অসম লাইভ ২৪ঃ বিশ্বজয়ৰ লক্ষৰে টকিঅ’ত উপস্থিত অসম কন্যা লাভলীনা। আজি বিয়লি জাপানৰ ৰাজধানী চহৰ টকিঅ’ত উপস্থিত হয় অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব অসমৰ তাৰকা খেলুৱৈগৰাকীয়ে। ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক। খেলুৱৈগৰাকীলৈ শুভেচ্ছা অসমবাসীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ