গুৰুৰ ৰাশি মীনত মঙ্গল আৰু বুধৰ যুঁটি তৈয়াৰ হৈছে৷ আৰু এই যুঁটি ৩০ এপ্ৰিল পৰ্যন্ত সক্ৰিয় থাকিব৷ সেই দিনটোত বুধে মেষ ৰাসিত প্ৰৱেশ কৰিলেই এই যুঁটি শেষ হব৷ যাৰ ফলত এই সময় পৰ্যন্ত শুভ সময় কটাব ৪ৰাশিয়ে৷ তেওঁলোকৰ ভাগ্য সলনি হ’ব৷ চাকৰিত উন্নতি হব৷ ব্যৱসায়ত বাঢ়িব লাভ৷ সাহস আৰু পৰাক্ৰমৰ কাৰক গ্ৰহ হৈছে মঙ্গল৷ আৰু বৃদ্ধি আৰু ব্যৱসায়ৰ কাৰক বুধ৷ আৰু এই দুই গ্ৰহই মিলি যুঁটি তৈয়াৰ কৰিলেই খেল সলনি হব৷ দেৰী নকৰি জানি থওক ৪ৰাশি কি কি?
বৃষ ৰাশি
এই ৰাশিৰ জাতকে ভাল সময় কটাব৷ আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব৷ টকাৰ নতুন শ্ৰোত তৈয়াৰ হব৷ ইনকামক লৈ আৰু চিন্তাৰ প্ৰয়োজন নাই৷ যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে ভাল ফল পাব৷ ডাঙৰ অৰ্ডাৰ পাব পাৰে৷ বিনিয়োগত ভাল ৰিটাৰ্ন লাভৰ আশাও আছে৷ এই সময়ত স্বাস্থ্য ভালে থাকিব৷ অসুখ বিসুখৰ পৰা দূৰৈত থাকিব৷
মিথুন ৰাশি
এই ৰাশিৰ জাতক আৰু জাতিকাইয়ো ভাল সময় কটাব৷ এই সময়ত আপোনাৰ শক্তি বাঢ়িব৷ এই ৰাশিৰ জাতক আৰু জাতিকাই বাম্পাৰ সময় কটাব পাৰিব৷ এই সময়ত আপোনাৰ শক্তি বাঢ়িব৷ আৰ্থিক লাভ হব৷ নতুন কাম আৰম্ভ কৰিব পাৰে৷ পুৰণি চাকৰিতো প্ৰমোছনৰ আশা আছে৷ দৰমহা বাঢ়িব৷ এই সময়ত আপোনাৰ সাহস বাঢ়িব৷ নিৰ্ণয় ক্ষমতাও বৃদ্ধি পাব৷ বাহন কিনাৰ যোগ থাকিব৷ প্ৰপাৰ্টিও বাঢ়িব পাৰে৷
বৃশ্চিক ৰাশি
এই যুঁটিত শুভ সময় কটাব বৃশ্চিক ৰাশিয়ে৷ চাকৰিত প্ৰমোচনৰ যোগ আছে৷ দৰমহা বাঢ়িব৷ দায়িত্বও বৃদ্ধি পাব পাৰে৷ ঘৰৰ সমস্যা থাকিলে দূৰ হব৷ সকলোৱে মিলি সময় কটাব৷ আৰ্থিক স্থিতি সলনি হব৷ চিন্তাৰ কোনো কাৰণ নাই৷ বৰং মঙ্গল-বুধৰ যুঁটিত ভাল সময় কটাব৷
ধনু ৰাশি
মঙ্গল বুধৰ যুঁটিয়ে ধনু ৰাশিৰ কেৰিয়াৰত উন্নতিৰ খবৰ আনিব৷ চাকৰিত প্ৰমোছন হব পাৰে৷ নতুন দায়িত্ব পাব পাৰে৷ ডাঙৰ চাকৰি পাব পাৰে৷ আৰ্থিক স্থিতি সলনি হব৷ পুৰণি বিনিয়োগত ভাল ৰিটাৰ্ণ পাব৷ ইয়াৰোপৰি ব্যৱসায়ত পাব পাৰে প্ৰমোছন৷ নতুন ক্লায়েণ্ট পাব পাৰে৷ পাৰ্টনাৰশ্বিপত ভাল ডিল কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















