• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বুটিঙত ইমানেই মগ্ন হৈ গৈছিল যে, মাধুৰীৰ ওঁঠেই কামুৰি পেলাইছিল বিনোদ খান্নাই

শ্বুটিঙত ইমানেই মগ্ন হৈ গৈছিল যে, মাধুৰীৰ ওঁঠেই কামুৰি পেলাইছিল বিনোদ খান্নাই

2 years ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

9 minutes ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

3 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

4 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

6 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

6 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

6 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

7 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

7 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

8 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

8 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্বুটিঙত ইমানেই মগ্ন হৈ গৈছিল যে, মাধুৰীৰ ওঁঠেই কামুৰি পেলাইছিল বিনোদ খান্নাই

editor by editor
October 28, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, সংগীত
0
শ্বুটিঙত ইমানেই মগ্ন হৈ গৈছিল যে, মাধুৰীৰ ওঁঠেই কামুৰি পেলাইছিল বিনোদ খান্নাই
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বুটিঙত ইমানেই মগ্ন হৈ গৈছিল যে, মাধুৰীৰ ওঁঠেই কামুৰি পেলাইছিল বিনোদ খান্নাই

এবাৰ এখন চিনেমাৰ শ্বুটিঙত অভিনেতা বিনোদ খান্না ইমানেই মগ্ন হৈ পৰিছিল যে, অভিনেত্ৰী মাধুৰী দিক্ষিতৰ ওঁঠেই কামুৰি পেলাইছিল। পাছলৈ সেই চিনেমা বক্স অফিচত ছুপাৰহিট হিচাপে পৰিগণিত হৈছিল। সেই ছবিখন হৈছে ‘দয়াবান’।

চিনেমা খনৰ মুকলিৰ পাছতে বহু চৰ্চিতও হৈছিল। এই ছবিখনত বিনোদ খান্না আৰু মাধুৰীৰ মাজত বহু অন্তৰংগ দৃশ্য দেখা গৈছিল। দুয়োৰে এক চুম্বনৰ দৃশ্যই বিশেষভাৱে চৰ্চা লাভ কৰিছিল। কিয়নো সেই চুম্বনৰ অন্তৰংগ দৃশ্যৰ সময়ত বিনোদ খান্নাই মাধুৰীৰ আগত সংযম হেৰুৱাই পেলোৱা বুলি খবৰ ওলাইছিল।

প্ৰতিবেদন অনুসৰি দয়াবন ছবিখনৰ জনপ্ৰিয় চুম্বন দৃশ্যত বিনোদ খান্না অলপ অনিয়ন্ত্ৰিত হৈ পৰিছিল। কিননো এই চুম্বনৰ দৃশ্যটো অলপ দীঘলীয়া আছিল। সাধাৰণ লিপলক কৰাৰ পৰিৱৰ্তে বিনোদ খান্নাই মাধুৰীৰ ওঁঠত কামোৰাৰ খবৰ আহিছিল। অন্তৰংগ দৃশ্যৰ সন্দৰ্ভত মাধুৰী আৰু বিনোদ খান্না সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এই ছবিখনত অভিনয়ৰ বাবদ মাধুৰী দীক্ষিতক এক কোটি টকা মাচুল দিয়াৰ খবৰ আহিছিল। ১৯৮৮ চনৰ ২১ অক্টোবৰ তাৰিখে মুক্তি পোৱা ছবিখনো অতিকে সফল হোৱাৰ লগতে আজিয়ো ছবিখনৰ গান জনপ্ৰিয়। ছবিখন পৰিচালনা কৰিছিল ফিৰোজ খানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Binod KhannaHit movieIndian MovieMadhuri DixitMovie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

September 26, 2026
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
Next Post
ধনতেৰাছৰ এদিন পূৰ্বে সোণৰ মূল্য হ্ৰাস, মিছকল দি জানিব পাৰিব আপোনাৰ চহৰৰ সোণৰ মূল্য

ধনতেৰাছৰ এদিন পূৰ্বে সোণৰ মূল্য হ্ৰাস, মিছকল দি জানিব পাৰিব আপোনাৰ চহৰৰ সোণৰ মূল্য

বাবা ভেংগা আৰু নষ্ট্ৰাডামুছৰ ২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী, প্ৰলয় আহিব অহা বছৰ

স্তম্ভিত হৈ পৰিব আপুনি, টাইটানিক সন্দৰ্ভত অভিনেত্ৰীয়ে প্ৰকাশ কৰিলে বিশেষ গোপনীয়তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.