• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ‘বিৰাট’ ৰাজত্ব, জানি থওক ৰানৰ ওপৰিও কি কি আছে কোহলীৰ হাতত?

দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ‘বিৰাট’ ৰাজত্ব, জানি থওক ৰানৰ ওপৰিও কি কি আছে কোহলীৰ হাতত?

3 years ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

7 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

1 hour ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

2 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

2 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

3 hours ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

4 hours ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

5 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

6 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

7 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

7 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

8 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ‘বিৰাট’ ৰাজত্ব, জানি থওক ৰানৰ ওপৰিও কি কি আছে কোহলীৰ হাতত?

editor by editor
November 19, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ‘বিৰাট’ ৰাজত্ব, জানি থওক ৰানৰ ওপৰিও কি কি আছে কোহলীৰ হাতত?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি বিশ্বজয় কৰিব পাৰিবনে ৰোহিত বাহিনীয়ে সেয়া সময়ৰ হাতত এৰিছে দেশবাসীয়ে। দেশবাসীৰ ভৰসা এতিয়া বলাৰৰ ওপৰত। কিন্তু ইয়াৰ মাজতেই ক’ব লাগিব ভাৰতীয় দলৰ অন্যতম খেলুৱৈ বিৰাট কোহলীৰ কথা। সদ্য ৫০তম শতৰানৰ ৰেকৰ্ড গঢ়িছে বিৰাট কোহলীয়ে। ৩৪ বছৰ পূৰ্ণ কৰি ৩৫ বছৰত ভৰি দিওতেই এই ৰেকৰ্ড আহিল বিৰাটৰ হাতলৈ। এই সকলোবোৰৰ মাজত বিৰাটৰ সম্পত্তিৰ কথাবোৰো খুবেই চৰ্চা হৈছে। বিপুল অংকৰ ৰানেই নহয় বিপুল সম্পত্তিৰো অধিকাৰী কোহলী।

ক্ৰিকেটৰ ওপৰিও একাধিক সংস্থাৰ বিজ্ঞাপনৰ সৈতে তেওঁ জড়িত। ধৈৰ্য্য, অধ্যবসায় পৰিশ্ৰম, নিষ্ঠা আৰু বুদ্ধিমত্তাৰ জোৰতেই কিং কোহলী খ্যাতিৰ শিখৰত। একাধিক ঘৰ, গাড়ীসহ আৰু কি কি আছে তেওঁৰ সম্পত্তিৰ তালিকাত?

১. মায়ানগৰী মুম্বাইৰ ওৰলিত এটা এপাৰ্টমেণ্ট আছে বিৰাটৰ। সেই এপাৰ্টমেণ্টৰ মুল্য প্ৰায় ৩৪ কোটি। ৮০ কোটি টকা মূল্যৰ এটা বাংলো আছে দিল্লীৰ গুৰুগ্ৰামত।

২. বিৰাটৰ হাতত মাজে মাজে দেখা যায় ৰোলেক্সৰ বিশেষ ঘড়ী। ৫৬টা হিৰা আৰু সোনেৰে তৈয়াৰী ৰোজগল্ড ৰঙৰ এই ঘড়ীৰ মূল্য আনুমানিক ৬৯ লাখ টকা।

৩. কিং কোহলীৰ আছে প্ৰায় ১.১ কোটি টকা দামৰ এখন অডিও। অডি সংস্থাৰ আৰ এছ ৫ কুপ গাড়ীখন ভাৰতত প্ৰথম কোহলীয়েই ক্ৰয় কৰিছে।

৪. কোহলীয়ে আৰু এখন গাড়ী ক্ৰয় কৰিছে। বিলাসবহুল সেই ৰেঞ্জ ৰোভাৰ গাড়ীখনৰ মূল্য আনুমানিক ২.৭ কোটি টকা।

৫. গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত বিৰাট সঁচায়ে চৌখিন। বিৰাটে বেণ্টলে ফ্লাইং স্পাৰ বাহনো ক্ৰয় কৰিছে। এই বাহনৰ দাম প্ৰায় ৪কোটি টকা।

৬. খেলৰ ওপৰিও বিৰাটৰ ফেশ্বন ষ্টেটমেণ্টো অনুৰাগীসকলৰ বিশেষ পছন্দৰ। ১৩.২ কোটি টকা দামী ফেশ্বন ব্ৰেণ্ড ‘ৰং’ ৰো মালিক বিৰাট।

৭. গাড়ী, বাংলো, ফেশ্বন ব্ৰেণ্ডৰ পাছত বিৰাটে বিনিয়োগ কৰিছে ৰেষ্টোৰাৰ ব্যৱসায়তো। ভাৰ্তিক তিহাৰা, অংশুল গোৱেল আৰু অংকিত তয়ালৰ সৈতে কোটি টকা ব্যয়েৰে তেওঁ ক্ৰয় কৰিছে ৰেষ্টুৰেণ্ট। কলকাতা, দিল্লী, পুনে আৰু মুম্বাইতো আছে তেওঁৰ ৰেষ্টুৰেণ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন
জীৱনশৈলী

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

August 3, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

August 3, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

August 3, 2026
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

August 3, 2026
Next Post
ডিচেম্বৰ মাহতেই তৈয়াৰ হৈছে ৪টা ৰাজযোগ, হঠাৎ ৩ ৰাশিৰ হাতলৈ আহিব ধন

ডিচেম্বৰ মাহতেই তৈয়াৰ হৈছে ৪টা ৰাজযোগ, হঠাৎ ৩ ৰাশিৰ হাতলৈ আহিব ধন

ডাঙৰ ডাঙৰ কামত সৰু সৰু ভুল ৰৈ যায়েই! জয় শ্বাহে কিয় নামাতিলে ১৯৮৩ৰ বিশ্বকাপজয়ী দলৰ অধিনায়ক কপিল দেৱক?

ডাঙৰ ডাঙৰ কামত সৰু সৰু ভুল ৰৈ যায়েই! জয় শ্বাহে কিয় নামাতিলে ১৯৮৩ৰ বিশ্বকাপজয়ী দলৰ অধিনায়ক কপিল দেৱক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.