• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

1 year ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

1 hour ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

2 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

2 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

3 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

3 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

5 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

6 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

editor by editor
July 8, 2025
in জীৱনশৈলী
0
জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাই মাহ কাৰ কেনেদৰে পাৰ হ’ব জ্যোতিষশাস্ত্ৰই তাৰ সম্পূৰ্ণ তথ্য দিছে৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি জুলাই মাহৰ কেইবাটাও গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ উল্লেখযোগ্য পৰিবৰ্তন দেখা যাব৷ জুলাইত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত কৰ্কট ৰাশিত থাকিব বুধ৷ সূৰ্য আৰু বুধৰ মিলনত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ আৰু এই মাহৰ শেষৰ দিশত কন্যা ৰাশিলৈ যাব মঙ্গল আৰু বৃষ এৰি মিথুন ৰাশিলৈ যাব শুক্ৰ৷ জ্যোতিষ গণনাই কৈছে যে জুলাইতেই নানান সমস্যাৰ মুখত পৰিব ৪ ৰাশিৰ জাতক৷ জানি থওক জুলাইত বিপদ আহিব কাৰ কাৰ জীৱনলৈ?

মেষ ৰাশি

বুধৰ গোচৰ জুলাইত সমস্যা বাঢ়িব মেষ ৰাশিৰ জাতকৰ বাবে৷ ছাত্ৰ ছাত্ৰীসকলে পঢ়াশুনাত সমস্যাই দেখা দিব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্কত ফাঁট মেলিব পাৰে৷ শৰীৰ-স্বাস্থ্যও এই সময়ত ভালে নাথাকিব৷

কৰ্কট ৰাশি

সূৰ্য আৰু বুধৰ যুঁটি জুলাইত ক্ষতিকৰ প্ৰভাৱ বিস্তাৰ কৰিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ বেছ কিছু গুৰুতৰ সমস্যাৰে জৰ্জৰিত হ’ব আপুনি৷ আৰ্থিক ক্ষতিৰ মুখত পৰিব পাৰে৷ সমাজত পৰিয়ালৰ দুৰ্নাম বিয়পিব৷ যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ বহু বেছি পৰিশ্ৰম কৰিব আপুনি৷

বৃশ্চিক ৰাশি

জুলাই মাহত চাকৰি পৰিবৰ্তন কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ কেৰিয়াৰত নানান সমস্যা আছে বৃশ্চিকৰ জাতকৰ সন্মুখত৷ এই সময়ত ৰিস্ক লৈ কোনো কাম নকৰিব৷ টকা-পইছাৰ ক্ষতি হব পাৰে৷ শৰীৰ অসুস্থ হোৱাৰ আশংকা আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে জুলাই মাহত সাবধানে থকা জৰুৰী৷ এই সময়ত নানান দিশৰ পৰা শত্ৰুৰ কবলত পৰিব পাৰে৷ ভুলতো কাকো নিজৰ ব্যক্তিগত কথা নক’ব বেয়া সংগ এৰাই চলক৷ মনৰ অশান্তিত জৰ্জৰিত হ’ব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!
জীৱনশৈলী

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

September 8, 2026
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

September 8, 2026
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি
জীৱনশৈলী

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

September 8, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

September 8, 2026
Next Post
মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.