• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ বছৰ পূৰ্বে এটা ৱেবছাইট খুলিছিল, ভবাই নাছিল এনে হ’ব, আজিৰ তাৰিখত বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি

2 years ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

41 minutes ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

60 minutes ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

2 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

3 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

4 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

5 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০ বছৰ পূৰ্বে এটা ৱেবছাইট খুলিছিল, ভবাই নাছিল এনে হ’ব, আজিৰ তাৰিখত বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি

editor by editor
October 4, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
২০ বছৰ পূৰ্বে এটা ৱেবছাইট খুলিছিল, ভবাই নাছিল এনে হ’ব, আজিৰ তাৰিখত বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি
0
SHARES
534
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০ বছৰ পূৰ্বে এটা ৱেবছাইট খুলিছিল, ভবাই নাছিল এনে হ’ব, আজিৰ তাৰিখত বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি

২০ বছৰ পূৰ্বৰ কথা। এটা সাধাৰণ ৱেবছাইট খুলিছিল। য’ত নিজা নিজা একাউণ্ট খুলি ইজনে আনজনৰ সৈতে কথা বতৰা আদি পতাৰ লগতে ফটো ভাগ-বতৰা কৰিব পাৰে। কোনো ভবা নাছিল সেই সাধাৰণ ভাৱে ৱেবছাইট এদিন সমগ্ৰ বিশ্বৰে অতিকে জনপ্ৰিয় হৈ পৰিব। লাহে লাহে সেই বেৱ ছাইট ইমানেই জনপ্ৰিয় হৈ পৰে যে, বৰ্তমানে সেই ৱেবছাইটৰ জৰিয়তে বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে প্ৰতিষ্ঠাপক।

হয়, ইয়াত মাৰ্ক জুকাৰবাৰ্গৰেই কথা কোৱা হৈছে। মেটাৰ চিইঅ’ তথা ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছক অতিক্ৰম কৰি বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ সূচকাংক অনুসৰি জুকাৰবাৰ্গৰ সম্পত্তি এতিয়া ২০৬.২ বিলিয়ন ডলাৰ (প্ৰায় ১৭.২২ লাখ কোটি টকা) হোৱাৰ বিপৰীতে বেজোছৰ সম্পত্তি ২০৫.১ বিলিয়ন ডলাৰ (প্ৰায় ১৭.১৩ লাখ কোটি টকা) হৈছে।

এইজনেই জুকাৰবাৰ্গ যিয়ে ২০০৪ চনত ফেচবুক প্ৰতিষ্ঠা কৰিছিল আৰু সেই সময়ত কোনেও তেওঁৰ নামটোও নাজানিছিল। পৰিৱৰ্তিত প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁ মাত্ৰ ২০ বছৰতে এক অলৌকিকতা লাভ কৰিছে, যিটো অতি কঠিন যেন লাগে।

জুকাৰবাৰ্গৰ এই সফলতা মেটাৰ শ্বেয়াৰ ৭০% দৰ্শনীয় বৃদ্ধিৰ ফল। ২০২৪ চনত মেটাৰ শ্বেয়াৰৰ এই উত্থানৰ মূল কাৰণ হৈছে এআই ভিত্তিক প্ৰযুক্তিৰ প্ৰতি বিনিয়োগকাৰীৰ আগ্ৰহ আৰু আস্থা বৃদ্ধি। কেৱল এই বছৰতে জুকাৰবাৰ্গৰ সম্পত্তি ৭৮ বিলিয়ন ডলাৰ (প্ৰায় ৬.৫২ লাখ কোটি টকা) বৃদ্ধি পাইছে।

বৰ্তমান জুকাৰবাৰ্গ কেৱল টেছলা আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কৰ পিছত আছে, যাৰ সম্পত্তিৰ পৰিমাণ ২৫৬ বিলিয়ন ডলাৰ (প্ৰায় ২১.৪০ লাখ কোটি টকা)। মাস্ক এতিয়াও প্ৰথম স্থানত আছে যদিও জুকাৰবাৰ্গৰ ক্ৰমবৰ্ধমান ধন-সম্পত্তিয়ে মাস্কৰ অতি নিকটতম কৰি তুলিছে।

মেটাৰ এই সফলতাৰ আঁৰৰ আটাইতকৈ ডাঙৰ ভূমিকা হৈছে জুকাৰবাৰ্গে বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI)ত কৰা বৃহৎ বিনিয়োগ। ২০২২ চনত কোম্পানীটোৱে কঠিন সময়ৰ সন্মুখীন হৈছিল, যেতিয়া খৰচ কমাবলৈ কৰা প্ৰচেষ্টাৰ বাবে ২১ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলগীয়া হৈছিল। কিন্তু এই কঠিন সিদ্ধান্তই কোম্পানীটোক নতুন দিশ দিয়াই নহয় বিনিয়োগকাৰীৰ আস্থাও ঘূৰাই আনিলে। বিত্ত বিশেষজ্ঞসকলে ইয়াক “কোম্পানীটোৰ বাবে ডাঙৰ পৰিৱৰ্তন” বুলি অভিহিত কৰি কয় যে এই সিদ্ধান্তসমূহৰ বাবে কোম্পানীটোৱে পুনৰ সুস্থিৰ হৈ পৰিছে আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2nd richest manfacebookFacebook Foundermark zuckerberg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
Next Post
কেনে আছে গোবিন্দা ! আজি হাস্পতালৰ পৰা ডিচচাৰ্জ

নৱৰাত্ৰি চলি আছে, মা দুৰ্গাৰ আৰাধনা কৰোতেই তেওঁৰ পৰা লওক এই ৫ শিক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন