• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

2 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

23 minutes ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

3 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

4 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

4 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

5 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

6 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

7 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

editor by editor
October 1, 2023
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাইলৈ ২ অক্টোবৰ ২০২৩ৰ সোমবাৰে চন্দ্ৰই মেষ ৰাশিত প্ৰৱেশ কৰিব। বৈদিক পঞ্জিকা অনুসৰি আহিন মাহৰ কৃষ্ণপক্ষৰ তৃতীয় দিনত দুটাকৈ বিশেষ যোগ তৈয়াৰ হ’ব। এই দুই যোগ হৈছে হৰ্শনা যোগ আৰু বজ্ৰ যোগ। ইয়াৰোপৰি এই সময়তেই শুক্ৰই কাল সিংহৰাশিত গোচৰ কৰিব। প্ৰথমে থাকিব ভৰণী নক্ষত্ৰ আৰু তাৰ পাছতেই কৃত্তিকা নক্ষত্ৰ। সোমবাৰে বজ্ৰ যোগত মহাদেৱৰ কৃপাত ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ।

মেষ ৰাশি
যিসমূহ বিষয়ক লৈ দীৰ্ঘদিন ধৰি সমস্যাৰ উদ্ভৱ হৈ আছিল, আপুনি নিজৰ বুদ্ধিৰ বলত সকলোবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ৰ কাৰণে সোমবাৰে দূৰ ভ্ৰমণ কৰাৰ সুযোগ আহিব মেষ ৰাশিৰ জাতকলৈ। এই সময়ত আপোনাৰ যিকোনো কামতেই লাভ হ’ব। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। মাৰ্কেটিঙৰ সৈতে যুক্ত ব্যক্তিয়ে নতুন সুযোগ লাভ কৰিব। মেষ ৰাশিৰ জাতকসকল আৰ্থিকভাৱে শক্তিশালী হ’ব।

কৰ্কট ৰাশি
আপুনি যদি ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰি থৈছে তেন্তে মহাদেৱৰ কৃপাত ভাল ৰিটাৰ্ণ লাভ কৰিব। অতিৰিক্ত আৰ্থিক লাভালাভ থাকিব। মানসিকভাৱে সুখী হৈ থাকিব কৰ্কট ৰাশিৰ জাতকসকলে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব। সন্তানৰ পৰাও ভাল খবৰ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকসকলে।

তুলা ৰাশি
মহাদেৱৰ আশীৰ্বাদত সোমবাৰে ব্যৱয়াসত উল্লেখযোগ্য লাভ অৰ্জন কৰিব তুলা ৰাশিৰ জাতকে। মনৰ সুখ আৰু শান্তি থাকিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ শুনিলে আপোনাৰ ৰৈ যোৱা কোনো কামত সফলতা আহিব। সোমবাৰে নিশা পৰিয়ালৰ সৈতে খুব ভাল সময় কটাব।

ধনু ৰাশি
আপোনাৰ সংসাৰত দীৰ্ঘদিন ধৰি কোনো অশান্তিৰ পৰিবেশ থাকিলে সমাধান হ’ব। বজ্ৰ যোগৰ প্রভাৱত শুভ সময় কটাব এই ৰাশিৰ জাতকে। পৰিয়ালৰ কোনো প্ৰবীণ সদস্যই এই বিষয়ত আপোনাক সহায় কৰিব। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব। পুৰণা বন্ধুৰ সৈতে দেখা হ’ব।

মকৰ ৰাশি
শিক্ষাক্ষেত্ৰত আগন্তুক সময়ত সফলতা লাভ কৰিব মকৰ ৰাশিৰ জাতকে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ যোগ। ব্যৱসায়ীসকলৰ আয় বাঢ়িব। নিজৰ এলেহুৱা ভাৱ ত্যাগ নকৰিলে আগন্তুক সময়ত হাতলৈ অহা ডাঙৰ সুযোগ হেৰুওৱাব।

লেটেষ্ট খবৰ, ভিডিঅ’ সবিশেষ তথ্য লাভ কৰিবৰ বাবে Follow কৰক আমাৰ ডিজিটেল whatsapp চেনেল। ক্লিক কৰক https://whatsapp.com/channel/0029VaARwBWLdQeV6sgVPB3Y

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
Next Post
এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.