• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

2 years ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

33 minutes ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 hour ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 hour ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

2 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

22 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

23 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

editor by editor
December 25, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছ দলৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে। ২০২৪ চনৰ আইপিএলত পাঁচবাৰকৈ খিতাপজয়ী দলটোক নেতৃত্ব দিব হাৰ্দিকে। মোটা টকাৰ বিনিময়ত হাৰ্দিকক গুজৰাট টাইটান্সৰ পৰা ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। সম্প্ৰতি ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা ৰিপৰ্টে দাবী কৰামতে হাৰ্দিকক কেইবা কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। সকলোৱে মোটা অংকৰ ধন দিয়া বুলি দাবী কৰিলেও প্ৰকৃততে হাৰ্দিকক কিমান ধনৰ বিনিময়ত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিছে সেই কথা জানিব পৰা হোৱা নাই।

অৱশ্যে একাংশ সূত্ৰই দাবী কৰামতে হাৰ্দিকক ক্ৰয় কৰোতে মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটান্সক প্ৰায় ১০০ কোটি টকা ট্ৰেন্সফাৰ কৰি দিছে। বিগত ২বছৰ ধৰি গুজৰাট টাইটান্স দলৰ হৈ খেলিছে হাৰ্দিক পাণ্ডিয়াই। হাৰ্দিকে গুজৰাট দলটোক খিতাপ জয়ৰো সোৱাদ দিছে। বিগত বছৰত হাৰ্দিকৰ নেতৃত্বতেই দলটো ফাইনেলত উঠিছে। কিন্তু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজিত অন্তিম মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলি পৰাজিত হয়।

পূৰ্বে হাৰ্দিক মুম্বাই ইণ্ডিয়ানছৰ সৈতেই আছিল। কিন্তু ২০২২ চনৰ আইপিএলৰ নিলামৰ পূৰ্বে মুম্বাই এৰি গুজৰাট টাইটান্সৰ সৈতে চুক্তিবদ্ধ হয়। শেহতীয়াকৈ আকৌ হাৰ্দিক মুম্বাইলৈ উভতিছে। বহুতৰেই ধাৰণা আছিল ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত সূৰ্যকুমাৰ আৰু জছপ্ৰীত বুমৰাহেই অধিনায়কৰ দাবীদাৰ। কিন্তু শেষপৰ্যন্ত সকলোৰে আশাত চেঁচাপানী ঢালি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হৈছে হাৰ্দিক পাণ্ডিয়া।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.