• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! যদি আপোনাৰ বাইক-গাড়ী আছে।

সাৱধান! যদি আপোনাৰ বাইক-গাড়ী আছে।

6 years ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

9 minutes ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

1 hour ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

3 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

11 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

11 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

12 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

13 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

13 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

14 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

14 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাৱধান! যদি আপোনাৰ বাইক-গাড়ী আছে।

editor by editor
September 4, 2020 - Updated on September 5, 2020
in বিবিধ
0
সাৱধান! যদি আপোনাৰ বাইক-গাড়ী আছে।
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ লকডাউন নীতি বলৱৎ হোৱাৰ পাছতেই জনতাৰ মাজত ব্যক্তিগত বাহনৰ ব্যৱহাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আনহাতে পেট্ৰ’লজাত দ্ৰব্যৰ দাম বিগত এটা বছৰত যথেষ্ট বৃদ্ধিও পাইছে। অৱশ্যে কামৰ তাগিদাত গ্ৰাহকে তেলৰ দাম বৃদ্ধি হ’লেও দুচকীয়া বা চাৰিচকীয়া বাহন ক্ৰয় কৰিবলৈ বাধ্য হৈ পৰিছে। আনহাতে সুৰক্ষাজনিত কাৰণত মাজে মাজে ৰাজ্যৰ পৰিৱহণ ব্যৱস্থাও সময়ানুযায়ী সলনি কৰিব লগা হৈছে। ফলত চৰকাৰী বা বেচৰকাৰী যিকোনো কৰ্মক্ষেত্ৰত কৰ্মৰত কৰ্মচাৰী-বিষয়াই নিজৰ গাড়ী ব্যৱহাৰ কৰিবলগীয়া হৈছে। এনে সময়তেই কিছু দুষ্ট তেল ডিপোয়ে গ্ৰাহকক লুণ্ঠন চলোৱাৰ বহু অভিযোগ উত্থাপন হৈছে। সেয়ে এইক্ষেত্ৰত গ্ৰাহকসকলৰ বাবে কেইটামান জানিবলগীয়া আৰু সাৱধান হ’বলগীয়া কথা তলত উল্লেখ কৰা হ’লঃ

১) তেল ডিপোত থকা মূল যন্ত্ৰাংশত বৈদ্যুতিক চিপৰ জৰিয়তে গ্ৰাহকক ঠগিব পাৰে। এনে বৈদ্যুতিক চিপৰ জৰিয়তে তেল দিয়াৰ বিপৰীতে ডিজিটেল মিটাৰসমূহত কমকৈ দেখুৱাব পাৰে। গতিকে এইক্ষেত্ৰত গ্ৰাহকসকল সাৱধান হ’ব লাগে। যদি কোনো ডিপোৰ ওপৰত সন্দেহ হয়, তেন্তে বটলত তেল ভৰাই সন্দেহ দূৰ কৰিব পাৰে।

২) তেল ভৰাওঁতে তেল দিয়া কৰ্মচাৰীজনৰ হাতলৈও লক্ষ্য কৰিব লাগে। তেল দি থকাৰ সময়ত পাইপৰ অগ্ৰভাগত থকা অংশটো চেপি ধৰিছে নেকি, সেয়া লক্ষ্য কৰিব লাগে। যদিহে হাতেৰে ধৰি থকা অংশৰ মাজত থকা ‘বাইকৰ ক্লাট্ছ/ ব্ৰেকসদৃশ’ অংশটো আঙুলিৰে চেপি ধৰা নাই, তেন্তে আপত্তি কৰিবলগীয়া নাই।

৩) প্ৰেট্ৰ’লত নেপ্থা নামৰ এবিধ উপজাত দ্ৰব্য মিহলি কৰিব পাৰি। এই দ্ৰব্য মিহলি কৰিলেও এইকাৰণেই সহজে ধৰা পেলাব নোৱাৰি কাৰণ, পেট্ৰ’লৰ দৰে ইয়াৰ ঘনত্ব প্ৰায় একেই। এনে সন্দেহ হ’লে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে তেল পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

৪) কেতিয়াবা গ্ৰাহকক ডিপোৰ কৰ্মচাৰীয়ে নিজেই ঠগিব বিচাৰে। ধৰা হওক, যদি এজন লোকে ৫০০ টকাৰ তেল ভৰাব খোজে তেন্তে কৰ্মচাৰীজনে নুশুনাৰ ভাও জুৰি ২০০ টকাৰ তেল দিব পাৰে । তাৰপাছত পুনৰ গ্ৰাহকে ৫০০ টকাৰ তেল দিবলৈ কোৱা বুলি ক’লে মিটাৰত শূন্য নকৰাকৈয়ে ১০০ টকাৰ তেল দি ৩০০ টকা দেখুৱাই গ্ৰাহকক ঠগাৰ সুযোগ থাকে। সেইসময়ত অন্যমনস্ক হৈ থাকিলে গ্ৰাহকে ঠগ খোৱাৰ সম্ভাৱনা অধিক থাকে। সেয়ে তেল ভৰাওঁতে মিটাৰত চকু ৰখাটো অতি প্ৰয়োজনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bikedieselpetrolpetrol depot
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?
ভাৰত

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

July 25, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 25, 2026
Next Post
পুত্ৰ-নে কন্যা সন্তান হ’ব বিৰুষ্কাৰ?

পুত্ৰ-নে কন্যা সন্তান হ'ব বিৰুষ্কাৰ?

পিতৃয়ে পেট্ৰ’ল  ঢালি জ্বলাই দিলে পত্নীসহ, পুত্ৰ-কন্যাক

পিতৃয়ে পেট্ৰ’ল  ঢালি জ্বলাই দিলে পত্নীসহ, পুত্ৰ-কন্যাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.