• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰহণ চলাৰ সময়ত ৰং খেলাটো শুভ নে? কি কৈছে জ্যোতিষীয়ে?

গ্ৰহণ চলাৰ সময়ত ৰং খেলাটো শুভ নে? কি কৈছে জ্যোতিষীয়ে?

1 year ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

21 minutes ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

54 minutes ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

2 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

3 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

4 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

5 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

6 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

7 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

7 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

8 hours ago
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

9 hours ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰহণ চলাৰ সময়ত ৰং খেলাটো শুভ নে? কি কৈছে জ্যোতিষীয়ে?

গ্ৰহণ চলাৰ সময়ত ৰং খেলাটো শুভ নে? কি কৈছে জ্যোতিষীয়ে?

editor by editor
March 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
গ্ৰহণ চলাৰ সময়ত ৰং খেলাটো শুভ নে? কি কৈছে জ্যোতিষীয়ে?
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৌল পূৰ্ণিমা আৰু পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ একেদিনাই৷ ভাৰতত সেই দৃশ্য দেখা নাযাব৷ কাৰণ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰম্ভ হব পুৱা ৯ বাজি ২৬ মিনিটত৷ চন্দ্ৰগ্ৰহণ দেখা নগলেও এই সময়ত কিছু নিয়ম মানি চলা জৰুৰী৷ গ্ৰহণৰ সময়ত কিছু নিয়ম নামানিলেই অমংগলৰ আশংকা থাকে৷ অশুভ প্ৰভাৱে ভৰ কৰে৷ এই সমস্ত প্ৰভাৱৰ পৰা নিষ্কৃতি পাবলৈ জানি থওক নিয়ম৷

চন্দ্ৰগ্ৰহণৰ সময় কি কি কৰিব কি কি নকৰিব?

১) গ্ৰহণ চলাৰ সময়ত পূৰ্ণিমাৰ পূজা কৰা হবনে নহয় সেই বিষয়ক লৈ বহুতৰে মনত চিন্তা থাকে৷ কিন্তু জ্যোতিষীৰ মতে এই সময়ত পূজা কৰাত কোনো অসুবিধা নাই৷ দুপৰীয়া ১২ বাজি ২৫ মিনিটত পূৰ্ণিমা শেষ হব৷ তাৰ পূৰ্বে যিকোনো সময়ত পূৰ্ণিমাৰ পূজা কৰি লব পাৰে৷

২) গ্ৰহণ চলাৰ সময়ত কোনো দৰিদ্ৰ ব্যক্তি দেখিলে তেওঁক সাধ্যমতে কিছু দান কৰা উচিত৷ ইয়াত সংসাৰ আৰু পৰিয়ালৰ মঙ্গল হয়৷ ইয়াৰোপৰি ঘৰত দৰিদ্ৰসেৱা কৰিলে মঙ্গল হয় বংশৰো৷ স্বয়ং চন্দ্ৰদেৱৰ কৃপা লাভ কৰা সম্ভৱ হৈ উঠে৷

৩) গ্ৰহণ চলাৰ সময়ত চন্দ্ৰমন্ত্ৰ জপ কৰা শুভ বুলি কোৱা হয়৷ এই মন্ত্ৰ জপ কৰিলে মন শান্ত থাকে৷ নানান অশুভ প্ৰভাৱৰ কবলৰ পৰা মুক্তি পোৱা যায়৷

৪) গ্ৰহণৰ সময়ত চন্দ্ৰমন্ত্ৰৰ ওপৰিও শিৱমন্ত্ৰ জপ কৰিব লাগে৷ যিহেতু মহাদেৱৰ মূৰত অৰ্ধচন্দ্ৰক ধাৰণ কৰিলে  এই সময়ত শিৱপূজা কৰিলেও পুণ্য লাভ হয়৷

৫) গ্ৰহণ চলাৰ সময়ত তুলসীপাত ব্যৱহাৰ কৰিলে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ গ্ৰহণ শেষ নোহোৱা পৰ্যন্ত কিছু তুলসীপাত নিজৰ কাষত ৰাখক৷ ইয়াত অমঙ্গলৰ বিৰুদ্ধে ৰক্ষাকবচ তৈয়াৰ হৈ থাকিব গ্ৰহণৰ সময়ত৷ ৰান্ধি থোৱা খাদ্যৰ ওপৰতো তুলসীপাত দি থোৱা ভাল৷ ঘৰত আঁচাৰ থাকিলেও তাৰমাজত তুলসীপাত দি থওক৷

৬) গ্ৰহণৰ সময়ত গৰ্ভবতী মহিলাসকলে সতৰ্কতা অৱলম্বন কৰা উচিত৷ যিমান সম্ভৱ বাহিৰলৈ কম ওলোৱাই ভাল৷ ইয়াৰোপৰি ধৰাল সামগ্ৰী ব্যৱহাৰ নকৰিব৷ গ্ৰহণ চলাৰ সময়ত জাগি থকাৰ চেষ্টা কৰক৷ গ্ৰহণ শেষ হলে এবাৰ গা ধোৱাটো জৰুৰী৷

৭) গ্ৰহণ চলাৰ সময়ত ৰং খেলাত অসুবিধা নাই৷ কাৰণ এই গ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!
জীৱনশৈলী

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

July 4, 2026
জীৱনশৈলী

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

July 4, 2026
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক
জীৱনশৈলী

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

July 4, 2026
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

July 4, 2026
Next Post
হোলী লগতে চন্দ্ৰ গ্ৰহণৰ দিনা পুৱাই ভূমিকম্পই কঁপাই গ’ল ৰাজ্য

হোলী লগতে চন্দ্ৰ গ্ৰহণৰ দিনা পুৱাই ভূমিকম্পই কঁপাই গ'ল ৰাজ্য

দৈনিক ৰাশিফল, কিদৰে যাব আজি ৰঙৰ উৎসৱৰ দিনটো, একাধিক শুভ যোগৰ সংমিশ্ৰণ

দৈনিক ৰাশিফল, কিদৰে যাব আজি ৰঙৰ উৎসৱৰ দিনটো, একাধিক শুভ যোগৰ সংমিশ্ৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.