• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰম্পৰা, সংস্কৃতিতকৈ উৰ্ধত ধৰ্ম! মাজুলীত এইবাৰ আগ্ৰাসন ঘটিছে নেকি হিন্দুত্ববাদৰ?

পৰম্পৰা, সংস্কৃতিতকৈ উৰ্ধত ধৰ্ম! মাজুলীত এইবাৰ আগ্ৰাসন ঘটিছে নেকি হিন্দুত্ববাদৰ?

3 years ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

28 minutes ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

49 minutes ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

2 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

2 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

2 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

3 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

20 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

20 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

21 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

22 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

22 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পৰম্পৰা, সংস্কৃতিতকৈ উৰ্ধত ধৰ্ম! মাজুলীত এইবাৰ আগ্ৰাসন ঘটিছে নেকি হিন্দুত্ববাদৰ?

editor by editor
October 21, 2022
in অসম, জীৱনশৈলী, লেখা
0
পৰম্পৰা, সংস্কৃতিতকৈ উৰ্ধত ধৰ্ম! মাজুলীত এইবাৰ আগ্ৰাসন ঘটিছে নেকি হিন্দুত্ববাদৰ?
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘মাজুলীত কেৰলৰ ধ্বনি যদি শুনিব পাৰে তেন্তে দুৰ্গা পূজা পতাতনো কি আপত্তি থাকিব পাৰে৷’ দুৰ্গা পূজা সন্দৰ্ভত সত্ৰাধিকাৰে কৰা এই মন্তব্যক লৈ উত্তাল হৈ আছে মাজুলী৷ সচেতন মহলে মাজুলীক লৈ সত্ৰাধিকাৰে কৰা এই মন্তব্যৰ পিছতেই কৈছে, ‘মাজুলীত জানো কেৱল গৰাখহনীয়া হৈছে? মাজুলীত এতিয়া সংস্কৃতিৰো খহনীয়া৷’ অসমৰ সত্ৰনগৰী বুলি পৃথিৱীৰ প্ৰতি কোণতেই চিনাকী মাজুলীয়ে ধীৰে ধীৰে যেন হেৰুৱাইছে স্বকীয়তা৷

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে মাজুলীত কেৰলৰ শব্দ শুনা পোৱাৰ বাবেই দুৰ্গা বন্দনাও এদিন চলিব বুলি কৰা মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কেৱল দুৰ্গা পূজাই নহয় শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভতো বহুকেইটা মন্তব্য কৰিছিল৷ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীৰ মতে শ্ৰীমন্ত শংকৰদেৱ ধৰ্ম নিৰপেক্ষ নাছিল। শংকৰদেৱ এজন মহাপুৰুষ, বিজ্ঞানী আৰু অসমৰ প্ৰথম গৰাকী ক্ৰীড়াবিদ।

সত্ৰাধিকাৰৰ এই মন্তব্য ভাইৰেল হৈ পৰাৰ পিছতেই কেৱল সামাজিক মাধ্যমতেই প্ৰতিবাদ চলিছে এনে নহয়৷ সত্ৰাধিকাৰ গৰাকীৰ বিৰুদ্ধে গড়মূৰ থানাত গোচৰো তৰিছে একাংশই। ‘শংকৰদেৱ সাঁতোৰবিদ, শ্ৰীমন্ত শংকৰদে মল্লযোদ্ধা’- এই কথাৰে শংকৰদেৱক অপমান কৰাৰ অধিকাৰ সত্ৰাধিকাৰক কোনে দিলে বুলিও মন্তব্য কৰিছে বহুসংখ্যকেই৷

উল্লেখ্য যে মাজুলীত কেৰলৰ ধ্বনি শুনাৰ কথা কোৱা সত্ৰাধিকাৰৰ এই মন্তব্যৰ পিছতেই সচেতন মহলেও এই বিষয়টোক লৈ মত প্ৰকাশ কৰিছে৷ মাজুলীত দিনকদিনে বৃদ্ধি পাইছে গীৰ্জাৰ সংখ্যা৷ সত্ৰতকৈ এতিয়া মাজুলীত গীৰ্জাৰ সংখ্যাই বেছি৷ কিয় খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে মাজুলীৰ একাংশ লোক? মাজুলীত বাস কৰা মিছিং জনজাতীয় লোকসকলৰ প্ৰায়সংখ্যকেই খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ঠ হোৱাটোত কৰোবাত এই সত্ৰ সংস্কৃতিয়েই দায়ী নেকি এই বিষয়সমূহেও চৰ্চা লাভ কৰিছে৷

আনহাতে সত্ৰাধিকাৰৰ এই মন্তব্যত বহুতেই আকৌ ৰাজনীতিৰো গোন্ধ পাইছে৷ সামাজিক মাধ্যমতেই বহুতেই কৈছে, এয়া উত্তৰ ভাৰতীয় সংস্কৃতিক আদৰি লোৱাৰ এক উদাহৰণহে৷ অতি হিন্দুত্ববাদৰ আগ্ৰাসন এইবাৰ মাজুলীতো হৈছে৷ শংকৰদেৱে পূজা বিৰোধ কৰিছিল বাবেই সমগ্ৰ অসমত পালন কৰিলেও মাজুলীত দুৰ্গা পূজা পালন কৰা হোৱা নাছিল৷ মহাপুৰুষগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ লগতে মাজুলীৰ সত্ৰ সংস্কৃতিক একক কৰি ৰখাৰ প্ৰয়াসেৰেই এই সিদ্ধান্ত লৈ আহিছে মাজুলীবাসীয়ে৷ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰে পূজাৰ সপক্ষে মন্তব্য কৰিছে যদিও আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে এই কথা মানি লোৱা নাই৷ পিতাম্বৰ দেৱ গোস্বামীয়ে এই বিষয়ত নিজৰ মত প্ৰকাশ কৰি কয়, মাজুলীত শাৰদীয় উৎসৱ হিচাপে কাতি বিহু, ৰাস আৰু পাল নামৰ স্থান আছে। কোনোবাই এনে পৰম্পৰা অগ্ৰাহ্য কৰিব খুজিলে আমি কেতিয়াও মানি নলও৷’

ইফালে দুৰ্গাপূজাৰ পোষকতা কৰা জনাৰ্দন গোস্বামী সত্ৰাধিকাৰ নহয় বুলিও মন্তব্য কৰিছে দক্ষিণপাটৰ আনগৰাকী সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে। জনাৰ্দন গোস্বামী এজন সত্ৰীয়াহে, তেওঁ সত্ৰাধীকাৰ নহয়৷ এখন সত্ৰত এখন জীৱিত সত্ৰাধিকাৰ থাকোতে দ্বিতীয়জন সত্ৰাধিকাৰ নাথাকে বুলি মন্তব্যত প্ৰকাশ কৰিছে সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প
জীৱনশৈলী

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

March 12, 2026
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

March 12, 2026
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?
জীৱনশৈলী

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

March 12, 2026
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?
জীৱনশৈলী

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

March 12, 2026
Next Post
ধনতেৰছ, বস্তু কিনাৰ শুভ মুহূৰ্তৰ বিষয়ে জানেনে?

ধনতেৰছ, বস্তু কিনাৰ শুভ মুহূৰ্তৰ বিষয়ে জানেনে?

ডেংগুত আক্ৰান্ত ছলমান খান! বিগবছত ভাইজানৰ পৰিবৰ্তে আহিল কৰণ জোহাৰ

ডেংগুত আক্ৰান্ত ছলমান খান! বিগবছত ভাইজানৰ পৰিবৰ্তে আহিল কৰণ জোহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.