অসম লাইভ ২৪ঃ গাখীৰৰ নদীৰ কাহিনী আপুনি বহুত শুনিছে, কিন্তু প্ৰকৃততে গাখীৰৰ নদী বোৱা কেতিয়াবা দেখিছেনে? তেনে এটি ঘটনা ঘটিছে ইউকেত (United Kingdom)। কিয়নো ১৫ এপ্ৰিলৰ দিনাখন UKৰ ‘ডুলাইচ’ নদীৰ পানী হঠাৎ বগা হৈ পৰে। নদীৰে পানীৰ সলনি গাখীৰ ববলৈ ধৰে। আনকি ওচৰ-পাঁজৰৰ মানুহে বাল্টি, বর্তন লৈ গাখীৰ নিবলৈ গোট খায়। ঘটনা দেখি সকলো আচৰিত হৈ পৰে যদিও পিছতহে আচল কথা পোহৰলৈ আহে। আচলতে দুর্ঘটনাগ্ৰস্ত হৈ এখন গাখীৰভর্তি ট্ৰাক নদীত বাগৰি পৰে আৰু ট্ৰাকখনৰ সমগ্ৰ গাখীৰ নদীত পৰে। ফলত মুহূর্তৰ ভিতৰতে ডুলাইচ নদীত পানীৰ সলনি গাখীৰ ববৈল ধৰে। চাওক VIDEO
When a milk tanker overturns in the river #llanwrda #wales #milk pic.twitter.com/vnyhr5FXBi
— May 🏴 (@MayLewis19) April 14, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ