• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

4 years ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

7 minutes ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

45 minutes ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

1 hour ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

2 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

3 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

4 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

5 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

6 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

7 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

24 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি

editor by editor
May 23, 2022
in অপৰাধ, ভাৰত
0
অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে সন্ধিয়া হায়দৰাবাদৰ বেগম বজাৰৰ মাছ বজাৰত অন্য জাতিৰ ছোৱালীক বিবাহ কৰোৱা এজন ২২ বছৰীয়া যুৱকক ছুৰীৰে আঘাত কৰি হত্যা কৰা হয়৷

কেইজমান লোকে যুৱকজনক মাছৰ বজাৰখনত ছুৰিৰে আক্ৰমণ কৰে আৰু আহত যুৱকজনক চিকিৎসাৰ বাবে চিকিৎসায়লৈ নিয়াৰ পথত মৃত্যু হয়৷

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নিহত যুৱকজনৰ নাম নীৰজ পানৱাৰ। তেওঁ মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল। যোৱা বছৰৰ এপ্ৰিল মাহত নীৰজে এগৰাকী যাদৱ সম্প্ৰদায়ৰ সঞ্জনাক বিবাহ কৰাইছিল৷ আৰু তেওঁলোকৰ এটি তিনিমহীয়া সন্তানো আছে৷

 

লগতে পঢ়ক সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

হায়দৰাবাদৰ উপ আৰক্ষী আয়ুক্ত (পশ্চিম) জুৱেল ডেভিছে প্ৰকাশ কৰা মতে সঞ্জনাৰ পৰিয়ালে এই বিবাহৰ বিৰোধিতা কৰি আহিছিল৷

‘‘নীৰজ আৰু সঞ্জনাৰ মাজত আন্তঃবৰ্ণ বিবাহ হৈছিল যিটো হয়তো আক্ৰমণৰ আঁৰৰ কাৰণ হ’ব পাৰে। আমি সন্দেহ কৰো তাইৰ পৰিয়ালৰ সদস্যসকল ইয়াত জড়িত থাকিব পাৰে, অৱশ্যে এতিয়াও সেয়ৈ নিশ্চিত হোৱা নাই।” উপ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়৷

ইফালে অভিযোগ অনুসৰি নীৰজৰ খুলশালীয়েকে আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। ‘‘মোৰ দাবী যে আক্ৰমণকাৰীসকলক ফাঁচী দি মৃত্যুদণ্ড দিয়া হওক।মই মাত্ৰ তেওঁলোকৰ ফাঁচি হোৱাটো বিচাৰো।” নীৰজৰ পত্নীয়ে কয়৷

 

লগতে পঢ়ক বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

শ্বাহিনায়তগঞ্জ আৰক্ষী থানাৰ ষ্টেচন হাউছ বিষয়া ৱাই অজয় ​​কুমাৰে জনোৱা মতে হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বজাৰখনৰ দোকানৰ সমীপত থকা চিচিটিভিৰ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়া কুমাৰে কয়।

৪ অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ধাৰা ৩০২ (হত্যাৰ অপৰাধ)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

ইফালে, হত্যাকাণ্ডৰ পিছত শনিবাৰে বেগম বজাৰৰ দোকানসমূহ বন্ধ হৈ থাকে। পানৱাৰৰ পৰিয়াল আৰু বজাৰত থকা বন্ধু-বান্ধৱী আৰু ব্যৱসায়ীসকলে ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assan ka tazza kahbaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamintercaste marriageMan stabbed to death
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
যৌনতা আৰু টোপনি : যৌনতাৰ লগত টোপনিৰ সম্পৰ্ক কি? গৱেষণাই কি কয়?

যৌনতা আৰু টোপনি : যৌনতাৰ লগত টোপনিৰ সম্পৰ্ক কি? গৱেষণাই কি কয়?

সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?

সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.