• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণত কুবেৰে খুলিব ধনৰ ভাণ্ডাৰ! হাতলৈ ধন আহিব এই ৫ৰাশিৰ জাতকৰ

৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণত কুবেৰে খুলিব ধনৰ ভাণ্ডাৰ! হাতলৈ ধন আহিব এই ৫ৰাশিৰ জাতকৰ

1 year ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

29 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

1 hour ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

2 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

3 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

3 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

5 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

7 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণত কুবেৰে খুলিব ধনৰ ভাণ্ডাৰ! হাতলৈ ধন আহিব এই ৫ৰাশিৰ জাতকৰ

৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণত কুবেৰে খুলিব ধনৰ ভাণ্ডাৰ! হাতলৈ ধন আহিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
August 25, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণত কুবেৰে খুলিব ধনৰ ভাণ্ডাৰ! হাতলৈ ধন আহিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
8.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭ ছেপ্টেম্বৰ চলিত বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ৷ যি কুম্ভ ৰাশিত পূৰ্ব ভাদ্ৰপত নক্ষত্ৰত অৱস্থান কৰিব৷ কেৱল সেয়াই নহয় ই এক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ যি ভাৰতৰ পৰাও দৃশ্যমান হব৷ অৰ্থাৎ এই গ্ৰহণ প্ৰভাৱ পৰিব ভাৰতত৷ জ্যোতিষশাস্ত্ৰতো গ্ৰহণৰ বিশেষ তাৎপৰ্য আছে৷ এই গ্ৰহণৰ পৰা লাভাম্বিত হব কোন কোন ৰাশিৰ জাতক?

মেষৰ পৰা মীন ৰাশি পৰ্যন্ত প্ৰায় সকলো ৰাশিৰ ওপৰত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ দেখা যায়৷ বিশেষজ্ঞসকলৰ মতে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কিছু ৰাশিৰ জাতকৰ বাবে উন্নতিমূলক হব৷ এই সময়ত কিছু ৰাশিৰ মানুহে আৰ্থিক ক্ষেত্ৰত লাভ, কৰ্মজীৱনত উন্নতি, ব্যক্তিগত জীৱনত শান্তি আৰু সমৃদ্ধি উপভোগ কৰিব পাৰিব৷

চন্দ্ৰগ্ৰহণৰ সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ অৱস্থান অনুসৰি বিভিন্ন ৰাশিৰ বাবে প্ৰভাৱ ভিন্ন হব পাৰে৷ যেনে কাৰোবাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ খুলিব পাৰে আকৌ কাৰোবাৰ বাবে পূৰ্বৰ সমস্যা সমাধানৰ সুযোগ আহিব পাৰে৷ এই সময়ত সতৰ্কতা আৰু পৰিকল্পনাৰ সৈতে কাম কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰগ্ৰহণ অনুকূলভাৱে প্ৰভাৱ পেলাব৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ বিশেষকৈ ব্যৱসায়িক জীৱনত জাতকৰ বাবে এই সময় খুবেই শুভ হব৷ ইয়াৰোপৰি স্বাস্থ্যগত সমস্যাসমূহৰ পৰা মুক্তি লাভৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰগ্ৰহণে আৰ্থিক লাভৰ সুযোগ আনিব আৰু বেংক বেলেন্স বাঢ়িব৷ স্বাস্থ্যৰ উন্নতি হব৷ যিকোনো বিনিয়োগত ভাল ৰিটাৰ্ণ লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি কোনো গুৰুত্বপূৰ্ণ কাম সফলভাৱে সম্পন্ন হোৱাৰ সম্ভাৱনাও আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰগ্ৰহণে কোনো ডাঙৰ সমস্যা বা বিবাদত জয় আনি দিব পাৰে৷ শত্ৰু পৰাস্ত হব৷ জীৱনযাপনত সুখ সুবিধা বৃদ্ধি পাব৷ সন্তানৰ পৰা আনন্দ লাভ কৰিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আসন্ন চন্দ্ৰগ্ৰহণ অৰ্থনৈতিক আৰু পাৰিবাৰিক জীৱনত ডাঙৰ সুযোগৰ বাৰ্তা আহিব পাৰে৷ এই সময়ত নতুন ঘৰ বা যানবাহন ক্ৰয়ৰ সুযোগ আহিব পাৰে যি দীৰ্ঘম্যাদি বিনিয়োগ হিচাপে লাভজনক হব৷ পৰিয়ালত সুখ শান্তি আৰু সামঞ্জস্য বৃদ্ধি পাব, ঘৰৰ পৰিবেশ আৰু আনন্দময় হব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে আসন্ন চন্দ্ৰগ্ৰহণে অৰ্থনৈতিক আৰু পেছাগত জীৱনত ডাঙৰ সুযোগৰ বাৰ্তা আনিব৷ চাকিয়াল প্ৰাৰ্থীৰ বাবে ই বিশেষভাৱে উপকাৰ আনিব৷ কাৰণ এই সময়ত পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে৷ ফলত কৰ্মক্ষেত্ৰত সন্মান আৰু আৰ্থিক লাভ দুয়োটাই বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

October 6, 2026
Next Post
ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?

ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.