• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

10 months ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

41 minutes ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

60 minutes ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

2 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

2 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

3 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

3 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

3 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

4 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

4 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

5 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

5 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

editor by editor
June 10, 2025
in অপৰাধ, ক'ভিড-১৯
0
২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয়ৰ হানিমুন মাৰ্ডাৰ কেছৰ অন্যতম প্ৰধান অভিযুক্ত সোনমে তদন্তকাৰী দলক ১৭ দিন ধৰি বিভ্ৰান্ত কৰিলেও অৱশেষত পোহৰলৈ আহিছে সকলো তথ্য৷ সকলো তথ্য আৰক্ষীক প্ৰদান কৰিছে ভাৰাতীয়া হত্যাকাৰীয়েই৷ মেঘালয়ৰ আৰক্ষীৰ তদন্তকাৰী এটা দলে ইন্দোৰ আৰক্ষী কমিচনাৰেটত বহি ৰাজা কুশৱাহা, বিশাল চৌহান আৰু আকাশ ৰাজপুতক জেৰা চলাইছে৷ সোমবাৰে নিশা গাজিপুৰৰ চিফ জুডিছিয়েল মেজিষ্ট্ৰেটে আটাইকেইটা হত্যাকাৰীকেই ৭ দিনৰ ট্ৰানজিট ৰিমাণ্ডত মেঘালয়লৈ লৈ যাবৰ বাবে নিৰ্দেশ দিছে৷ নিশাই তিনিজনক ইন্দোৰৰ পৰা লৈ আহিছে মেঘালয়ৰ আৰক্ষী তদন্তকাৰী বিষয়াই৷ তিনিজনৰ মাজত আছে সোনমৰ পুৰণি প্ৰেমিক ৰাজ কুশৱাহা আৰু বিশাল চৌহান আৰু আকাশ ৰাজপুত নামৰ দুইগৰাকী ভাৰাতীয়া হত্যাকাৰী৷

জেৰাত কি জনাইছে আকাশ আৰু বিশালে? ৰাজ কুশৱাহাই কি কৈছে?

তথ্য  সোনম আৰু ৰাজাৰ বিয়া হৈছিল ১১ মেত৷ কিন্তু তেওঁৰ এনগেজমেণ্ট বা ৰকা হৈছিল ১১ ফেব্ৰুৱাৰীত৷ তাৰ পাছৰে পৰাই ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ চলি আছিল৷ ৰাজা ৰঘুবংশীক ডকাইটিত মৰা বুলি দেখুৱাবলৈকে পৰিকল্পনা সজা হৈছিল৷

মেঘালয় আৰক্ষীৰ এগৰাকী বিষয়াৰ দাবী, জেৰাত ৰাজে জনাইছে, সোনমে তেওঁক কৈছিল, ৰাজাৰ হত্যা হৈ গলে তেওঁ বিধৱা হৈ যাব তেতিয়া ৰাজক বিয়া কৰোৱাত তেওঁৰ অসুবিধা নহব৷ নিজৰ বিধৱা কন্যাক কোনোৱে বিয়া কৰাবলৈ ৰাজি হলে সোনমৰ পিতৃ দেৱী সিঙেও বিশেষ আপত্তি নকৰিব৷ এই কথাই ৰাজক বুজাইছিল সোনমে৷

বিবাহৰ পাঁচ দিনৰ পাছত ১৬ মেত ৰাজাক হত্যাৰ ব্লপ্ৰিণ্টমতে কাম আগুৱাই সোনমে৷ মেঘালয়লৈ হানিমুনলৈ আহিবলৈ ৰাজাক ৰাজি কৰাই সোনমে৷ ৰাজা আৰু সোনম শ্বিলঙলৈ ৰাওনা হওঁতেই ৰাজে তিনি ভাৰাতীয়া হত্যাকাৰীক লৈ গুৱাহাটীলৈ ৰাওনা হয়৷ গুৱাহাটীত উপস্থিত হৈ অনলাইনত অৰ্ডাৰ কৰি এখন দা ক্ৰয় কৰে৷ সেই দাৰেই ৰাজাক হত্যা কৰা হৈছে৷ সোনম আৰু ৰাজাই মেঘালয়ত যি হোটেলত আছিল সেই হোটেলৰ পৰা এক কিঃমিঃ দূৰৈৰ এখন হোটেলত থাকিবলৈ আৰম্ভ কৰে৷

মেঘালয় আৰক্ষীৰ তদন্তকাৰী বিষয়াই জনোৱা অনুসৰি ফটোশ্বুটৰ অচিলাৰে সোনমে তেওঁৰ স্বামী ৰাজক লৈ গৈছিল পাহাৰৰ ওপৰলৈ৷ তাত গৈয়েই পাহাৰী পথত খোজ কাঢ়ি খুবেই ক্লান্ত হৈ পৰা দেখুৱাইছিল সোনমে৷ তাৰপিছতেই ৰাজাৰ পিছে পিছে ধীৰে ধীৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল৷ সেই সময়ত তিনি ভাৰাতীয় হত্যাকাৰী ৰাজাৰ আশেপাশে যাত্ৰা কৰিছিল৷ এসময়ত তিনি ভাৰাতীয়া হত্যাকাৰীও পাহাৰত খোজ কাঢ়ি ক্লান্ত হৈ পৰে৷ তেওঁলোকে সোনমক কয় যে তেওঁলোকে ৰাজাক হত্যা কৰিব নোৱাৰে তেওঁলোক ক্লান্ত৷

তাৰপিছত কি কৰিছিল সোনমে?

মেঘালয় আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজাৰ ধনৰ বেগ আছিল সোনমৰ হাতত৷ সোনমে ৰাজাৰ বেগৰ পৰা তেতিয়া ১৫ হাজাৰ টকা উলিয়াই তিনিগৰাকী ভাৰাতীয়া হত্যাকাৰীক দিয়ে৷ সোনমে তিনিজন ভাৰাতীয়া হত্যাকাৰীক কয় যে যেনেকৈ নহওক এই হত্যা তেওঁলোক তিনিজনে কৰিবই লাগিব৷ প্ৰতিশ্ৰুতিও দিয়ে যে এই হত্যাকাণ্ড হোৱাৰ পাছতেই তিনিওকে ২০ লাখ টকা দিব সোনমে৷

আৰক্ষীয়ে হত্যাৰ ক্লু কেনেকৈ লাভ কৰিলে?

শনিবাৰে মেঘালয় আৰক্ষীৰ হাতলৈ এটা চিচিটিভি ফুটেজ আহে৷ তাতেই দেখা যায় যে ৰাজাৰ পৰা কিছু দূৰৈত থিয় হৈ কাৰোবাৰ সৈতে ফোনত কথা পাতিছে সোনমে৷ সেই ফুটেজৰ সময় আৰু তাৰিখ চাই সোনমৰ ফোনৰ কল ডিটেইলছো উলিয়াই আৰক্ষীয়ে৷ তাতেই দেখা যায় সোনমে ফোন কৰিছে ইন্দোৰলৈ৷ ইয়াৰ পাছতেই আৰক্ষীয়ে সোনমকেই এই হত্যাত জড়িত বুলি সন্দেহ কৰি তদন্তৰ গতি বঢ়াই দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
Next Post
উত্তৰ পূব ভাৰত সম্পৰ্কে জাতিবিদ্বেষী মন্তব্যৰ বাবে ক্ষমা খুজিব লাগিব, মেঘালয়ৰ নাগৰিক সমাজে কৰিছে কেইবাটাও দাবী

উত্তৰ পূব ভাৰত সম্পৰ্কে জাতিবিদ্বেষী মন্তব্যৰ বাবে ক্ষমা খুজিব লাগিব, মেঘালয়ৰ নাগৰিক সমাজে কৰিছে কেইবাটাও দাবী

সলনি হ’ল এই বেংকৰ সুদৰ হাৰ, জানি থওক কিমান দিনত কিমান সুদ দিব এই বেংকে?

সলনি হ’ল এই বেংকৰ সুদৰ হাৰ, জানি থওক কিমান দিনত কিমান সুদ দিব এই বেংকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.