• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

4 months ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

সোণে দেখুৱাই আছে যাদু! গহণা ক্ৰয়ৰ এয়াই নেকি উচিত সময়?

19 minutes ago
৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

1 hour ago
জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

3 hours ago
অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

3 hours ago
গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

Daily Horoscope: সৌভাগ্যৱান ৩ ৰাশি, আজি পাব ইটোৰ পিছত সিটো সুযোগ!

5 hours ago
জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?

জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?

13 hours ago
ভাল খবৰ! EPFত আহিল বিশেষ সুবিধা

ভাল খবৰ! EPFত আহিল বিশেষ সুবিধা

14 hours ago
‘ৰাজীৱ গান্ধীৰ কোলাত ছোনিয়া গান্ধী…’ ৰাহুল গান্ধীৰ মন্তব্যক লৈ বিতৰ্ক!

‘ৰাজীৱ গান্ধীৰ কোলাত ছোনিয়া গান্ধী…’ ৰাহুল গান্ধীৰ মন্তব্যক লৈ বিতৰ্ক!

14 hours ago
ফিলিপাইনছত মোদীৰ প্ৰশংসাত পঞ্চমুখ ডোনাল্ড ট্ৰাম্প

ফিলিপাইনছত মোদীৰ প্ৰশংসাত পঞ্চমুখ ডোনাল্ড ট্ৰাম্প

15 hours ago
১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

16 hours ago
কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

১৬ আগষ্টৰ ভিতৰত এই কাম নকৰিলে আৰু এল পি জি চিলিণ্ডাৰ নাপাব!

editor by editor
August 1, 2026
in বাণিজ্য, বিবিধ, লেখা
0
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
0
SHARES
759
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এল পি জি চিলিণ্ডাৰ সন্দৰ্ভত আহিছে ডাঙৰ আপডেট। যদিহে গ্ৰাহকে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাম নকৰে, তেন্তে তেওঁলোকে এল পি জি চিলিণ্ডাৰ লাভ কৰাত সমস্যাৰ সন্মুখীন হ’ব পাৰে। এল পি জি চিলিণ্ডাৰ ৰাজসাহায্যও বন্ধ হ’ব পাৰে।

দেশৰ সকলো ঘৰুৱা গ্ৰাহকে আধাৰ ভিত্তিক ই-কেৱাইচি কৰিব লাগিব বুলি দেশৰ তেল বিপণন কোম্পানীসমূহে জনাইছে। এই কাম ১৬ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

ই-কেৱাইচি নকৰিলে কি হ’ব?

ইতিমধ্যে এল পি জি কোম্পানীসমূহে এছ এম এছৰ জৰিয়তে গ্ৰাহকক ই-কে ৱাই চি আপডেটৰ বিষয়ে অৱগত কৰিছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ই-কে ৱাই চি আপডেট নকৰাসকলক ৰাজসাহায্যযুক্ত এল পি জি চিলিণ্ডাৰ দিয়া নহ’ব। এল পি জি চিলিণ্ডাৰৰ ৰাজসাহায্য বন্ধ হ’ব পাৰে বা এল পি জি চিলিণ্ডাৰ ডেলিভাৰীও বন্ধ হ’ব পাৰে। তাৰ পিছত তেওঁলোকে অতিৰিক্ত খৰচত এল পি জি চিলিণ্ডাৰ কিনিব লাগিব।

মন কৰিবলগীয়া যে বৰ্তমান কলকাতাত ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ৯৬৮ টকা।

ই-কেৱাইচি ক’ত আপডেট কৰিব?

ইণ্ডিয়ান অইলৰ গ্ৰাহকে ইণ্ডিয়ান অইল ৱান এপ ব্যৱহাৰ কৰি ঘৰৰ পৰাই নিজৰ ই-কে ৱাই চি আপডেট কৰিব পাৰিব। নিজৰ গেছ বিতৰক বা গেছ ডেলিভাৰী সেৱালৈ অহাসকলেও নিজৰ এপৰ জৰিয়তে ই-কেৱাইচি আপডেট কৰিব পাৰিব।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰাজসাহায্য নীতিও সলনি কৰা হৈছে। ইয়াৰ পূৰ্বে বছৰি ৯টা চিলিণ্ডাৰত ৰাজসাহায্য লাভ কৰা হৈছিল। এতিয়া চাৰিটা চিলিণ্ডাৰত ৰাজসাহায্য লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24LPG
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?
বাণিজ্য

সোণে দেখুৱাই আছে যাদু! গহণা ক্ৰয়ৰ এয়াই নেকি উচিত সময়?

November 18, 2026
৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক
ভাৰত

৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

November 18, 2026
জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত
বিনোদন

জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

November 18, 2026
অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!
বিনোদন

অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

November 18, 2026
Next Post
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.