• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

1 month ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 minutes ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

46 minutes ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

1 hour ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

2 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

3 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

11 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

11 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

11 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

12 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

12 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

13 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কোনো কাগজ-কলমেৰে নহয় লোকপিয়ল।

editor by editor
August 1, 2026
in প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
0
SHARES
530
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। কোনো এটা ভুল হ’লেই দ্বিতীয়বাৰ বাবে কৰিব নোৱাৰিব শুদ্ধ। ১৬ আগষ্টলৈ মুকলি থাকিব এই স্ব-পঞ্জীয়নৰ ব্যৱস্থা। প্ৰথমবাৰৰ বাবে কোনো কাগজ-কলমেৰে নহয় লোকপিয়ল, এয়া সম্পূৰ্ণ ডিজিটেল হ’ব। নিজ নিজ পৰিয়ালৰ বাবে তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। নাগৰিকসকলৰ বাবে কৰা হৈছে স্ব পঞ্জীয়নৰ ব্যৱস্থা।

কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্ব-গণনা?

অফিচিয়েল প’ৰ্টেল se.census.gov.inৰ জৰিয়তে তথ্য দাখিল কৰিব পাৰিব । গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইনযোগে ‘স্ব-গণনা’ হ’ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকাভুক্ত আৰু গৃহ গণনাৰ কাম কৰা হ’ব। ১৭ আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়াসকলে। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। সমগ্ৰ দেশতে ২ আগষ্টৰ পৰা আৰম্ভ হ’ব লোকপিয়ল। ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ মুকলি থাকিব ‘স্ব-গণনা’ পৰ্টেল।

কেনেকৈ কাম কৰিব?

নাগৰিকসকলে se.census.gov.in পৰ্টেলত LOG IN কৰিব লাগিব। ইয়াৰ পিছত ৰাজ্য আৰু কেপ্টচা অন্তৰ্ভূক্ত কৰিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম, ১০ টা সংখ্যাৰ ম’বাইল নম্বৰ অন্তৰ্ভূক্ত কৰিব। এটা ম’বাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবেহে ব্যৱহাৰ কৰিব পৰা যাব। মনত ৰাখিব পঞ্জীয়নৰ পিছত মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব। ইয়াৰ পিছত আপোনাৰ পছন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত ম’বাইল নম্বৰত OTP অন্তৰ্ভূক্ত কৰিব লাগিব। বাসগৃহৰ অৱস্থান আৰু মেপিং, জিলা, পিন কোড, গাঁও-চহৰ বাছনি কৰি গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ সকলো প্ৰশ্ন পৰ্যায়ক্ৰমে পূৰণ কৰিব লাগিব। সকলো তথ্য পৰীক্ষা (Preview) কৰাৰ পিছত ‘চূড়ান্ত দাখিল’ কৰিব লাগিব আৰু তাৰ পিছত Final Submission কৰিলে ১১-সংখ্যাৰ একক স্ব-গণনা আইডি’ পাব। মনত ৰাখিব ইয়াৰ এটা প্ৰিণ্ট বা ৰিচিভ কপি সংৰক্ষণ কৰি ৰাখিব লাগিব, যেতিয়া লোকপিয়লৰ প্ৰগণক ঘৰলৈ আহিব তেতিয়া এই SE ID দেখুৱাব লাগিব।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24digital population census
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

September 12, 2026
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল
অসম

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

September 12, 2026
Next Post
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.