• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

3 months ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

8 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

9 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

9 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

10 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

10 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

11 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

12 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

12 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

13 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

14 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানপানীৰ সময়ত মাহেকীয়া হ'লে কেনেকৈ সংক্ৰমণৰ পৰা আঁতৰি থাকিব?

editor by editor
July 24, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত
0
SHARES
461
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিনৰে পৰা বানে সৰ্বহাৰা কৰিছে উজনি অসমৰ লোকক। বৰষুণ আৰু নাগালেণ্ডৰ পৰা নামি অহা ঢলে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত সৃষ্টি কৰিছে ভয়ংকৰ বান পৰিস্থিতিৰ। বহু নদীৰ মথাউৰি ভাঙি বিভিন্ন অঞ্চল প্লাৱিত হৈছে। বানৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন।

বহু পৰিয়ালে আপোন ঘৰখন এৰি ওখ ঠাইত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। ইফালে বিশুদ্ধ খোৱাপানী, খাদ্য আৰু চিকিৎসাৰ অভাৱেও বানাক্ৰান্ত লোকসকলৰ সমস্যা বৃদ্ধি কৰিছে। বিশেষকৈ বানৰ সময়ত বেছিকৈ যতন লব লাগে শিশু বৃদ্ধ আৰু মহিলাসকলে।

বানপানীৰ সময়ত স্বাস্থ্য আৰু পৰিচ্ছন্নতা ৰক্ষা কৰাটো যথেষ্ট কঠিন হৈ পৰে। বিশেষকৈ মাহেকীয়া (ঋতুস্ৰাৱ) চলি থকা মহিলাসকলৰ বাবে পৰিষ্কাৰ পানী, সুৰক্ষিত শৌচাগাৰ আৰু স্বাস্থ্যবিধি বজাই ৰখা এক ডাঙৰ প্ৰত্যাহ্বান। এই সময়ত সঠিক যত্ন নল’লে সংক্ৰমণ, ছালৰ সমস্যা আৰু অস্বস্তিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কিন্তু কেইটামান সহজ সাৱধানতা অৱলম্বন কৰিলে এই বিপদ যথেষ্ট হ্ৰাস কৰিব পাৰি।

১. পৰিষ্কাৰ ছেনিটাৰী পেড বা কোমল কাপোৰ ব্যৱহাৰ কৰক

মাহেকীয়াৰ সময়ত সম্ভৱ হ’লে ছেনিটাৰী পেড ব্যৱহাৰ কৰক। যদি পেড উপলব্ধ নহয় আৰু পৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰিবলগীয়া হয়, কপাহৰ কাপোৰ হ’লে ভাল, কাপোৰখন সম্পূৰ্ণ পৰিষ্কাৰ অৱস্থাত থাকিলেহে ব্যৱহাৰ কৰ্ব। তিতা বা অপৰিষ্কাৰ কাপোৰ বেছি ব্যৱহাৰ নকৰিব।

২. নিয়মীয়াকৈ পেড সলনি কৰক

ৰক্তস্ৰাৱ কম হ’লেও ৪–৬ ঘণ্টাৰ ভিতৰত পেড সলনি কৰাটো ভাল। বেছি সময় একেটা পেড ব্যৱহাৰ কৰিলে বেক্টেৰিয়া বৃদ্ধি পাই সংক্ৰমণৰ আশংকা বাঢ়িব পাৰে।

৩. হাত ধোৱাৰ অভ্যাস বজাই ৰাখক

পেড সলনি কৰাৰ আগতে আৰু পিছত চাবোন আৰু পৰিষ্কাৰ পানীৰে হাত ধুব লাগে। যদি চাবোন-পানী নাথাকে, তেন্তে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰে।

৪. ব্যক্তিগত অংগ পৰিষ্কাৰ ৰাখক

ব্যক্তিগত অংগ পৰিষ্কাৰ পানীৰে ধুই শুকান কৰি ৰাখক। অত্যধিক সুগন্ধিযুক্ত চাবোন, স্প্ৰে বা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰিব, কাৰণ ইয়াৰ ফলত স্বাভাৱিক সুৰক্ষা ব্যৱস্থা ব্যাহত হ’ব পাৰে।

৫. বানত অযথা নামি নাযাব, যিমান পাৰি ওখ ঠাইত থাকক

বানৰ পানীত বহু ধৰণৰ জীৱাণু, ৰাসায়নিক পদাৰ্থ আৰু মল-মূত্ৰ মিহলি থাকিব পাৰে। মাহেকীয়াৰ সময়ত এনে পানীৰ সংস্পৰ্শত বেছি সময় থাকিলে সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। একান্তই নামিবলগীয়া হ’লে পিছত পৰিষ্কাৰ পানীৰে গা ধুই লওক আৰু শুকান কাপোৰ পিন্ধক। বানত অযথা নামি নাযাব, যিমান পাৰি ওখ ঠাইত থাকক আৰু সুৰক্ষিত হৈ থাকক।

৬. ব্যৱহৃত পেড সঠিকভাৱে পেলাওক

ব্যৱহৃত পেড কাগজ বা পেকেটত মেৰিয়াই পেলাব লাগে। খোলা ঠাই, নদী বা বানৰ পানীত পেলোৱা উচিত নহয়।

৭. পৰিষ্কাৰ অন্তৰ্বাস পিন্ধক

প্ৰতিদিনে পৰিষ্কাৰ আৰু শুকান কপাহী অন্তৰ্বাস পিন্ধক। তিতি গ’লে সোনকালে সলনি কৰক, যাতে ছালৰ জ্বলা-পোৰা আৰু ফাংগাছজনিত সমস্যা কমে।

৮. অস্বাভাৱিক লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লওক

যদি তীব্ৰ বিষ, অস্বাভাৱিক দুৰ্গন্ধযুক্ত স্ৰাৱ, জ্বৰ, অতিমাত্ৰাৰ খজুৱতি বা জ্বলা-পোৰা অনুভৱ হয়, তেন্তে যিমান সোনকালে সম্ভৱ স্বাস্থ্যকৰ্মী বা চিকিৎসকৰ পৰামৰ্শ লওক।

মনত ৰাখক

বানৰ দৰে দুৰ্যোগৰ সময়ত মাহেকীয়া পৰিচালনা কঠিন হ’লেও সঠিক স্বাস্থ্যবিধি মানি চলিলে সংক্ৰমণৰ আশংকা বহুখিনি কমাব পাৰি। সাধ্য়ানুসৰি বান হোৱা এলেকাৰ খাদ্য পানীৰ লগতে মহিলাসকলক ছেনিটাৰী পেডো দিয়াৰ ব্যৱস্থা কৰক। মহিলাসকলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, সময়মতে পেড সলনি কৰা, হাত ধোৱা আৰু বিশুদ্ধ পানী ব্যৱহাৰ কৰা—এই সৰু সৰু অভ্যাসসমূহেই আপোনাৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ ডাঙৰ ভূমিকা পালন কৰে। দুৰ্যোগৰ সময়তো মাহেকীয়াক লাজ বা ভয়ৰ বিষয় নহয়, বৰঞ্চ সঠিক যত্ন আৰু সচেতনতাৰ বিষয় হিচাপে ল’ব লাগে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24health carehealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.