• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

1 month ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

13 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

1 hour ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

3 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

4 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

4 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

4 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

5 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

6 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

6 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

7 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

editor by editor
February 6, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপষ্টিন ফাইলক লৈ বিতৰ্ক তুংগত৷ এই সময়তে যৌন অপৰাধী জেফ্ৰি এপষ্টিনৰ মেডিকেল ৰিপোৰ্ট ভাইৰেল হৈছে৷ সেই ৰিপৰ্টত দেখা গৈছে এপষ্টিন একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল৷ তেওঁৰ শৰীৰত টেষ্টোষ্টেৰণৰ মাত্ৰাও কম আছিল৷

এপষ্টিন আৰু তেওঁৰ চিকিৎসকৰ মাজৰ কথোপকথনৰ কিছু তথ্য লাভ কৰা হৈছে৷ এটা মেইলত দেখা গৈছে যে চিকিৎসক মেক্সমেনে তেওঁক যৌনাঙ্গবৰ্ধক ঔষধ খাবলৈ পৰামৰ্শ দিছে৷ এই পৰামৰ্শ সম্বলিত বহু মেইলৰ সন্ধান পোৱা গৈছে৷ মেইলসমূহ দেখা গৈছে যৌন উত্তেজনাবৰ্ধক ঔষধ খোৱাৰ বিষয়ে যুৱকসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল এপষ্টিনে৷

এপষ্টিনৰ মেডিকেল ৰিপৰ্টে কৈছে, শেষ কেইবাবছৰত তেওঁৰ শৰীৰত প্ৰতি ডেচিলিটাৰত টেষ্টোষ্টেৰণৰ পৰিমাণ আছিল ১২৫ৰ পৰা ১৪২ নেনোগ্ৰাম৷ সাধাৰণভাৱে এজন পূৰ্ণবয়স্ক সুস্থ মানুহৰ দেহত ইয়াৰ পৰিমাণ হোৱা উচিত প্ৰতি ডেচিলিটাৰত ৩০০ নেনোগ্ৰাম৷ টেষ্টোষ্টেৰণ আৰু যৌন ইচ্ছা কমি যোৱাক লৈ উদ্বিগ্নও হৈছিল এপষ্টিন৷ ২০১৫ চনত চিকিৎসকক মেইল কৰি সমাধানো বিচাৰিছিল৷ এজন চিকিৎসকে তেওঁক ক্লোমিডৰ দৰে ঔষধ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছিল৷ কিন্তু পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ কথা জনাই ২০১৬ চনতেই এই ঔষধ খোৱা বন্ধ কৰিছিল এপষ্টিনে৷

এপষ্টিন ফাইলত থকা মেডিকেল ৰিপৰ্টত লগতে দেখা গৈছে, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল এপষ্টিন৷ তেওঁৰ মূত্ৰত তেজ পোৱা গৈছিল৷ শৰীৰৰ বিভিন্ন অংগত বিয়পিছিল সংক্ৰমণ৷ শুক্ৰবাৰে অৰ্থাৎ আজি আমেৰিকাৰ বিচাৰ দপ্তৰে এপষ্টিন ফাইলৰ ৩০ লাখ পৃষ্ঠা প্ৰকাশ কৰিছে৷ তাৰ মাজত আছে ২০০০ ভিডিঅ’৷ ১ লাখ ৮০ হাজাৰ ছবি৷ ইয়াৰ পূৰ্বে প্ৰকাশিত ফাইলসমূহত এপষ্টিনৰ সৈতে দেখা গৈছিল মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্প, প্ৰাক্তন মাৰ্কিন প্ৰেচিডেণ্ট বিল ক্লিণ্টনক৷ ঘৰত আৰু বাহিৰতো চাপৰ মুখত পৰি বিগত নৱেম্বৰত এপষ্টিন সংক্ৰান্তিয় ফাইল প্ৰকাশ্যে অনাৰ সিদ্ধান্ত লয় মাৰ্কিন প্ৰেচিডেণ্টে৷ ২০০৮ চনত এপষ্টিনৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণ আৰু নিগ্ৰহৰ অভিযোগ দাখিল হয়৷ ২০১৯ চনৰ আগষ্টত গ্ৰেপ্তাৰীৰ পাছত কাৰাগাৰতেই আত্মহত্যা কৰে এপষ্টিনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
Next Post
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.