• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

9 months ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

40 minutes ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

1 hour ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

1 hour ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

2 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

2 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

3 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

3 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

3 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

4 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

5 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

5 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

editor by editor
June 20, 2025
in জীৱনশৈলী
0
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰ বিচাৰত জুলাই মাহত কেইবাটাও বৃহৎ পৰিবৰ্তন আহিব৷ ১৩ জুলাইত বক্ৰীচলন আৰম্ভ হব শনিৰ৷ ইয়াৰ ঠিক তিনিদিন পাছত ১৬ জুলাইত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব সূৰ্যই৷ আকৌ ১৮ জুলাইত কৰ্কট ৰাশিত বক্ৰী হব বুধ৷ আগন্তুক ২৬ জুলাইত ৰাশি পৰিবৰ্তন কৰিব শুক্ৰই আৰু ২৮ জুলাইত কন্যা ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ এই পাঁচ গ্ৰহৰ গোচৰৰ ফলত আগন্তুক মাহত দুটাকৈ ৰাজযোগৰ প্ৰভাৱ থাকিব৷ সূৰ্য আৰু বুধৰ মিলনত গঠিত হব বুধাদিত্য ৰাজযোগ আৰু বৃষ ৰাশিত গোচৰ কৰি মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই৷ জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত লাভৱান হব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক এই তালিকাত কোন কোন আছে?

বৃষ ৰাশি

জুলাই মাহত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ বৃষ ৰাশিতেই অৱস্থান কৰিব অধিপতি গ্ৰহ শুক্ৰই৷ ইয়াৰ ফলত বৃষ ৰাশিতেই মালব্য ৰাজযোগ গঠিত হব৷ এই সময়ত নানান দিশৰ পৰা আৰ্থিক লাভ হব এই ৰাশিৰ জাতকৰ৷ বিলাসবহুল জীৱন কটাবলৈ বহু ধন খৰচ কৰিব আপুনি৷ আয় বঢ়াত খৰচ বাঢ়িলেও সঞ্চয় বাঢ়িব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিত আগন্তুক মাহত মিলিত হব সূৰ্য আৰু বৃহস্পতি৷ ইয়াৰ ফলত গঠিত হব গুৰু আদিত্য ৰাজযোগ৷ ইয়াৰ প্ৰভাৱত আপুনি নিজৰ পৰিকল্পনা অনুসৰি সকলো কামেই কৰিব পাৰে৷ যি কামতেই হাত দিহ তাতেই সাফল্য পাব৷ বিগত কেইবামাহ ধৰি যিসমূহ আৰ্থিক প্ৰকল্প ৰৈ আছে সেইসমূহ কাৰ্যকৰী হব৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷

কৰ্কট ৰাশি

জুলাই মাহত কৰ্কট ৰাশিতেই সূৰ্য আৰু বুধৰ প্ৰভাৱত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ফলত এই মাহ আপোনাৰ বাবে আশীৰ্বাদ হৈ আহিব৷ আৰ্থিক সমস্যা দূৰ হব৷ কোনো ডাঙৰ কোম্পানীত বিনিয়োগ কৰিব পাৰে৷ মানসিক চিন্তা আৰু অৱসাদৰ পৰা মুক্তি পাব৷ ইয়াৰ সৈতে নিজৰ ইমোছনৰ ওপৰতো নিয়ন্ত্ৰন ৰাখিব পাৰে৷

বৃশ্চিক ৰাশি

জুলাই মাহত বৃশ্চিক ৰাশিৰ সপ্তম ঘৰত অৱস্থান কৰিব শুক্ৰই৷ শুক্ৰৰ প্ৰভাৱত জুলাইত প্ৰচুৰ আৰ্থিক উন্নতি কৰিব পাৰে এই ৰাশিৰ জাতকে৷ আপোনাৰ ভাগ্য পৰিবৰ্তন হব৷ কৰ্মক্ষেত্ৰত পদোন্নতি আৰু দৰমহাবৃদ্ধিৰ যোগ আছে৷ বিশেষকৈ কাৰোবাৰ সহায়ত জটিল কামো সহজে সম্পন্ন কৰিব পাৰে৷ সাহস আৰু আত্মবিশ্বাস বাঢ়িব৷

ধনু ৰাশি

ধনু ৰাশিৰ সপ্তম ঘৰত বৃহস্পতিৰ অৱস্থানৰ ফলত জুলাই মাহত ভাগ্যৰ উন্নতি হব এই ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত প্ৰচুৰ অৰ্থলাভ কৰাৰ সুযোগ পাব৷ আৰামেৰে এই মাহটো কটাব পাৰিব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ তীৰ্থযাত্ৰালৈকো যাব পাৰে৷ কাৰ্যালয়ত আপোনাৰ পদ আৰু প্ৰতিপত্তি বাঢ়িব৷ শত্ৰু পৰাজিত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
Next Post
কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.