ইতিহাস

বহুতেই বিশ্বাস কৰে কট্টৰ হিন্দুত্ববাদী দলসমূহে ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যে সময়ে সময়ে ব্যৱহাৰ কৰা শব্দই ‘লাভ জেহাদ’। ভাৰতত দুই ভিন্ন ধৰ্মৰ লোকৰ মাজত বিবাহৰ বিৰোধীতা আজিৰ নহয়। এই ইতিহাস বৰ পুৰণি। এনে বিবাহৰ উদাহৰণ ভাৰতৰ ইতিহাসত তথ্য প্ৰমাণসহ আছে। ১৯২০ৰ পৰা ১৯৩০ ৰ সময়ছোৱাত উদ্ভুত সাম্প্ৰদায়িক উত্তেজনাময় পৰিবেশ উত্তৰ ভাৰতত বহুপৰিমানে আছিল। উত্তৰ ভাৰতত সেই সময়তে গঢ় লৈ উঠিছিল হিন্দু সংগঠন। সেই সংগঠনৰ উদ্দেশ্যই আছিল, সেই এলেকাসমূহত কোনো মুছলমান যুৱকে হিন্দু নাৰীক বিয়া কৰাব নোৱাৰিব। হিন্দু যুৱতী বিয়া কৰালে তাক অপহৰণ বুলি ধৰা হ’ব। ১৯২৮ চনত কানপুৰত এজন মুছলমান চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে পোনতে লাভ জেহাদৰ অভিযোগ উঠিছিল। সেই মুছলমান কৰ্মচাৰীজনে এগৰাকী হিন্দু যুৱতীক বলপূৰ্বক বিয়া কৰাই মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাইছিল। তেতিয়া দেশত ব্ৰিটিছৰ শাসন। এই ঘটনা গৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্ট পাইছিলগৈ। ব্ৰিটিথছ পাৰ্লিয়ামেণ্টতো বিষয়টোক লৈ কেইবাঘণ্টাজোৰা তৰ্ক বিতৰ্ক চলিছিল। তেতিয়াই দেশত জন্ম লৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছেও। এতিয়া দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে সেই সময়ত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। সেই প্ৰস্তাৱত তেওঁলোকে উল্লেখ কৰিছিল, ‘যিসকল নাৰীক অপহৰণ কৰি জোৰকৈ বিয়া কৰাই তেনে নাৰীক উভতাই আনিব লাগে। বলপূৰ্বক ধৰ্ম সলনি কৰোৱাটো অবৈধ। মানুহক নিজৰ পছন্দৰ জীৱন কটোৱাত কোনেও বাধা দিব নোৱাৰে। নিজৰ পছন্দৰ জীৱন ঘূৰাই আনিবলৈ তেওঁলোকক সুযোগ দিব লাগে।’

একাংশ গৱেষক আৰু পৰ্যবেক্ষকে দাবী কৰামতে লাভ জেহাদৰ নামত অতীত তথা বৰ্তমানৰ মাজত কেইবাটাও অমিল পোৱা গৈছে। বিশেষ কেইটামান দলৰ বাবে এতিয়া লাভ জেহাদেই প্ৰধান অস্ত্ৰ হৈ পৰিছে। স্বাধীনতাৰ আগলৈকে লাভ জেহাদ কেৱল এক সংবাদ আছিল। মূলধাৰাৰ ৰাজনৈতিক কোনো দলেই ইয়াক ৰাজনীতিৰ হাঁথিয়াৰ হিচাপে লোৱা নাছিল।কিন্তু ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছতেই বিভাজনো হৈছে। এই বিভাজনতেই ১০ লাখ মানুহে মৃত্যুক আঁকোৱালিও লৈছিল। ডেৰ কোটি মানুহ গৃহহীন হৈছিল। বহু মুছলমানে অনিচ্ছাস্বত্বেও পাকিস্তানলৈ গুচি যাব লগা হৈছিল। আনহাতে পাকিস্তানত থকা বহু হিন্দু আৰু শিখে ভাৰতলৈ আহিব লগা হৈছিল। দেশৰ ভাগ বটোৱাৰাত আটাইতকৈ বেছি নিৰ্যাতনৰ বলি হৈছিল মহিলাসকলেই। তেতিয়াৰে পৰাই দেশত ধৰ্মৰ বিভেদ আৰু বেছি গভীৰ হৈ পৰিছিল। সেই ধৰ্মীয় বিভেদৰ গভীৰতা আজিও শিঁপাই আছে দুই ধৰ্মৰেই মাজত, যাৰ ফলশ্ৰুতিতেই সময়ে সময়ে অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত প্ৰেম নতুবা বিবাহৰ সৈতে জড়িত পৰা শব্দ হৈ পৰিছে ‘লাভ জেহাদ’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

March 14, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

হাৰিয়ানাত সংঘৰ্ষ! মছজিদত অগ্নিসংযোগ, নিহত এজন ইমাম, কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে সমগ্ৰ ঘটনা?

৩ মাহত ৫০০ ফ’লৱাৰ্ছ! টুইটাৰত আয় কৰাৰ উপায় দিলে এলন মাস্কে

৩ মাহত ৫০০ ফ’লৱাৰ্ছ! টুইটাৰত আয় কৰাৰ উপায় দিলে এলন মাস্কে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.