• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

4 years ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

12 seconds ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

20 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

44 minutes ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

1 hour ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

2 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

3 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

4 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

4 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

5 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

5 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!

editor by editor
July 13, 2022
in অসম, ৰাজনীতি
0
বিচিত্ৰ ৰূপ বিধায়ক ৰূপজ্যোতিৰ, অংক মাষ্টৰ হৈ ছাত্ৰীক সুধিলে বয়ফ্ৰেণ্ডৰ কথা!
0
SHARES
306
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিন্ন সময়ত ভিন্ন ৰূপ ধৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ চৰ্চাত থাকিবলৈ ভাল পোৱা মৰিয়নীৰ ন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ অন্য এক ৰূপত দেখা পোৱা গ’ল৷

এইবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী অংক ছাৰৰ ৰূপত আবিৰ্ভাৱ ঘটিল৷ বুধবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে স্থানীয় মৰিয়নী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ অংক মাষ্টৰৰ ভূমিকা পালন কৰে৷

উল্লেখ্য যে গৰম বন্ধৰ উপলক্ষ্যে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ বিশেষ পাঠদান কাৰ্যসূচী চলি আছে৷ এই উপলক্ষ্যে বুধবাৰে বিদ্যালয়খনত হঠাতে উপস্থিত হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতত চ’ক পেঞ্চিল লৈ ব্লেকবোৰ্ড লিখি বিভিন্ন বিষয়ৰ ওপৰত পাঠদান কৰে৷

লগতে পঢ়ক ১৬ বছৰীয়া কিশোৰীক মাতৃৰ প্ৰেমিকৰ ধৰ্ষণ, গৰ্ভৱতী হোৱাৰ পিছতহে ফাদিল ধৰ্ষণ কাণ্ড

ছাত্ৰীসকলক অংক শিকোৱাৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰো জ্ঞান দিয়া দেখা গ’ল৷ শিক্ষা গুৰুক কেনেদৰে সন্মান কৰিব লাগে, সময়ৰ কিদৰে সদ্ব্যৱহাৰ কৰিব লাগে, লক্ষ্য কেনেদৰে স্থিৰ কৰিব লাগে সেই বিষয়েও ছাত্ৰীসকলক এইবোৰৰো শিক্ষা দিয়ে বিধায়ক কুৰ্মীয়ে।

আনহাতে নিজৰ স্বভাৱসিদ্ধ ৰসিকতাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ছাত্ৰীসকলৰ বয়ফ্ৰেণ্ডৰ খবৰো লয়৷ ছাত্ৰীসকলক উদ্দেশ্যি বিধায়কৰ প্ৰশ্ন – ‘‘বয়ফ্ৰেণ্ড আছেনে নাই?’ ছাত্ৰীসকলে নাই বুলি কোৱাত পুনৰ কুৰ্মী ছাৰে ছাত্ৰী সকলক উদ্দেশ্যি কয়, ‘এইবোৰৰ চক্ৰত নপৰিবা। পঢ়াত গুৰুত্ব দিয়া। ভালকে পঢ়া, ভাল ল’ৰা পাবা। নহ’লে যিকোনো এটা ল’ৰা লগত বিয়া হ’ব লাগিব।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMLA Rupjyoti Kurmi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
Next Post
অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা

অহা বৃদ্ধি হ’ব চৰকাৰী কৰ্মচাৰীৰ! সংশোধন হ’ব মৰগীয়া ভাট্টা

অতি জঘন্য কাণ্ড! পত্নীক ধৰ্ষণ কৰোৱাই বন্ধুৰ পৰা ধন ঘটে স্বামীয়ে, ইয়াৰ পিছত হ’ল কি?

অতি জঘন্য কাণ্ড! পত্নীক ধৰ্ষণ কৰোৱাই বন্ধুৰ পৰা ধন ঘটে স্বামীয়ে, ইয়াৰ পিছত হ’ল কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.