• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

4 years ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

6 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

35 minutes ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

1 hour ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

2 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

3 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

4 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

6 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

6 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

7 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

22 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

23 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

editor by editor
May 5, 2022
in চিনেমা, বিনোদন
0
বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বি টাউনৰ আটাইতকৈ চৰ্চিত প্ৰেমৰ যুটিবোৰৰ ভিতৰত এটা যুটি হৈছে মালাইকা আৰোৱা আৰু অৰ্জুন কাপুৰ৷

প্ৰায় ১২ বছৰে সৰু অৰ্জুন কাপুৰৰ সৈতে প্ৰেমত পৰি মালাইকা আৰোৱা সদায়ে চৰ্চাত থাকে৷ বিশেষকৈ ৪৮ বছৰ বয়সতো নিজৰ ফিটনেছ আৰু ব’ল্ড ইমেজ তথা পোছাক পৰিধানেৰে চৰ্চাত থাকে মালাইকা আৰোৱা৷

এতিয়া গুঞ্জন উঠিছে যে মালাইকা আৰোৱাই অভিনেতা তথা প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে অতি শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব৷ কিছুদিন পূৰ্বে তেওঁলোকৰ বিচ্ছেদ হোৱা বুলি উলোৱা গুজৱক নস্যাৎ কৰি অভিনেত্ৰীগৰাকীয়ে নিজেই ইয়াৰ ইংগিত দিয়া বুলি বি টাউনত প্ৰকাশ পাইছে৷

লগতে পঢ়ক এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

উল্লেখ্যে যে, চলমান খানৰ জ্যেষ্ঠ ভাতৃ অভিনেতা আৰবাজ খানৰ সৈতে সুখৰ সংসাৰ আছিল মালাইকা আৰোৱাৰ৷ তেওঁলোকৰ দুয়োৰে ১৯ বছৰীয়া এটি পুত্ৰ সন্তানো আছে৷ কিন্তু অৰ্জুন কাপুৰৰ সৈতে প্ৰেমত পৰি মালাইকা আৰোৱাই স্বামীক আৰবাজ খানেৰে বিবাহ বিচ্ছেদ কৰে৷

ইয়াৰ পিছৰে মালাইকা আৰু অৰ্জুনে একেলগে থকা বুলিও প্ৰকাশ পাই আহিছে৷ অৱশ্যে দুয়োগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কৰ কথা লুকুৱাই ৰখা নাই৷ ইণ্টাৰনেটত দুয়োৱে ফ’টো আপলোড কৰি আহিছে৷

দুয়োৱে প্ৰেমৰ সম্পৰ্কত থাকিলেও কোনোৱে তেওঁলোকৰ বিবাহৰ বিষয়ে কোনো কথা প্ৰকাশ কৰা নাছিল৷ কিন্তু শেহতীয়াকৈ মালাইকাই তেওঁলোকৰ বিবাহৰ ইংগিত দিয়া বুলি চৰ্চা চলিছে৷

লগতে পঢ়ক সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

শেহতীয়া এটা সাক্ষাৎকাৰত মালাইকাই কয়, ‘‘আমাৰ বিষয়ে গুৰুত্বপূৰ্ণ কথাটো হৈছে, আমি ভৱিষ্যতটো একেলগে কটাব বিচাৰো৷’’ এইদৰে কৈ মালাইকাই বিয়াৰ ইংগিত দিয়া বুলিয়েই ধাৰণা কৰা হৈছে৷

সাক্ষাৎকাৰটোত লগতে মালাইকাই কয়, ‘‘আমাৰ মাজত কোনো দন কাজিয়া নাই৷ আমি এতিয়াৰ পৰাই ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি আছো৷ আমি এই বিষয়ে নিয়মীয়াকৈ আলোচনা কৰি আছো৷ আমাৰ সম্পৰ্কৰ পৰিণাম সম্পৰ্কে আমাৰ দুয়োৰে চিন্তাধাৰা একে৷’’

লগতে পঢ়ক সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

‘‘আমি দুয়ো জীৱনটো একেলগে অতি সুন্দৰকৈ যাপন কৰিবলৈ বিচাৰো৷ মই তেওঁৰ লগত থাকিয়েই বুঢ়ী হ’ব খুজো৷’’ মালাইকাই লগতে আৰু কয়৷

মালাইকাই লগতে দাবী কৰিছে যে অৰ্জুনৰ লগত তেওঁ নিজকে বহুত সুৰক্ষিত অনুভৱ কৰে৷ ইজনৰ সিজনৰ প্ৰতি অগাধ মৰম ভালপোৱা আছে বুলিও প্ৰকাশ কৰিছে মালাইকাই৷

see More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arjun Kapoorasom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorbollywood actressmalaika arora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?
বিনোদন

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

April 12, 2026
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ
বিনোদন

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

April 12, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
Next Post
উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা

উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা

১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.