• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্ডিক নহয়, ৰোহিতেই হ’ব পাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ! কাৰণ…

হাৰ্ডিক নহয়, ৰোহিতেই হ’ব পাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ! কাৰণ…

2 years ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

21 minutes ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

2 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

3 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

3 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

4 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

5 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

6 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

7 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

7 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

8 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰ্ডিক নহয়, ৰোহিতেই হ’ব পাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ! কাৰণ…

editor by editor
February 17, 2025
in ক্ৰীড়া, বিবিধ, ভাৰত
0
হাৰ্ডিক নহয়, ৰোহিতেই হ’ব পাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ! কাৰণ…
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰ্ডিক নহয়, ৰোহিতেই হ’ব পাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ! কাৰণ…

আই পি এ ২০২৫ ক লৈ সকলো দলে প্ৰস্তুতি আৰম্ভ কৰিছে। অহা মাৰ্চ মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ হব ২০২৫ বৰ্ষৰ আই পি এল। পাছে কোন দলৰ কোন অধিনায়ক সেই সম্পৰ্কে এতিয়া ঠাৱৰ হোৱা নাই কোনো কোনো দল।

কোনো দল পূৰ্বৰ অধিনায়কেই অধিনায়কত্ব কৰিব, কোনো দলৰ নতুন অধিনায়ক। ৰয়েল ছেলেঞ্জাৰ্চ বাংগালুৰুৰ সদ্যহতে ঘোষণা হয় নতুন অধিনায়কৰ নাম। ৰজত পাটিদাৰ হব এইবাৰৰ অধিনায়ক।

মুম্বাই ইণ্ডিয়ানছে বৰ্তমানেও সদৰি কৰা নাই অধিনায়কৰ নাম। আই পি এল ২০২৪ৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাক আঁতৰাই হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিছিল। সেই সময়ত এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা হৈছিল।

পইণ্ট তালিকাৰ একেবাৰে তললৈ নামি গৈছিল ৫ বাৰৰ চেম্পিয়ন দলটো। কিন্তু এতিয়া ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া নতুন ছিজনৰ উদ্বোধনী মেচত হাৰ্দিকৰ ঠাইত ৰোহিত শৰ্মাই অধিনায়কত্ব কৰিব বুলি খবৰ ওলাইছে। এই সিদ্ধান্তৰ আঁৰত ফ্ৰেঞ্চাইজিৰ এটা ডাঙৰ বাধ্যবাধকতা আছে বুলি প্ৰকাশ।

দেওবাৰে সন্ধিয়া প্ৰকাশ পাইছিল আই পি এলৰ ১৮ সংখ্যক ছিজনৰ সূচী। অহা ২২ মাৰ্চত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ডিফেণ্ডিং চেম্পিয়ন কেকেআৰ আৰু আৰচিবিৰ মাজত ছিজনৰ প্ৰথমখন খেল। পিছদিনা অৰ্থাৎ ২৩ মাৰ্চত আই পি এলৰ ‘এল ক্লাছিকো’ অনুষ্ঠিত হ’ব য’ত তীব্ৰ প্ৰতিদ্বন্দ্বী মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত সংঘৰ্ষ হ’ব।

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই হাই ভল্টেজ মেচখনত খেলিব নোৱাৰিব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। যোৱা ছিজনত অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে তেওঁক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু ৩০ লাখ টকা জৰিমনা বিহা হৈছিল। বিচিচিআইয়ে যোৱা বছৰ এক বিবৃতিত কৈছিল যে তেওঁলোকৰ দলৰ এইটো ছিজনৰ তৃতীয়টো অভাৰ ৰেট অপৰাধ, সেয়েহে পাণ্ডিয়াক জৰিমনা বিহা হৈছিল।

এনে পৰিস্থিতিত হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত দলটোৱে এই দায়িত্ব প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ হাতত অৰ্পণ কৰিব পাৰে। উল্লেখ্য যে, ৰোহিতৰ অধিনায়কত্বৰ অধীনত ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ বৰ্ষত ৫ বাৰ আই পি এল খিতাপ দখল কৰিছে মুম্বাই ইণ্ডিয়ানছ দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025IPL 2025 Sessionmumbai indiansMumbai Indians Captain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
নিয়োগ

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

October 16, 2026
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন
নিয়োগ

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

October 16, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026
Next Post
অতি কৰুণ, ব্ৰেইন ডেড মাতৃয়ে সন্তান জন্ম দিয়ে বিদায় ল’লে ধৰাৰ পৰা

অতি কৰুণ, ব্ৰেইন ডেড মাতৃয়ে সন্তান জন্ম দিয়ে বিদায় ল'লে ধৰাৰ পৰা

দিল্লীয়ে কেতিয়াকৈ পাব নতুন মুখ্যমন্ত্ৰী, কাৰ নাম তালিকাৰ শীৰ্ষত, শপত গ্ৰহণৰ তাৰিখ সদৰি

দিল্লীয়ে কেতিয়াকৈ পাব নতুন মুখ্যমন্ত্ৰী, কাৰ নাম তালিকাৰ শীৰ্ষত, শপত গ্ৰহণৰ তাৰিখ সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.