• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সলনি হ’ল এই বেংকৰ সুদৰ হাৰ, জানি থওক কিমান দিনত কিমান সুদ দিব এই বেংকে?

সলনি হ’ল এই বেংকৰ সুদৰ হাৰ, জানি থওক কিমান দিনত কিমান সুদ দিব এই বেংকে?

1 year ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

2 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

3 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

3 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

4 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

4 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

5 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

5 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

6 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

7 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

7 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

9 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সলনি হ’ল এই বেংকৰ সুদৰ হাৰ, জানি থওক কিমান দিনত কিমান সুদ দিব এই বেংকে?

সলনি হ’ল এই বেংকৰ সুদৰ হাৰ, জানি থওক কিমান দিনত কিমান সুদ দিব এই বেংকে?

editor by editor
June 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সলনি হ’ল এই বেংকৰ সুদৰ হাৰ, জানি থওক কিমান দিনত কিমান সুদ দিব এই বেংকে?
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ প্ৰথম শাৰীৰ কেইবাটাও বেংকে প্ৰায়েই তেওঁলোকৰ সুদৰ হাৰ সলনি কৰি থাকে৷ এইবাৰ সেই তালিকাত আহিছে HDFC বেংক৷ ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট পৰিবৰ্তনৰ পাছত এই সিদ্ধান্ত লৈছে HDFC বেংকে৷ এইবাৰ ৭ দিনৰ পৰা ১৪ দিনৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ২.৭৫ শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৩.২৫শতাংশ৷ ১৫ দিনৰ পৰা ২৯ দিনৰ মাজত জেনেৰেল চিটিজেনে পাব ২.৭৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৩.২৫শতাংশ৷ ৩০ৰ পৰা ৪৫ দিনৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ৩.২৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৩.৭৫শতাংশ৷  ৪৬ৰ পৰা ৬০ দিনৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ৪.২৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৪.৭৫শতাংশ৷ ৬১ দিনৰ পৰা ৮৯ দিনত জেনেৰেল চিটিজেনে পাব ৪.২৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৪.৭৫শতাংশ৷ ৯০ দিনৰ পৰা ৬ মাহৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ৪.২৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৪.৭৫শতাংশ৷

৬ মাহৰ পৰা ৯ মাহৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ৫.৫০শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৬শতাংশ৷ ৯ মাহৰ পৰা ১ বছৰৰ মাজত জেনেৰেল চিটিজেনে পাব ৫.৭৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৬.২৫শতাংশ৷ ১ বছৰৰ পৰা ১৫ মাহৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ৬.২৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৬.৭৫শতাংশ৷ ১৫ মাহৰ পৰা ১৮ মাহৰ মাজত জেনেৰেল চিটিজেনে পাব ৬.৬০শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৭.১০ শতাংশ৷ ১৮ মাহৰ পৰা ২১ দিনৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ৬.৬০শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৭.১০শতাংশ৷

২১ মাহৰ পৰা ১ বছৰৰ ভিতৰত জেনেৰেল চিটিজেনে পাব ৬.৪৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৬.৯৫শতাংশ৷ ২ বছৰ ১১ মাহৰ পৰা ৩ বছৰত জেনেৰেল চিটিজেনে পাব ৬.৪৫শতাংশ৷ চিনিয়ৰ চিটিজেনে পাব ৬.৯৫শতাংশ৷ য’তেই বিনিয়োগ কৰিব তাৰ পূৰ্বে ভালকৈ সমস্ত তথ্য চাই লওক৷ যদি আপোনাৰ কোনো ক্ষতি হয় তেন্তে তাৰ বাবে অসম লাইভ ২৪ দায়ী নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
দিব নালাগে এটকাও সুদ, নিজা তথ্য দিলেই পাব ৫ লাখ পৰ্যন্ত ঋণ, জানক এই চৰকাৰী সুবিধা কোনে কোনে লাভ কৰিব?

দিব নালাগে এটকাও সুদ, নিজা তথ্য দিলেই পাব ৫ লাখ পৰ্যন্ত ঋণ, জানক এই চৰকাৰী সুবিধা কোনে কোনে লাভ কৰিব?

ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.