• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !

অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !

1 year ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

3 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

24 minutes ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

8 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

9 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

10 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

10 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

11 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

12 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

13 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

14 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

14 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !

editor by editor
October 4, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !
0
SHARES
540
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম্পূৰ্ণ হৈ ৰোৱা ক্ৰিকেটাৰৰ সৈতে মাধুৰীৰ প্ৰেম, কোন সেই ক্ৰিকেটাৰ !

ক্ৰিকেট আৰু বলীউডৰ মাজত এক অতি পুৰণি সম্পৰ্ক। প্ৰায়ে ক্ৰিকেটাৰৰ নাম বলীউডৰ অভিনেত্ৰীৰ সৈতে জড়িত হৈ আহিছে। ইয়াৰে কিছুমানৰ প্ৰেমে পূৰ্ণতা লাভ কৰিছে কিছুমানৰ সম্পৰ্কৰ অন্ত পৰিছে।

এই তালিকাত বলীউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ নামো অন্তৰ্ভুক্ত আছে। এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে নাম সাঙোৰ খাই পৰিছিল মাধুৰীৰ। ৯০ৰ দশকত দুয়োৰে মাজত ঘনিষ্ঠতা আছিল আৰু আনকি বিয়াৰ পৰিকল্পনাও কৰিছিল যদিও হঠাতে কিবা এটা কাৰণৰ ফলত তেওঁলোকৰ সম্পৰ্ক শেষ হৈ যায়।

পাছে কোন আছিল সেইগৰাকী ক্ৰিকেটাৰ !, সেই ক্ৰিকেটাৰগৰাকী হৈছে, টিম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰবীণ ক্ৰিকেটাৰ অজয়​জাডেজা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৯০ দশকত অজয় ​​বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ প্ৰেমত পৰিছিল। দুয়োৰে কাহিনী যথেষ্ট আকৰ্ষণীয়।

এটা বিজ্ঞাপনৰ ফটোশ্বুটৰ সময়ত মাধুৰী আৰু অজয় জাডেজাৰ লগ হৈছিল। ইয়াৰ পিছত দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে। লাহে লাহে মাধুৰী আৰু অজয়ৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। কেৱল এয়াই নহয়, অজয়​জাদেজাই বলীউডতো কাম কৰিব বিচাৰিছিল, যাৰ বিষয়ে তেওঁ মাধুৰীৰ সৈতেও কথা পাতিছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুয়োজনে আনকি ইজনে সিজনক বিয়া কৰাব বিচাৰিছিল। কিন্তু জাদেজাৰ পৰিয়ালে এই সম্পৰ্কটো বৰ বেছি ভাল নাপালে। কাৰণ জাদেজা ৰাজপৰিয়ালৰ পৰা আহিছিল, আনহাতে মাধুৰী সাধাৰণ পৰিয়ালৰ।

অজয় জাদেজাৰ বেয়া পৰ্যায় আৰম্ভ হৈছিল ১৯৯৯ চনৰ পৰা। সেই বছৰ ফিক্সিঙৰ ক্ষেত্ৰত নাম সাঙোৰ খাইছিল জাডেজাৰ। যাৰ প্ৰভাৱ পৰিছিল ক্ৰিকেট কেৰিয়াৰৰ লগতে মাধুৰী দীক্ষিতৰ সৈতে সম্পৰ্কতো। বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে যেতিয়া মেচ ফিক্সিঙত অজয়ৰ নাম আহিছিল তেতিয়া মাধুৰীৰ পৰিয়ালে মাধুৰীক জাদেজাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল।

ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁলোকৰ সম্পৰ্কৰ অন্ত পৰে। ইয়াৰ পিছত মাধুৰী আমেৰিকালৈ যায় য’ত শ্ৰীৰাম মাধৱ নেনেক লগ পায়, কিছু সময়ৰ পিছত মাধুৰী আৰু মাধৱ নেনে ইজনে সিজনক বিয়া কৰায়।

অজয় জাদেজাই ৮ বছৰ ভাৰতৰ হৈ ক্ৰিকেট খেলিছিল। ১৯৯২ চনত টিম ইণ্ডিয়াৰ হৈ টেষ্ট আৰু এদিনীয়াত অভিষেক ঘটায় জাদেজাই। ক্ৰিকেট কেৰিয়াৰত জাদেজাই ১৫খন টেষ্ট আৰু ১৯৬খন এদিনীয়া মেচ খেলিছিল। অজয়ে ১৫খন টেষ্ট মেচত ৫৭৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও ১৯৬ খন এদিনীয়া খেলত ৫৩৫৯ ৰান সংগ্ৰহ কৰে। এদিনীয়াত বলিং কৰাৰ সময়ত তেওঁ ২০টা উইকেটো দখল কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ajay JadejaBollywood and CricketIndian MovieJadejaLOVE STORYMadhuri Dixit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

March 23, 2026
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!
জীৱনশৈলী

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

March 22, 2026
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!
জীৱনশৈলী

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

March 22, 2026
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!
বিশ্ব

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

March 22, 2026
Next Post
২০ বছৰ পূৰ্বে এটা ৱেবছাইট খুলিছিল, ভবাই নাছিল এনে হ’ব, আজিৰ তাৰিখত বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি

২০ বছৰ পূৰ্বে এটা ৱেবছাইট খুলিছিল, ভবাই নাছিল এনে হ'ব, আজিৰ তাৰিখত বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি

কেনে আছে গোবিন্দা ! আজি হাস্পতালৰ পৰা ডিচচাৰ্জ

কেনে আছে গোবিন্দা ! আজি হাস্পতালৰ পৰা ডিচচাৰ্জ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.