• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯০ ডিগ্ৰীৰ সেতুক লৈ বিশেষ পদক্ষেপ মধ্যপ্ৰদেশ চৰকাৰৰ! ছাচপেণ্ড ৮ ইঞ্জিনিয়াৰ, ব্লেক লিষ্টেড নিৰ্মাণকাৰী কোম্পানী, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

6 months ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯০ ডিগ্ৰীৰ সেতুক লৈ বিশেষ পদক্ষেপ মধ্যপ্ৰদেশ চৰকাৰৰ! ছাচপেণ্ড ৮ ইঞ্জিনিয়াৰ, ব্লেক লিষ্টেড নিৰ্মাণকাৰী কোম্পানী, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

৯০ ডিগ্ৰীৰ সেতুক লৈ বিশেষ পদক্ষেপ মধ্যপ্ৰদেশ চৰকাৰৰ! ছাচপেণ্ড ৮ ইঞ্জিনিয়াৰ, ব্লেক লিষ্টেড নিৰ্মাণকাৰী কোম্পানী, কি কৈছে মুখ্যমন্ত্ৰীয়ে?

editor by editor
June 29, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
৯০ ডিগ্ৰীৰ সেতুক লৈ বিশেষ পদক্ষেপ মধ্যপ্ৰদেশ চৰকাৰৰ! ছাচপেণ্ড ৮ ইঞ্জিনিয়াৰ, ব্লেক লিষ্টেড নিৰ্মাণকাৰী কোম্পানী, কি কৈছে মুখ্যমন্ত্ৰীয়ে?
0
SHARES
933
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯০ ডিগ্ৰীৰ বিশেষ ৰেলসেতুক লৈ এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে মধ্যপ্ৰদেশ চৰকাৰে৷ এই প্ৰকল্পৰ সৈতে যুক্ত দুই মুখ্য ইঞ্জিনিয়াৰসহ মুঠ ৮ ইঞ্জিনিয়াৰক ছাচপেণ্ড কৰাৰ নিৰ্দেশ মধ্যপ্ৰদেশ চৰকাৰৰ৷ কেৱল সেয়াই নহয় কৰ্তব্যৰ গাফিলতিৰ অভিযোগত বিভাগীত তদন্তও কৰা হব বুলি প্ৰশাসন সূত্ৰই জনাইছে৷

শনিবাৰে সেই ৮ ইঞ্জিনীয়াৰক ছাচপেণ্ড কৰিছে ৰাজ্য চৰকাৰে৷ ৯০ ডিগ্ৰী ৰেলসেঁতু প্ৰসংগত মুখ্যমন্ত্ৰী মোহন যাদৱে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘ঐশবাগৰ ৰেলসেতু নিৰ্মাণত চৰম গাফিলতিৰ অভিযোগ উঠিছে৷ এই ঘটনা কেনেকৈ হ’ল তাৰ পূৰ্ণাংগ তদন্তৰ নিৰ্দেশ দিছো৷ ৮ ইঞ্জিনিয়াৰকো ছাচপেণ্ড কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে জনাইছে যে নিৰ্মাণকাৰী সংস্থা আৰু সেতুৰ নক্সা তৈয়াৰ কৰিছিল তেওঁলোকক ক’লা তালিকাভুক্ত বা ব্লেক লিষ্টেড কৰা হৈছে৷ কাৰ গাফিলতিত এই কাণ্ড হৈছে সেয়াও পৰীক্ষা কৰিব তদন্তকাৰী কমিটিয়ে৷

মুখ্যমন্ত্ৰীয়ে লগতে জনাই যে সেতু সঠিককৈ নিৰ্মাণ হোৱাৰ পাছতহে উদ্বোধন কৰা হব৷ ১৮ কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰা হৈছে এই ৰেলসেতু৷ মহাময় কা বাগ আৰু পুষ্পনগৰৰ মাজত যোগাযোগ মসৃণ কৰিবলৈ নিউ ভোপালৰ ষ্টেচন সংলগ্ন এলেকাত এই ৰেলসেতু তৈয়াৰ কৰা হৈছে৷ সেতু নিৰ্মাণৰ পাছতেই তাৰ ছবি সামাজিকমাধ্যমত ভাইৰেল হৈ পৰে৷ সেতুখন ৯০ ডিগ্ৰী দেখি দেশবাসী স্তম্ভিত হৈ পৰিছে৷ সেতুৰ এনে নক্সাক লৈ চৰ্চা আৰু সমালোচনাও হৈছিল৷ নানান মিমো তৈয়াৰ হৈছিল এই সেতুক লৈ৷ চৰকাৰৰ কামক লৈ নানান প্ৰশ্নও উঠিছিল৷ তাৰপিছতেই সেই ৰেলসেতুক লৈ কাঢ়া পদক্ষেপ গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

January 3, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

January 3, 2026
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক
জীৱনশৈলী

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

January 3, 2026
Next Post
মহাকাশত কোনো চিকিৎসালয় অথৱা চিকিৎসক নাই, কোনো মহাকাশচাৰী অসুস্থ হ’লে কেনেকৈ তেওঁলোকৰ চিকিৎসা কৰা হয়?

কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন